• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মথুৰা-বৃন্দাবনলৈ যোৱাৰ প্লেন আছে নেকি? যাব খুজিলে মূৰত ৰাখক এইকেইটা কথা

মথুৰা-বৃন্দাবনলৈ যোৱাৰ প্লেন আছে নেকি? যাব খুজিলে মূৰত ৰাখক এইকেইটা কথা

2 years ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

6 minutes ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

2 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

3 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

4 hours ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

5 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

16 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

17 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

17 hours ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

17 hours ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

18 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

19 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মথুৰা-বৃন্দাবনলৈ যোৱাৰ প্লেন আছে নেকি? যাব খুজিলে মূৰত ৰাখক এইকেইটা কথা

মথুৰা-বৃন্দাবনলৈ যোৱাৰ প্লেন আছে নেকি? যাব খুজিলে মূৰত ৰাখক এইকেইটা কথা

editor by editor
August 31, 2024
in জীৱনশৈলী
0
মথুৰা-বৃন্দাবনলৈ যোৱাৰ প্লেন আছে নেকি? যাব খুজিলে মূৰত ৰাখক এইকেইটা কথা
0
SHARES
564
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মথুৰা উত্তৰপ্ৰদেশৰ অন্যতম বিখ্যাত চহৰ৷ মথুৰা-বৃন্দাবন ভালধৰণে ফুৰিম ভাৱিলে হাতত কমেও আঢ়ৈ দিন সময় ৰখাটো খুবেই জৰুৰী৷ মথুৰা-বৃন্দাবনলৈ ফুৰিবলৈ যোৱাৰ উপযুক্ত সময় অক্টোবৰৰ পৰা মাৰ্চ৷ জন্মাষ্টমী আৰু হোলী ইয়াৰ সকলোতকৈ জনপ্ৰিয় উৎসৱ৷

মথুৰা শ্ৰীকৃষ্ণৰ জন্মস্থান

মথুৰা-বৃন্দাবনৰ প্ৰধান মন্দিৰসমূহ জীৱনকালত এবাৰ দৰ্শন কৰক৷ মথুৰা চহৰত অৱস্থিত কৃষ্ণ জন্মভূমি মন্দিৰেই ভগৱান কৃষ্ণৰ জন্মস্থান৷ ইয়াৰোপৰি কাশীঘাট যমুনা, দ্বাৰকাধীশ মন্দিৰ, কংস কিলা বা কংসৰ দুৰ্গ, মদনমোহন মন্দিৰ, গীতা মন্দিৰ, জামে মছজিদ, গভৰ্ণমেণ্ট মিউজিয়াম, বলভদ্ৰ কুণ্ড, সৰস্বতী কুণ্ড, পোট্ৰা কুণ্ড, শিৱতাল, যমুনা বাগ, গুৰুগোবিন্দ সিঙৰ স্মৃষ্টি বিজৰিত গুৰুদ্বাৰ জৈন সিদ্ধক্ষেত্ৰত চৌৰাছিয়া৷ দ্বাৰকাধীশ মন্দিৰৰ পুৱাৰ মঙ্গলা আৰতি চাবলগীয়া৷

লীলাক্ষেত্ৰ বৃন্দাবন

মথুৰাৰ পৰা মাত্ৰ ১৫ কিঃমিঃ দূৰত্বত যমুনাৰ তীৰত মন্দিৰময় বৃন্দাবন আছিল শ্ৰীকৃষ্ণৰ লীলাক্ষেত্ৰ৷ ইয়াতেই আছে কৃষ্ণৰ লীলাক্ষেত্ৰ বৃন্দাবনৰ নিধিবন মন্দিৰ৷ ইয়াৰোপৰি ইয়াতেই আছে বৃন্দাবনৰ ইছকন মন্দিৰ, প্ৰেম মন্দিৰ, বাঁকে বিহাৰী মন্দিৰ ইত্যাদি৷ দুই দিনৰ ভিতৰত মথুৰা-বৃন্দাবন ভ্ৰমণৰ প্লেন থাকিলে চাই লওক শ্ৰীকৃষ্ণৰ বাল্যলীলাৰ কেন্দ্ৰস্থল গোকুল, মহাবন, বলদেৱ, গোৱৰ্ধন, ৰাধাকুণ্ড, শ্ৰীৰাধাৰ জন্মস্থান বৰ্ষণা৷ নন্দৰজাৰ আৱাসস্থল নন্দগাওঁ, গোপীনাথ মন্দিৰ, গোবিন্দজি মন্দিৰ৷

মথুৰা বৃন্দাবন ভ্ৰমণৰ কিছু পৰামৰ্শ

১. ৰক্ষণশীল পোছাক পিন্ধক৷ ইয়াত বহুতো চোৰ-পকেটমাৰ আছে৷ বৃন্দাবনত বান্দৰৰ উৎপাত ভয়ানক সেয়ে চশমা, ছানগ্লাছ, মোবাইল, পাৰ্ছ খুব সাৱধানে ৰাখক৷ মূল্যবান সামগ্ৰী হোটেল বা থকা স্থানতেই থৈ তলা লগাই যাওক৷ আশেপাশে পৰিবেশক লৈ সচেতন হৈ থাকক৷

২. ইয়াৰ প্ৰতিটো মন্দিৰতেই পুৱা ৬বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে আৰু বিয়লী চাৰে ৪ বজাৰ পৰা নিশা ৯বজা পৰ্যন্ত খোলা থাকে৷

৩. দৰ্শনীয় স্থানৰ ওপৰিও যমুনা নদীত নৌকাবিহাৰৰ অভিজ্ঞতাও সুকীয়া৷ সন্ধিয়াৰ সময়ত যমুনাত চাকি উটোৱাই দিব পাৰে৷

৪. সমগ্ৰ দিনজুৰি চহৰ ফুৰিবৰ বাবে বাহন ভাড়াত পোৱা যায়৷ কম খৰচত ফুৰিব বিচাৰিলে অটো ভাড়া কৰক৷

থকা খোৱাৰ ব্যৱস্থা

মথুৰা আৰু বৃন্দাবনত থকাৰ বাবে বহু হোটেল, হোমষ্টে আৰু ধৰ্মশালা আছে৷ মন্দিৰ এলেকাৰ কাষত মথুৰা-বৃন্দাবনৰ স্থানীয় খাদ্য খাবলৈ পাব৷ এতিয়া গোলগাপ্পা বা ফুচকা, ৰাবড়ি, পেৰা, খাজা, পিঠা, কচুৰি আলুৰ তৰকাৰী, চিলা, লাছি ইত্যাদি জনপ্ৰিয়৷ ইয়াত আপুনি আমিষ খাদ্য নাপাব৷

কেনেকৈ বৃন্দাবনলৈ যাব?

মথুৰাৰ নিকটতম বিমানবন্দৰ হৈছে আগ্ৰা বিমানবন্দৰ৷ মূল চহৰৰ পৰা ইয়াৰ দূৰব্ত প্ৰায় ৬০ কিঃমিঃ৷ নিকটতম ষ্টেচন মথুৰা জংছন৷ দিল্লীৰ পৰা বাছ বা অন্য সৰু বাহনেৰে মথুৰা-বৃন্দাবনলৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?
জীৱনশৈলী

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

September 7, 2026
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু
জীৱনশৈলী

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

September 7, 2026
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ
জীৱনশৈলী

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

September 7, 2026
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

September 6, 2026
Next Post
২২ যাত্ৰী কঢ়িওৱা হেলিকপ্টাৰ নিৰুদ্দেশ! এতিয়াও কোনো সন্ধান নাই Mi-8 হেলিকপ্টাৰৰ

২২ যাত্ৰী কঢ়িওৱা হেলিকপ্টাৰ নিৰুদ্দেশ! এতিয়াও কোনো সন্ধান নাই Mi-8 হেলিকপ্টাৰৰ

ডাকঘৰৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক ২০ হাজাৰ টকা, কেনেকৈ কৰিব আৱেদন?

ডাকঘৰৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক ২০ হাজাৰ টকা, কেনেকৈ কৰিব আৱেদন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.