• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুষ্পা-২ৰ প্ৰিমিয়াৰেই লগাইছে আওল! কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ আল্লু? নায়কৰ বিৰুদ্ধে অভিযোগ কি?

পুষ্পা-২ৰ প্ৰিমিয়াৰেই লগাইছে আওল! কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ আল্লু? নায়কৰ বিৰুদ্ধে অভিযোগ কি?

2 years ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

22 minutes ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

50 minutes ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

1 hour ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

1 hour ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

1 hour ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

2 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

3 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

4 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

5 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

6 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

7 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পুষ্পা-২ৰ প্ৰিমিয়াৰেই লগাইছে আওল! কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ আল্লু? নায়কৰ বিৰুদ্ধে অভিযোগ কি?

পুষ্পা-২ৰ প্ৰিমিয়াৰেই লগাইছে আওল! কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ আল্লু? নায়কৰ বিৰুদ্ধে অভিযোগ কি?

editor by editor
December 13, 2024
in অপৰাধ, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পুষ্পা-২ৰ প্ৰিমিয়াৰেই লগাইছে আওল! কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ আল্লু? নায়কৰ বিৰুদ্ধে অভিযোগ কি?
0
SHARES
254
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুকুৰবাৰে অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ পুষ্পা-২ৰ প্ৰিমিয়াৰলৈ আহি ভীৰৰ মাজত পদপিষ্ট হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ৷ সেই ঘটনাৰ প্ৰেক্ষিতত আজি তেলেগু অভিনেতা আল্লুৰ ঘৰত উপস্থিত হয় আৰক্ষী৷ তেওঁক ঘৰৰ পৰা আৰক্ষীয়ে লৈ আনে হায়দৰাবাদৰ চিক্কাদপল্লী থানালৈ৷

কিন্তু সেইদিনা কি ভুল কৰিছিল আল্লু অৰ্জূনে? কি ভুলৰ বাবে থানাত আহিবলগা হৈছে আল্লু? মহিলাৰ মৃত্যুৰ সৈতে আল্লু গ্ৰেপ্তাৰৰ সংযোগ কি? একাধিক প্ৰশ্নৰ উত্তৰ বিচাৰি নেটিজেনে চাৰ্ছ কৰিছে গুগল৷ প্ৰকৃততে সেইদিনা পুষ্পা-২ৰ প্ৰিমিয়াৰ শ্ব’ আছিল৷ প্ৰিমিয়াৰ চাবলৈ হায়দৰাবাদত সেই সন্ধিয়া থিয়েটাৰত বিপুল ভিৰ হৈছিল৷ উপস্থিত আছিল খোদ ছবিৰ নায়ক আল্লু৷ তাৰকাক দেখাৰ আগ্ৰহতে দৰ্শ আৰু অনুৰাগীসকলে হেঁতাউপৰা লগাইছিল৷ ৩৯ বছৰ বয়সীয়া ৰেৱতীয়েও তেওঁৰ সন্তানক লৈ প্ৰিমিয়াৰ চাবলৈ আহিছিল৷ ভিৰত পদপিষ্টৰ দৰে পৰিস্থিতি হ’ল৷ ফলত সেই স্থানতেই উশাহবন্ধ হৈ মৃত্যু হয় ৰেৱতী নামৰ সেই মহিলাগৰাকীৰ৷ গুৰুতৰভাৱে অসুস্থ অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় তেওঁলোকৰ ৮বছৰীয়া সন্তানক৷ ঘটনাটিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকীও লোক৷ ঘটনাস্থলত উপযুক্ত নিৰাপত্তাৰ গাফিলতিৰ অভিযোগ আনিছে মৃতকৰ পৰিয়ালে৷

ইয়াৰপাছতেই সংশ্লিষ্ট প্ৰেক্ষাগৃহ কৰ্তৃপক্ষ, আল্লু আৰু তেওঁৰ নিৰাপত্তাৰ দায়িত্বত থকা টিমৰ বিৰুদ্ধে একাধিক ধাৰাত গোচৰ ৰুজু কৰা হয়৷ সেই গোচৰৰ ভিত্তিতেই পুষ্পাৰ অভিনেতা আল্লুক গ্ৰেপ্তাৰ কৰা হৈছে৷ যদিও এই দুৰ্ঘটনাৰ পাছত শোকপ্ৰকাশ কৰি এটা ভিডিঅ’ বাৰ্তা দিছিল আল্লু অৰ্জুনেও৷ তেওঁ কৈছিল, ‘ঘটনাত মানসিকভাৱে ভাঙি পৰিছিলো৷ এই প্ৰতিক্ৰিয়া দিয়াত কিছু পলম হৈছে৷ স্থিতাবস্থাত উভতি আহিবলৈ মোৰো সময় লাগিছে৷ বিষয়টো মই এতিয়াও বিশ্বাস কৰিব পৰা নাই৷ যি ঘটিছে সেয়া জনাৰ পাছত নিজকে বুজাব পৰা নাই৷ অত্যন্ত মৰ্মাহত হৈ পৰিছো৷’ এই দুখবাৰ্তা শ্বেয়াৰ কৰিও কিন্তু শেষৰক্ষা নহ’ল আল্লু অৰ্জূনৰ৷ তেওঁৰ বিৰুদ্ধে BNS ১০৫ আৰু ১১৮ৰ গোচৰ ৰুজু হৈছে৷ শুকুৰবাৰে হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেতাজনক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!
উত্তৰ-পূব

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

August 19, 2026
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball
বিনোদন

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

August 19, 2026
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?
ভাৰত

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

August 19, 2026
Next Post
বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন, প’ষ্ট অফিচৰ এই স্কিম জানেনে?

বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন, প’ষ্ট অফিচৰ এই স্কিম জানেনে?

আবেদন কৰিলেও সকলোৱে নাপাব আধাৰ কাৰ্ড! কোনে কোনে নাপাব আধাৰ? ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ

আবেদন কৰিলেও সকলোৱে নাপাব আধাৰ কাৰ্ড! কোনে কোনে নাপাব আধাৰ? ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.