• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত গজকেশৰী যোগ, সৌভাগ্য সোণৰ দৰে চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত গজকেশৰী যোগ, সৌভাগ্য সোণৰ দৰে চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

2 years ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

4 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

4 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

5 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

6 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

6 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

7 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

7 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

9 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

9 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

10 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত গজকেশৰী যোগ, সৌভাগ্য সোণৰ দৰে চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত গজকেশৰী যোগ, সৌভাগ্য সোণৰ দৰে চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
August 31, 2024
in জীৱনশৈলী, লেখা
0
ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত গজকেশৰী যোগ, সৌভাগ্য সোণৰ দৰে চমকি উঠিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
14.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেপ্টেম্বৰ ২০২৪ৰ প্ৰথম সপ্তাহতেই আৰম্ভ হৈছে গজকেশৰী ৰাজযোগ৷ ২ ছেপ্টেম্বৰ সোমবাৰৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত বৃষ ৰাশিত একত্ৰ অৱস্থান কৰিব চন্দ্ৰ আৰু বৃহস্পতিয়ে৷ বৃষ ৰাশিত চন্দ্ৰ আৰু বৃহস্পতিৰ যুঁটিত গঠিত হ’ব গজকেশৰী ৰাজযোগ৷ এই ৰাজযোগৰ প্ৰভাৱত কেইটামান ৰাশিৰ জাতকে নতুন সপ্তাহত প্ৰচুৰ সম্পদ আৰু সৌভাগ্য লাভ কৰিব৷ ইয়াৰোপৰি কেৰিয়াৰতো উন্নতি কৰিব পাৰিব এইকেইটা ৰাশিৰ জাতকে৷ সমাজত সন্মান লাভ কৰিব এওঁলোকে৷ জানি থওক ২ ছেপ্টেম্বৰৰ পৰা ৮ ছেপ্টেম্বৰৰ ভিতৰত এই সপ্তাহত সুখ সৌভাগ্যৰে তুংগত থাকিব কোন কোন ৰাশিৰ জাতক৷

বৃষ ৰাশি

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি নিজৰ পৰিকল্পনামতে সকলো কামেই সম্পূৰ্ণ কৰিব পাৰিব৷ চাকৰি আৰু ব্যৱসায়ত বৃহৎ সাফল্য লাভ কৰাৰ যোগ আছে৷ কাৰ্যালয়ত নিজৰ ছিনিয়ৰ আৰু জুনিয়ৰসকলৰ সাহায্য পাব৷ চাকৰি সলনি কৰিব বিচাৰিলে এই সময় শুভ৷ আদালতত গোচৰ চলিলে তাৰ ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷ কোনো বিশেষ ব্যক্তিৰ বাবে দীৰ্ঘদিন ধৰি ৰৈ থকা চৰকাৰী কাম এই সময়ত সম্পূৰ্ণ হ’ব পাৰে৷

কৰ্কট ৰাশি

আগন্তুক সপ্তাহ সুখ সৌভাগ্যৰে পূৰ্ণ হ’ব কৰ্কট ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিতেই কোনো শুভাকাংশীৰ সহায়ত আপুনি নিজৰ দৰকাৰী কাম সম্পূৰ্ণ কৰিব পাৰিব৷ কাৰ্যালয়ৰ পৰিস্থিতি আপোনাৰ বাবে অনুকূল থাকিব৷ অতিৰিক্ত কোনো উপাৰ্জনৰ ৰাস্তা খুলিব পাৰে কৰ্কট ৰাশিৰ জাতকৰ সন্মুখত৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ বিদেশতো নিজৰ কেৰিয়াৰ তৈয়াৰৰ সুযোগ পাব পাৰে কৰ্কট ৰাশিৰ জাতকে৷

সিংহ ৰাশি

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহ নানান দিশৰ পৰা সৌভাগ্যপূৰ্ণ হ’ব সিংহ ৰাশিৰ জাতকৰ বাবে৷ এই সপ্তাহত আপুনি ভাগ্যৰ পূৰ্ণ সহায় পাব৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ পাব পাৰে৷ সাফল্য লাভেও আপোনাক অত্যাধিক উত্তেজিত কৰিব নোৱাৰিব৷ প্ৰেমৰ সম্পৰ্কৰ বাবেও এই সপ্তাহ আপোনাৰ বাবে শুভ৷ পাৰ্টনাৰৰ সৈতে ভাল সময় কটাব৷

কন্যা ৰাশি

গজকেশৰী ৰাজযোগৰ প্ৰভাৱত ২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা সপ্তাহত বৃহৎ সাফল্য লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ আগন্তুক সপ্তাহত আপুনি যি কামত হাত দিব তাতেই সফলতা পাব৷ সপ্তাহৰ আৰম্ভণিতে পেছাগত কাৰণত কৰা ভ্ৰমণ লাভজনক হ’ব৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় আপুনি পাব পাৰে৷ সপ্তাহৰ দ্বিতীয়াৰ্ধত কৰ্মৰত মহিলাৰ কেৰিয়াৰত বৃহৎ সাফল্যৰ সম্ভাৱনা৷ নিজৰ ব্যৱসায়ক আৰু আগুৱাই নিব পাৰিব আপুনি৷

বৃশ্চিক ৰাশি

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত সকলো বিষয়ত ভাগ্যৰ সহায়তা পাব বৃশ্চিক ৰাশিৰ জাতকে৷ সমাজত জনপ্ৰিয়তা আৰু প্ৰতিপত্তি বাঢ়িব বৃশ্চিক ৰাশিৰ জাতকে৷ সপ্তাহৰ আৰম্ভণিতে কোনো বিশেষ কামৰ বাবে কৰ্মক্ষেত্ৰত আপুনি সকলোৰে প্ৰশংসা পাব৷ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সুযোগ পাব৷ এই সময়ত আপোনাৰ মনৰ কোনো দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

July 4, 2026
Next Post
মথুৰা-বৃন্দাবনলৈ যোৱাৰ প্লেন আছে নেকি? যাব খুজিলে মূৰত ৰাখক এইকেইটা কথা

মথুৰা-বৃন্দাবনলৈ যোৱাৰ প্লেন আছে নেকি? যাব খুজিলে মূৰত ৰাখক এইকেইটা কথা

২২ যাত্ৰী কঢ়িওৱা হেলিকপ্টাৰ নিৰুদ্দেশ! এতিয়াও কোনো সন্ধান নাই Mi-8 হেলিকপ্টাৰৰ

২২ যাত্ৰী কঢ়িওৱা হেলিকপ্টাৰ নিৰুদ্দেশ! এতিয়াও কোনো সন্ধান নাই Mi-8 হেলিকপ্টাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.