• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

3 weeks ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

5 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

6 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

7 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

7 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

8 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

9 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

9 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

10 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

10 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

12 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

FIFAৰ টিকট বিতৰণ ব্যৱস্থাক তীব্ৰ সমালোচনা

editor by editor
June 11, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, লেখা
0
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট
0
SHARES
266
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা আৰম্ভ হ’বলগীয়া FIFA বিশ্বকাপক লৈ সমগ্ৰ বিশ্বৰ ফুটবলপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। এই উৎসাহৰ মাজতেই ইংলেণ্ডৰ পিটাৰব’ৰ’ চহৰৰ ৬০ বছৰীয়া নেথান ৰিচাৰ্ডছনে নিজৰ পৰিয়ালসহ টৰণ্ট’ ভ্ৰমণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ৰিচাৰ্ডছনে এই ভ্ৰমণৰ বাবে প্ৰায় ১০,০০০ ডলাৰ অৰ্থাৎ ৭.৩ লাখ টকা ব্যয় কৰিও এই পৰ্যন্ত লাভ কৰা নাই এখনো খেলৰ টিকট। নিজৰ ৬০ বছৰীয়া জন্মদিনটো স্মৰণীয় কৰি ৰাখিবলৈ নেথান ৰিচাৰ্ডছনে পত্নী আৰু তিনিজন পুত্ৰক লগত লৈ ২১ জুনৰ পৰা ২৭ জুনলৈ টৰণ্ট’তে থাকিব। বিমানৰ ভাৰা, থকা-খোৱাৰ ব্যৱস্থা আৰু আন আন খৰচ মিলাই ইতিমধ্যে ৰিচাৰ্ডছনৰ প্ৰায় ১০,০০০ ডলাৰ ব্যয় হৈছে। তথাপিও তেওঁলোকৰ পৰিয়ালে কানাডাৰ টৰণ্ট’ত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ খেলসমূহৰ এখনো টিকট ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে তেওঁলোক নিৰাশাবাদী নহয়, কিবাকৈ এখন হলেও খেলৰ টিকট লাভ কৰে নেকি তাৰেই প্ৰচেষ্টা অব্যাহত ৰাখিছে দলটোৱে। ৰিচাৰ্ডছনে যে ২০০৬ চনত জাৰ্মানীত অনুষ্ঠিত FIFA বিশ্বকাপৰ সময়ৰ কথা স্মৰণ কৰি কয় যে উক্ত সময়তো তেওঁৰ হাতত খেলৰ এখনো টিকট নাছিল, তথাপিও বিশ্বকাপ অনুষ্ঠিত হোৱা চহৰত উৎসাহিত ফুটবলৰ অনুৰাগীৰ মাজত থকাটোও এটা অনন্য অভিজ্ঞতা।

কিয় এখনো খেলৰ টিকট ক্ৰয় কৰিব পৰা নাই ৰিচাৰ্জছনে?

কানাডাৰ টৰণ্ট’ত অনুষ্ঠিত হ’বলগীয়া ক্ৰোৱেছিয়া বনাম পানামা আৰু ছেনেগাল বনাম ইৰাকৰ খেল দুখনৰ টিকট FIFA-ৰ আনুষ্ঠানিক প্লেটফৰ্মত এতিয়াও উপলব্ধ আছে। কিন্তু প্ৰায়কেইখন মেচৰেই কেৱল প্ৰীমিয়াম আসনসমূহহে উপলব্ধ আছে যাৰ মূল্য প্ৰায় ৬০০ ডলাৰ অৰ্থাৎ ৪৪ হাজাৰ টকাকৈ। যিটো তেওঁৰ পৰিয়ালৰ ৫ গৰাকী সদস্যৰ বাবে ক্ৰয় কৰাটো তেওঁৰ পক্ষে সম্ভৱ নহয়। ৰিচাৰ্ডছনে FIFA-ৰ টিকট বিতৰণ ব্যৱস্থা আৰু অধিক মূল্য নিৰ্ধাৰণ নীতিৰ সমালোচনা কৰি কয় যে-ইয়াৰ ফলত সাধাৰণ ফুটবলপ্ৰেমীসকলৰ বাবে খেল উপভোগ কৰাটো অত্যন্ত ব্যয়বহুল হৈ পৰিছে।

কিয় আমেৰিকাৰ পৰিৱৰ্তে কানাডাক বাছনি কৰিলে পৰিয়ালটোৱে?

বিশ্বকাপ উপভোগ কৰিবলৈ ৰিচাৰ্ডছনৰ পৰিয়ালে আমেৰিকাৰ পৰিৱৰ্তে কানাডাক বাছনি কৰিছে। তেওঁলোকৰ মতে, আমেৰিকাৰ কঠোৰ নীতি আৰু সামগ্ৰিক পৰিৱেশৰ কথা বিবেচনা কৰিয়েই তেওঁলোকে টৰণ্ট’ক বাছি লৈছে। ৰিচাৰ্ডছনৰ ভাষ্য অনুসৰি, টৰণ্ট’ এখন অত্যন্ত মনোৰম চহৰ আৰু চহৰখন ফুটবল বিশ্বকাপৰ ইতিহাসৰ অংশ হ’ব পৰাটো নিজেই এক বিশেষ অভিজ্ঞতা। পৰিয়ালটোৱে চহৰখনৰ এটা Air bnb বুকিং কৰিছে, যাৰ বাবে প্ৰতিদিনে প্ৰায় ৩,০০০ ডলাৰ ব্যয় হৈছে।
খেলৰ টিকট নাপালেও তেওঁলোকে FIFA Fan Festival-ত অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে ফেন ফেষ্টিভেলৰ টিকট সংগ্ৰহ কৰাটোও তেওঁলোকৰ বাবে সহজ নাছিল। আৰম্ভণিতে তেওঁলোকৰ পছন্দৰ সকলো খেলৰ বাবে ফেন ফেষ্টিভেলৰ টিকট শেষ হৈ গৈছিল। কিন্তু পিছত চহৰ প্ৰশাসনে পৰ্যায়ক্ৰমে নতুন টিকট মুকলি কৰাৰ পিছত তেওঁলোকৰ সেই ক্ষেত্ৰত তেওঁলোকৰ ভাগ্য কিছু উদয় হয়।

এই প্ৰতিবেদনটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!
অপৰাধ

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

July 1, 2026
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল
জীৱনশৈলী

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

July 1, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

July 1, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
Next Post
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.