• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ পেঞ্চিল, ৰবৰ, মেগী দামী হৈ গ’ল, মোদীজী মই এতিয়া কি কৰোঁ’

‘মোৰ পেঞ্চিল, ৰবৰ, মেগী দামী হৈ গ’ল, মোদীজী মই এতিয়া কি কৰোঁ’

4 years ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

9 minutes ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

20 minutes ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

2 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

3 hours ago
পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

3 hours ago
বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

4 hours ago
বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

7 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

আজি শিৱৰ কৃপা থাকিব ৫ ৰাশিৰ ওপৰত, খুলিব ভাগ্যৰ দুৱাৰ!

8 hours ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

17 hours ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

18 hours ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

‘মোৰ পেঞ্চিল, ৰবৰ, মেগী দামী হৈ গ’ল, মোদীজী মই এতিয়া কি কৰোঁ’

প্ৰধানমন্ত্ৰীলৈ কণমানি ছাত্ৰীৰ চিঠি, দেশজুৰি ভাইৰেল

editor by editor
August 1, 2022
in Uncategorized
0
‘মোৰ পেঞ্চিল, ৰবৰ, মেগী দামী হৈ গ’ল, মোদীজী মই এতিয়া কি কৰোঁ’
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকাল চলি আছে৷ শাসনলৈ অহাৰ পূৰ্বে দেশবাসীক মূল্যবৃদ্ধি নিয়ন্ত্ৰণকে ধৰি বহু প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু সেই প্ৰতিশ্ৰুতি যেন প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল৷ দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰিছে৷ শেহতীয়াভাৱে হাস্পতালৰ ৰোগীৰ বিছনাকে ধৰি চাউল, দৈ-চিৰা, গুৰতো GST আৰোপ কৰি দেশবাসীৰ মূৰত ৰামটাঙোন শোধাইছে৷ আনকি শিক্ষাৰ্থীৰ স্কুলীয়া সামগ্ৰীতো GST আৰোপ কৰিছে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷

তেনে সময়তে এগৰাকী প্ৰথম শ্ৰেণীৰ কণমানি ছাত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ লিখা এখন পত্ৰই দেশজুৰি চৰ্চা লাভ কৰিছে৷ উত্তৰ প্ৰদেশৰ কান্নুজৰ বাসিন্দা কৃতী ডুবেই নামৰ ৬ বছৰীয়া ছাত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰযোগে কৈছে যে ‘মোৰ পেঞ্চিল, ৰবৰ আৰু মেগী ব্যয়বহুল হৈ পৰিছে।’

মূল্যবৃদ্ধিৰ বাবে অসুবিধাৰ সন্মুখীন হোৱা ছাত্ৰীগৰাকীয়ে পত্ৰখনত লিখিছে— ‘প্ৰধানমন্ত্ৰী, মোৰ নাম কৃতী ডুবে। প্ৰথম শ্ৰেণীত পঢ়ো। মোদী জী আপুনি বহুত মূল্যবৃদ্ধি কৰিছে। আনকি পেঞ্চিল, ৰবৰো দাম বঢ়াই দিছে৷ মেগীৰ দামো বৃদ্ধি পাইছে। এতিয়া পেঞ্চিল বিচাৰিলে মায়ে মোক মাৰধৰ কৰে৷। মই কি কৰিম? ল’ৰা-ছোৱালীয়ে মোৰ পেঞ্চিল চুৰি কৰে।’

হিন্দীত লিখা চিঠিখন এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ছাত্ৰীগৰাকীৰ পিতৃ বিশাল ডুবে পেছাত এগৰাকী উকীল৷ পিতৃ ডুবেয়ে কন্যাৰ পত্ৰ সন্দৰ্ভত কয় যে এইখন মোৰ ছোৱালীৰ ‘মন কী বাত’। শেহতীয়াকৈ স্কুলত পেঞ্চিল হেৰোৱাৰ বাবে মাকে তাইক খং কৰিছিল৷ যাৰ বাবে তাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছে৷

ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কণমানি ছোৱালীজনীৰ চিঠিৰ বিষয়ে জানিবলৈ পাৰি ছিব্ৰামাউৰ এছডিএম অশোক কুমাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে মই কণমানিজনীক যিকোনো প্ৰকাৰে সহায় কৰিবলৈ সাজু আৰু তেওঁৰ চিঠিখন যাতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰলৈ যায়, তাৰ বাবে মই যৎপৰোনাস্তি চেষ্টা কৰিম।

যি হওক কণমানিগৰাকীয়ে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত দেশজুৰি চৰ্চা লাভ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
এক বিংশ শতিকাৰ বিকশিত ভাৰতৰ নমুনা! এম্বুলেন্স নাই, পুত্ৰই বাইকতে লৈ গ’ল মাতৃৰ মৃতদেহ

এক বিংশ শতিকাৰ বিকশিত ভাৰতৰ নমুনা! এম্বুলেন্স নাই, পুত্ৰই বাইকতে লৈ গ’ল মাতৃৰ মৃতদেহ

গণিত আৰু বিজ্ঞান বিষয়ৰ মাধ্যম বিতৰ্ক; কি ক’লে মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই?

গণিত আৰু বিজ্ঞান বিষয়ৰ মাধ্যম বিতৰ্ক; কি ক’লে মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.