• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল আল্লু অৰ্জুনেই নহয়, পূৰ্বে কেইবাগৰাকী অভিনেতা-অভিনেত্ৰী যাব লগা হৈছে ৰঙাঘৰ

কেৱল আল্লু অৰ্জুনেই নহয়, পূৰ্বে কেইবাগৰাকী অভিনেতা-অভিনেত্ৰী যাব লগা হৈছে ৰঙাঘৰ

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কেৱল আল্লু অৰ্জুনেই নহয়, পূৰ্বে কেইবাগৰাকী অভিনেতা-অভিনেত্ৰী যাব লগা হৈছে ৰঙাঘৰ

editor by editor
December 13, 2024
in চিনেমা, বিবিধ, বিশ্ব, ভাৰত, সংগীত
0
কেৱল আল্লু অৰ্জুনেই নহয়, পূৰ্বে কেইবাগৰাকী অভিনেতা-অভিনেত্ৰী যাব লগা হৈছে ৰঙাঘৰ
0
SHARES
762
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল আল্লু অৰ্জুনেই নহয়, পূৰ্বে কেইবাগৰাকী অভিনেতা-অভিনেত্ৰী যাব লগা হৈছে ৰঙাঘৰ

সমগ্ৰ দেশতে তোলপাৰ লগাই থকা দক্ষিণৰ চিনেমা ‘পুষ্পা ২’ৰ তাৰকা আল্লু অৰ্জুনক আজি শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ৪ ডিচেম্বৰত হায়দৰাবাদত তেওঁৰ ছবিখনৰ প্ৰিমিয়াৰৰ সময়ত সংঘটিত হোৱা পদপিষ্টৰ ঘটনা সন্দৰ্ভত তেওঁক সোধা-পোছা কৰা হ’ব।

পাছে এয়া প্ৰথমবাৰৰ বাবে নহয় যে আৰক্ষীয়ে কোনো তাৰকাক গ্ৰেপ্তাৰ কৰিছে। আনকি বহুতে জেলতো থাকিবলগীয়া হৈছিল। তেনে কেইগৰাকীমান তাৰকা হৈছে-

সঞ্জয় দত্ত
১৯৯৩ চনত মুম্বাইত সংঘটিত বোমা বিস্ফোৰণৰ পিছতে গ্ৰেপ্তাৰ হৈছিল অভিনেতা সঞ্জয় দত্ত। বহু শুনানিৰ পাছত সঞ্জয় দত্তক অস্ত্ৰ আইনৰ অধীনত দোষী সাব্যস্ত কৰি পাঁচ বছৰৰ কাৰাদণ্ডৰ শাস্তি দিছিল। পাছত ভাল আচৰণৰ বাবে ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰি দিয়া হৈছিল অভিনেতাগৰাকীক।

ছলমান খান
১৯৯৮ চনত বলীউডৰ ভাইজান ছলমান খানকো গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাজস্থানৰ এখন গাঁৱত ছলমান খান আৰু তেওঁৰ ‘হাম সাথ সাথ হেই’ৰ সহ অভিনেতা ছেইফ আলী খান, টাবু আৰু সোণালী বেন্দ্ৰেৰ বিৰুদ্ধে কৃষ্ণসাৰ চিকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ছলমান খান। অৱশ্যে পাছত জামিন লাভ কৰে।

শ্বাহৰুখ খান
বলীউডৰ ৰজা শ্বাহৰুখ খানকো এবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আনকি খঙৰ বাবে জেললৈও যাবলগীয়া হৈছিল। শ্বাহৰুখ খানে নিজেই এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে। এজন সাংবাদিকক ভয় দেখুৱাই জেললৈ যাবলগীয়া হৈছিল শ্বাহৰুখ খান।

ৰিয়া চক্ৰৱৰ্তী
অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক ২০২০ চনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ তদন্তৰ মাজতে তেওঁৰ ড্ৰাগছ আসক্তিৰ সম্পৰ্ক থকাৰ অভিযোগৰ পিছতে গ্ৰেপ্তাৰ কৰা হয়। ড্ৰাগছ গোচৰৰ জেৰাৰ সময়ত সন্তোষজনক উত্তৰ নোপোৱাৰ বাবে নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৱে ৰিয়াক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ হোৱাৰ প্ৰায় এমাহৰ পিছত বম্বে উচ্চ ন্যায়ালয়ে ৰিয়াক জামিন মঞ্জুৰ কৰে।

আদিত্য পাঞ্চোলি
এখন হোটেলত বাউন্সাৰক ভাবুকি দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল অভিনেতা আদিত্য পাঞ্চোলি। অৱশ্যে সেইদিনাই তেওঁক মুকলি কৰি দিয়া হৈছিল। পিছত ২০০৫ চনত চুবুৰীয়াৰ লগত কাজিয়া কৰাৰ অপৰাধত ১ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

অক্ষয় কুমাৰ-টুংকল খান্না
অভিনেতা অক্ষয় কুমাৰো জেললৈ গৈছে। ২০০৯ চনত লাকমে ফেশ্বন উইকত ৰেম্পত খোজ কাঢ়ি থকা অক্ষয়ে তাত উপস্থিত থকা পত্নী টুইংকলক কিবা এটা ইংগিত দিলে আৰু টুইংকলে জিন্সৰ জিপটো খুলি বন্ধ কৰি দিলে। ইয়াৰ ওপৰত আপত্তি প্ৰকাশ কৰি এগৰাকী সমাজকৰ্মীয়ে অক্ষয়-টুইংকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অৱশ্যে লগে লগে জামিন লাভ কৰে।

জন আব্ৰাহাম
২০০৬ চনত অভিনেতা জন আব্ৰাহামে ৫ দিন কাৰাগাৰত কটাবলগীয়া হৈছিল। জনে বাইকেৰে দুজন লোকক খুন্দা মাৰিছিল, তাৰ পিছত তেওঁৰ বিৰুদ্ধে গাফিলতিৰে গাড়ী চলোৱাৰ গোচৰ ৰুজু কৰা হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ActorsBollywoodIndian Star Police CasePolice Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
বিশ্বৰ ১৬শতাংশ মাটিৰ মালিক এই পৰিয়ালটোৱেই! সম্পত্তিৰ পৰিমাণ শুনিলে চমকি উঠিব আপুনি

বিশ্বৰ ১৬শতাংশ মাটিৰ মালিক এই পৰিয়ালটোৱেই! সম্পত্তিৰ পৰিমাণ শুনিলে চমকি উঠিব আপুনি

পুষ্পা-২ৰ প্ৰিমিয়াৰেই লগাইছে আওল! কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ আল্লু? নায়কৰ বিৰুদ্ধে অভিযোগ কি?

পুষ্পা-২ৰ প্ৰিমিয়াৰেই লগাইছে আওল! কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ আল্লু? নায়কৰ বিৰুদ্ধে অভিযোগ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.