• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোপন কেমেৰাৰে পেহীয়েকৰ অবৈধ যৌনাচাৰ ৰেকৰ্ডিং, ২৫ লাখ টকা দাবী দুই প্ৰেমাস্পদৰ

গোপন কেমেৰাৰে পেহীয়েকৰ অবৈধ যৌনাচাৰ ৰেকৰ্ডিং, ২৫ লাখ টকা দাবী দুই প্ৰেমাস্পদৰ

4 years ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

6 minutes ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

47 minutes ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

2 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

2 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

3 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

3 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

4 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

5 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

5 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

6 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গোপন কেমেৰাৰে পেহীয়েকৰ অবৈধ যৌনাচাৰ ৰেকৰ্ডিং, ২৫ লাখ টকা দাবী দুই প্ৰেমাস্পদৰ

editor by editor
July 30, 2022
in অপৰাধ, ভাৰত
0
গোপন কেমেৰাৰে পেহীয়েকৰ অবৈধ যৌনাচাৰ ৰেকৰ্ডিং, ২৫ লাখ টকা দাবী দুই প্ৰেমাস্পদৰ
0
SHARES
55.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেহীয়েকৰ অবৈধ সম্পৰ্ক তথা পৰ পুৰুষৰ সৈতে লিপ্ত হোৱা যৌনতাৰ ৰেকৰ্ডিং কৰি দুই প্ৰেমাস্পদে ব্লেকমেইল কৰিবলৈ গৈ জে’ল হাজোতলৈ যাবলগীয়া হৈছে৷

ঘটনাটো বাংগালুৰুৰ৷ চহৰখনৰ উষা নামৰ ২৫ বছৰীয়া যুৱতীগৰাকীয়ে নিজৰ পেহীয়েকৰ পৰকীয়া প্ৰেমৰ বিষয়ে সম্ভেদ লাভ কৰে৷বিগত ১০ টা বছৰে পেহীয়েকৰ অন্য পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক আছিল৷

এই বিষয়ে সম্ভেদ লাভ কৰাৰ পিছতে ভতিজী উষাই প্ৰেমিক তথা ভাৱী স্বামী ২৮ বছৰীয়া সুৰেশ বাবুৰ সৈতে মিলি গোপন কেমেৰাৰে পেহীয়েকৰ পৰ পুৰুষজনৰ শাৰীৰিক সম্পৰ্কৰ ভিডিঅ’ ৰেকৰ্ডিং কৰে৷

লগতে পঢ়ক সুন্দৰী পত্নীক সন্দেহ, এচিড আক্ৰমণেৰে হত্যা, স্বামীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ

ইয়াৰ পিছতে ভতিজী উষাই অচিনাকী নম্বৰৰ পৰা পেহীয়েকলৈ মোবাইলৰ হোৱাটছএপত সেই ভিডিঅ’ প্ৰেৰণ কৰি ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে৷ ভতিজী উষাই একেটা নম্বৰৰ পৰা মেচেজতে কয় যে যদি ২৫ লাখ টকা নিদিয়ে তেনে এই ভিডিঅ’সমূহ পেহাকৰ লগতে পৰিয়ালৰ সকলোলৈকে প্ৰেৰণ কৰাৰ ভাবুকি দিয়ে৷

প্ৰথমতে পেহীয়েকে বুজি পোৱা নাছিল যে সমগ্ৰ বিষয়টোত নিজেই উষা জড়িত হৈ আছে। কিন্তু ২৫ লাখ টকা সংগ্ৰহ কৰিব নোৱাৰি ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চাপে। যিটো নম্বৰৰ পৰা ভিডিঅ’ মেছেজটো আহিল আৰক্ষীয়ে ট্ৰেচ কৰে। আৰক্ষীয়ে ট্ৰেচ কৰি গম পায় যে সেই নম্বৰটো উষাৰ।

লগতে পঢ়ক বনকৰা মানুহৰ সৈতে প্ৰেম মালিকনী! বিয়া পাতি স্বামীক মাতে চালমান খান!

প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জনোৱা মতে, অভিযোগকাৰীয়ে তেওঁৰ ভতিজীক তেওঁৰ বিবাহৰ বাহিৰৰ সম্পৰ্কৰ বিষয়ে জনাইছিল। আৰু সেই কথা গম পোৱাৰ পিছতে ঊষাই ভাবী স্বামীৰে মিলি পেহীয়েকক ব্লেকমেইল কৰাৰ ষড়যন্ত্ৰৰ ৰচনা কৰিলে।

উষাই পেহীয়েকক এখন চিনাকি হোটেলত প্ৰেমিকক সাক্ষাৎ কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ পূৰ্বে উষাৰ ভাবী স্বামী সুৰেশে সেই হোটেলৰ নিৰ্দিষ্ট কোঠাটোত দুটা গোপন কেমেৰা স্থাপন কৰি থৈছিল।

এইদৰেই ভতিজী আৰু তেওঁৰ ভাবী স্বামীয়ে নিজৰ পেহীয়েকক ব্লেকমেইল কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া  হয়৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamextra marital affair
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন
অপৰাধ

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

September 22, 2026
Next Post
‘মোৰ পেঞ্চিল, ৰবৰ, মেগী দামী হৈ গ’ল, মোদীজী মই এতিয়া কি কৰোঁ’

‘মোৰ পেঞ্চিল, ৰবৰ, মেগী দামী হৈ গ’ল, মোদীজী মই এতিয়া কি কৰোঁ’

এক বিংশ শতিকাৰ বিকশিত ভাৰতৰ নমুনা! এম্বুলেন্স নাই, পুত্ৰই বাইকতে লৈ গ’ল মাতৃৰ মৃতদেহ

এক বিংশ শতিকাৰ বিকশিত ভাৰতৰ নমুনা! এম্বুলেন্স নাই, পুত্ৰই বাইকতে লৈ গ’ল মাতৃৰ মৃতদেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.