• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ পেঞ্চিল, ৰবৰ, মেগী দামী হৈ গ’ল, মোদীজী মই এতিয়া কি কৰোঁ’

‘মোৰ পেঞ্চিল, ৰবৰ, মেগী দামী হৈ গ’ল, মোদীজী মই এতিয়া কি কৰোঁ’

3 years ago
বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

1 hour ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

2 hours ago
কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

2 hours ago
iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

3 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

3 hours ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

4 hours ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

5 hours ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

6 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

8 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

9 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

12 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

‘মোৰ পেঞ্চিল, ৰবৰ, মেগী দামী হৈ গ’ল, মোদীজী মই এতিয়া কি কৰোঁ’

প্ৰধানমন্ত্ৰীলৈ কণমানি ছাত্ৰীৰ চিঠি, দেশজুৰি ভাইৰেল

editor by editor
August 1, 2022
in Uncategorized
0
‘মোৰ পেঞ্চিল, ৰবৰ, মেগী দামী হৈ গ’ল, মোদীজী মই এতিয়া কি কৰোঁ’
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকাল চলি আছে৷ শাসনলৈ অহাৰ পূৰ্বে দেশবাসীক মূল্যবৃদ্ধি নিয়ন্ত্ৰণকে ধৰি বহু প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু সেই প্ৰতিশ্ৰুতি যেন প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল৷ দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰিছে৷ শেহতীয়াভাৱে হাস্পতালৰ ৰোগীৰ বিছনাকে ধৰি চাউল, দৈ-চিৰা, গুৰতো GST আৰোপ কৰি দেশবাসীৰ মূৰত ৰামটাঙোন শোধাইছে৷ আনকি শিক্ষাৰ্থীৰ স্কুলীয়া সামগ্ৰীতো GST আৰোপ কৰিছে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷

তেনে সময়তে এগৰাকী প্ৰথম শ্ৰেণীৰ কণমানি ছাত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ লিখা এখন পত্ৰই দেশজুৰি চৰ্চা লাভ কৰিছে৷ উত্তৰ প্ৰদেশৰ কান্নুজৰ বাসিন্দা কৃতী ডুবেই নামৰ ৬ বছৰীয়া ছাত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰযোগে কৈছে যে ‘মোৰ পেঞ্চিল, ৰবৰ আৰু মেগী ব্যয়বহুল হৈ পৰিছে।’

মূল্যবৃদ্ধিৰ বাবে অসুবিধাৰ সন্মুখীন হোৱা ছাত্ৰীগৰাকীয়ে পত্ৰখনত লিখিছে— ‘প্ৰধানমন্ত্ৰী, মোৰ নাম কৃতী ডুবে। প্ৰথম শ্ৰেণীত পঢ়ো। মোদী জী আপুনি বহুত মূল্যবৃদ্ধি কৰিছে। আনকি পেঞ্চিল, ৰবৰো দাম বঢ়াই দিছে৷ মেগীৰ দামো বৃদ্ধি পাইছে। এতিয়া পেঞ্চিল বিচাৰিলে মায়ে মোক মাৰধৰ কৰে৷। মই কি কৰিম? ল’ৰা-ছোৱালীয়ে মোৰ পেঞ্চিল চুৰি কৰে।’

হিন্দীত লিখা চিঠিখন এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ছাত্ৰীগৰাকীৰ পিতৃ বিশাল ডুবে পেছাত এগৰাকী উকীল৷ পিতৃ ডুবেয়ে কন্যাৰ পত্ৰ সন্দৰ্ভত কয় যে এইখন মোৰ ছোৱালীৰ ‘মন কী বাত’। শেহতীয়াকৈ স্কুলত পেঞ্চিল হেৰোৱাৰ বাবে মাকে তাইক খং কৰিছিল৷ যাৰ বাবে তাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছে৷

ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কণমানি ছোৱালীজনীৰ চিঠিৰ বিষয়ে জানিবলৈ পাৰি ছিব্ৰামাউৰ এছডিএম অশোক কুমাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে মই কণমানিজনীক যিকোনো প্ৰকাৰে সহায় কৰিবলৈ সাজু আৰু তেওঁৰ চিঠিখন যাতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰলৈ যায়, তাৰ বাবে মই যৎপৰোনাস্তি চেষ্টা কৰিম।

যি হওক কণমানিগৰাকীয়ে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত দেশজুৰি চৰ্চা লাভ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক
Uncategorized

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

December 16, 2025
মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?
Uncategorized

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

November 18, 2025
পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?
Uncategorized

পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?

October 14, 2025
ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো – “বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)ঃ সৃজনী ভাস্ব মহন্ত
Uncategorized

ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো – “বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)ঃ সৃজনী ভাস্ব মহন্ত

September 25, 2025
Next Post
এক বিংশ শতিকাৰ বিকশিত ভাৰতৰ নমুনা! এম্বুলেন্স নাই, পুত্ৰই বাইকতে লৈ গ’ল মাতৃৰ মৃতদেহ

এক বিংশ শতিকাৰ বিকশিত ভাৰতৰ নমুনা! এম্বুলেন্স নাই, পুত্ৰই বাইকতে লৈ গ’ল মাতৃৰ মৃতদেহ

গণিত আৰু বিজ্ঞান বিষয়ৰ মাধ্যম বিতৰ্ক; কি ক’লে মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই?

গণিত আৰু বিজ্ঞান বিষয়ৰ মাধ্যম বিতৰ্ক; কি ক’লে মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.