• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ ১৬শতাংশ মাটিৰ মালিক এই পৰিয়ালটোৱেই! সম্পত্তিৰ পৰিমাণ শুনিলে চমকি উঠিব আপুনি

বিশ্বৰ ১৬শতাংশ মাটিৰ মালিক এই পৰিয়ালটোৱেই! সম্পত্তিৰ পৰিমাণ শুনিলে চমকি উঠিব আপুনি

2 years ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

3 minutes ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

1 hour ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

2 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

3 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

4 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

4 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

5 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

14 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

15 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

16 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

16 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশ্বৰ ১৬শতাংশ মাটিৰ মালিক এই পৰিয়ালটোৱেই! সম্পত্তিৰ পৰিমাণ শুনিলে চমকি উঠিব আপুনি

বিশ্বৰ ১৬শতাংশ মাটিৰ মালিক এই পৰিয়ালটোৱেই! সম্পত্তিৰ পৰিমাণ শুনিলে চমকি উঠিব আপুনি

editor by editor
December 13, 2024
in জীৱনশৈলী, বিশ্ব
0
বিশ্বৰ ১৬শতাংশ মাটিৰ মালিক এই পৰিয়ালটোৱেই! সম্পত্তিৰ পৰিমাণ শুনিলে চমকি উঠিব আপুনি
0
SHARES
224
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশাল অৰণ্য, বিস্তৃত সমুদ্ৰ বীচ্চ, চহৰাঞ্চলৰ ডাঙৰ ডাঙৰ প্ৰপাৰ্টি, গাওঁ একোৱেই বাদ নপৰে৷ হিচাপ অনুসৰি উত্তৰৰ পৰা দক্ষিণ আৰু পূৱ আৰু পশ্চিম সকলো দিশতেই আছে তেওঁলোকৰ মাটি৷ বিশ্বৰ সকলোতকৈ ডাঙৰ লেণ্ডলৰ্ড বুলি তেওঁক কোৱা হয়৷ তথ্য অনুসৰি বিশ্বৰ ১৬শতাংশ মাটিৰ মালিক তেওঁলোক৷ আয়তনত ব্ৰাজিলৰ তিনিগুণ সম্পত্তি তেওঁলোকৰ৷ আৰু এই বিশাল পৰিমাণৰ মাটি সম্পত্তি চোৱাচিতা কৰে তেওঁলোকৰ সংস্থা ক্ৰাউন এষ্টেটে৷ এই বিশেষ ব্যক্তি কোন?

এই বিপুল সম্পত্তিৰ মালিক যি পৰিয়াল তেওঁলোকৰ মূলত এটা ৰাজপৰিয়াল৷ আৰু বিশ্বৰ দৰবাৰত বহুল চৰ্চিত আৰু পৰিচিত৷ এক সময়ত প্ৰায় অৰ্ধেক বিশ্ব তেওঁলোকৰ হাতত৷ বহু দেশতেই তেওঁলোকে নিজকে ৰজা বুলি দাবী কৰে৷ সেই ৰাজ পৰিয়াল আন কোনো নহয় সেয়া ব্ৰিটেইনৰ ৰাজ পৰিয়াল৷ ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছ আৰু ব্ৰিটেইন ৰাজ পৰিয়ালে এই বিপুল সম্পত্তিৰ মালিক৷ ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পাছত বংশানুক্ৰমে সম্পত্তিৰ মালিকানাধীন পাইছে ৰজা তৃতীয় চাৰ্লছে৷

অৱশ্যে এই বিপুল সম্পত্তি তেওঁলোকৰ হলেও এয়া ব্যক্তিগত সম্পত্তি বুলি ধৰা নহয়৷ এই সম্পত্তি ৰাজ পৰিয়ালৰ৷ তেওঁ যিমানদিন ৰজাৰ আসনত সিমানদিন এই সম্পত্তিৰ মালিক তেওঁ. আন্তৰ্জাতিক স্তৰৰ একাধিক সমীক্ষাৰ তথ্য যে ৰজা তৃতীয় চাৰ্লছ বিশ্বজুৰি ৬.৬বিলিয়ন একৰ মাটি আৰু সম্পত্তিৰ মালিক৷

বিশ্বৰ মুঠ ১৬.৬শতাংশ মাটি ব্ৰিটিছ ৰাজপৰিয়ালৰ৷ এই মাটিসমূহ আছে গ্ৰেট ব্ৰিটেইন, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, স্কটলেণ্ড, ৱেলছ, কানাডাসহ বহু দেশত৷ ১১৫০০০ একৰ মাটি আৰু ইয়াৰ মাজত কৃষিভূমি আৰু বনাঞ্চলো আছে৷ সম্পত্তিৰ হিচাপৰ নিৰিখত ব্ৰিটিছ ৰাজপৰিয়ালৰ পাছতেই আহিছে ছৌদি আৰৱৰ বাদশ্বাহ আব্দুল্লাহ তেওঁৱো ব্যক্তিগতভাৱে বিশাল সম্পত্তিৰ মালিক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

September 17, 2026
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?
জীৱনশৈলী

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

September 17, 2026
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?
জীৱনশৈলী

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

September 17, 2026
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন
জীৱনশৈলী

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

September 17, 2026
Next Post
পুষ্পা-২ৰ প্ৰিমিয়াৰেই লগাইছে আওল! কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ আল্লু? নায়কৰ বিৰুদ্ধে অভিযোগ কি?

পুষ্পা-২ৰ প্ৰিমিয়াৰেই লগাইছে আওল! কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ আল্লু? নায়কৰ বিৰুদ্ধে অভিযোগ কি?

বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন, প’ষ্ট অফিচৰ এই স্কিম জানেনে?

বিনিয়োগ মাত্ৰ ৫ হাজাৰ, ৰিটাৰ্ণ পাব ৩লাখ ৫০ হাজাৰতকৈয়ো অধিক ধন, প’ষ্ট অফিচৰ এই স্কিম জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.