• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গণিত আৰু বিজ্ঞান বিষয়ৰ মাধ্যম বিতৰ্ক; কি ক’লে মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই?

গণিত আৰু বিজ্ঞান বিষয়ৰ মাধ্যম বিতৰ্ক; কি ক’লে মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই?

4 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

2 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

3 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

3 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

5 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

5 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

6 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

7 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

7 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

8 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

9 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

9 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

গণিত আৰু বিজ্ঞান বিষয়ৰ মাধ্যম বিতৰ্ক; কি ক’লে মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই?

editor by editor
August 1, 2022
in অসম, শিক্ষা
0
গণিত আৰু বিজ্ঞান বিষয়ৰ মাধ্যম বিতৰ্ক; কি ক’লে মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই?
0
SHARES
642
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম চৰকাৰে তৃতীয় শ্ৰেণী পৰা দ্বাদশ শ্ৰেণীলৈকে গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম শিক্ষাদান কৰা হ’ব বুলি সদৰী কৰাৰ লগে লগে ৰাজ্যজুৰি তুমুল বিতৰ্কৰ সৃষ্টি হৈছে৷

ৰাজ্যৰ বৌদ্ধিক সমাজ, আৰু অসম সাহিত্য সভাই চৰকাৰে মাতৃভাষাৰ প্ৰতি আওকণীয়া মনোভাৱ পোষণ কৰি এইদৰে হঠকাৰী সিদ্ধান্ত লোৱা বুলি বিষোদগাৰ প্ৰকাশ কৰিছে৷ আনকি ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলবোৰেও চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে৷

সামাজিক মাধ্যমতো অধিকাংশ সচেতন নেট-নাগৰিকে চৰকাৰৰ সিদ্ধান্তক বিৰোধ কৰি মাতৃভাষাতে গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ৰ শিক্ষাদান কৰিব লাগে বুলি স্পষ্টভাৱে মতপ্ৰকাশ কৰিছে৷

লগতে পঢ়ক ‘মোৰ পেঞ্চিল, ৰবৰ, মেগী দামী হৈ গ’ল, মোদীজী মই এতিয়া কি কৰোঁ’

এনে বিতৰ্কৰ ধামখুমীয়াতে ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰা মেধাৱী তথা সমাজ সচতেন ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাইও নিজৰ মতামত প্ৰকাশ কৰিছে৷

এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত মতপ্ৰকাশ কৰি মেধাৱী ছাত্ৰগৰাকীয়ে কয় যে তৃতীয় শ্ৰেণীৰ পৰাই যদি ছাত্ৰ-ছাত্ৰীয়ে গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়িবলৈ পাই তেন্তে আগলৈ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হ’ব।

লগতে পঢ়ক গোপন কেমেৰাৰে পেহীয়েকৰ অবৈধ যৌনাচাৰ ৰেকৰ্ডিং, ২৫ লাখ টকা দাবী দুই প্ৰেমাস্পদৰ

অসম কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনাই মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই লগতে কয়  দশম শ্ৰেণীলৈকে অসমীয়া মাধ্যমত পঢ়ি হঠাৎ একাদশ শ্ৰেণীত ইংৰাজী মাধ্যম পঢ়িবলৈ ল’লে ছাত্ৰ-ছাত্ৰী যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেয়েহে আৰম্ভণিৰ পৰাই যদি গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়িবলৈ পায়, তেন্তে বিশেষ সুবিধা হ’ব।

সমাজ সচেতন ছাত্ৰগৰাকীৰ মতে এই সিদ্ধান্তই উঠি অহা প্ৰজন্মক যথেষ্টখিনি অনুপ্ৰাণিত কৰাৰ লগতে বিদ্যায়তনিক ক্ষেত্ৰত আগবঢ়াত সহায় কৰিব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDritiraj Bastab Kalita
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?
অসম

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

September 1, 2026
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?
অসম

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

September 1, 2026
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

August 30, 2026
Next Post
পত্নীক সদায় নিশা নিশা অত্যাচাৰ স্বামীৰ! স্বামীক কুঠাৰেৰ ঘপিয়াই থানা পালাগৈ পত্নী

পত্নীক সদায় নিশা নিশা অত্যাচাৰ স্বামীৰ! স্বামীক কুঠাৰেৰ ঘপিয়াই থানা পালাগৈ পত্নী

নাবালিকাক ধৰ্ষণ, প্ৰাক্তন মাদ্ৰাছা শিক্ষকসহ অন্য এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

নাবালিকাক ধৰ্ষণ, প্ৰাক্তন মাদ্ৰাছা শিক্ষকসহ অন্য এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.