• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দ্বিতীয়বাৰ UPSC দিয়েই নৱম ৰেংক! মাত্ৰ ২৩ বছৰ বয়সতেই IAS অফিচাৰ, কণিকাৰ সাফল্যৰ ৰহস্য কি?

দ্বিতীয়বাৰ UPSC দিয়েই নৱম ৰেংক! মাত্ৰ ২৩ বছৰ বয়সতেই IAS অফিচাৰ, কণিকাৰ সাফল্যৰ ৰহস্য কি?

3 years ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

48 minutes ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 hour ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 hour ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

20 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

21 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

21 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

22 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

23 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

23 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

24 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

24 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দ্বিতীয়বাৰ UPSC দিয়েই নৱম ৰেংক! মাত্ৰ ২৩ বছৰ বয়সতেই IAS অফিচাৰ, কণিকাৰ সাফল্যৰ ৰহস্য কি?

editor by editor
June 15, 2023
in জীৱনশৈলী, ভাৰত, শিক্ষা
0
দ্বিতীয়বাৰ UPSC দিয়েই নৱম ৰেংক! মাত্ৰ ২৩ বছৰ বয়সতেই IAS অফিচাৰ, কণিকাৰ সাফল্যৰ ৰহস্য কি?
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সপ্তম শ্ৰেণীত পঢ়ি থকাৰ পৰাই মন স্থিৰ কৰিছিল UPSC পৰীক্ষা দিব। পৰবৰ্তীসময়ত সেইমতেই পঢ়াশুনাও চলাই গৈছিল। ১০ বছৰ ধৰি কৰা কঠোৰ অধ্যবসায়ৰ বলতেই এই সাফল্য। প্রথমবাৰ ব্যৰ্থ হ’লেও দ্বিতীয়বাৰত উত্তীৰ্ণ হয় UPSC পৰীক্ষা। মাত্ৰ ২৩ বছৰ বয়সতেই দেশৰ ভিতৰত ৯ নম্বৰ ৰেংক লাভ কৰিছে কণিকা গয়ালে।

ভাৰততেই নহয়, বিশ্বৰ কঠিন পৰীক্ষাসমূহৰ ভিতৰত এটা হৈছে UPSC। UPSCত উত্তীৰ্ণ হ’লেহে IAS, IPSৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী আমোলা হ’ব পাৰিব। প্ৰতি বছৰেই অসংখ্য প্ৰাৰ্থীয়ে UPSC পৰীক্ষা দিয়ে। কিন্তু দেশৰ ভিতৰতেই UPSCত ১০০০তকৈয়ো কম আসন আছে। সেই পৰীক্ষাত দ্বিতীয়বাৰতেই বাজিমাৎ কৰি দিলে কণিকা গয়ালে। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাতো ভাল ফলাফল দেখোৱাইছিল কণিকাই। ইয়াৰপাছতেই ৰাজনীতিবিজ্ঞানত অনাৰ্ছ লৈ দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰী ৰাম কলেজৰ পৰা স্নাতক উত্তীৰ্ণ হয় কণিকা।

লেডী শ্ৰী ৰাম কলেজত পঢ়ি থাকোতেই স্নাতকৰ তৃতীয় বৰ্ষৰ পৰা তেও চিভিল চাৰ্ভিছৰ পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰিছিল। কণিকাৰ পিতৃ এজন সাধাৰণ দোকানী। দোকানখনৰ পৰা হোৱা উপাৰ্জনেৰেই কণিকাহঁতৰ ঘৰখন চলে। চিভিল চাৰ্ভিছ পৰীক্ষাৰ প্ৰস্তুতি চলাই থাকোতেই পৰিয়ালৰ লোকসকলক কাষতে পাইছিল কণিকাই। সপ্তম শ্ৰেণীত পঢ়ি থাকোতেই UPSCৰ বাবে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছিল কণিকাই। বিগত ১০ বছৰ ধৰি প্ৰস্তুতি চলাই থকাৰ সময়ত কণিকাক আত্মবিশ্বাস যোগাইছিল তেওঁৰ পিতৃ-মাতৃয়ে।

কণিকাই জনোৱা অনুসৰি খোৱা, শুৱাৰ বাহিৰে প্ৰায় সকলো সময়তেই তেওঁ পঢ়া শুনাৰ সৈতে ব্যস্ত থাকে। অৰ্থাৎ পঢ়াশুনা আৰু বিশ্ৰামৰ মাজতেই ভাৰসাম্য ৰক্ষা কৰি চলিছিল কণিকাই। দিনত অন্তত ১০ ঘণ্টা তেওঁ পঢ়াশুনাতেই দিছিল। পাঠ্যপুথিৰ বাহিৰেও কাৰেণ্ট এফেয়াৰ্ছ, সাধাৰণ জ্ঞানক লৈ নিয়মিত চৰ্চা কৰে। লিখিত পৰীক্ষাৰ ওপৰিও ইণ্টাৰভিউৰ বাবেও প্ৰস্তুতি চলাইছিল কণিকাই।

২০২২ চনত প্ৰথমবাৰ চিভিল ছাৰ্ভিছ পৰীক্ষা দিছিল কণিকাই। প্রথমবাৰ কেৱল প্ৰিলিমছ পৰীক্ষা দিছিল কণিকাই। সেই পৰীক্ষাত পাছো কৰিছিল কণিকাই। কিন্তু মনৰ জোৰত ভাগৰি নপৰি প্ৰস্তুতি অব্যাহত ৰাখে কণিকাই। সেই নিৰৱচ্ছিন্ন চেষ্টাৰ ফলতেই দ্বিতীয়বাৰ পৰীক্ষা দিয়েই সফলতা পায় কণিকাই। বিগত ২৩ মে’ত ছিভিল চাৰ্ভিছ ২০২২ৰ ৰিজাল্ট প্ৰকাশ কৰিছে UPSCয়ে। সেই পৰীক্ষাতেই নৱম ৰেংক লাভ কৰিছে হাৰিয়ানাৰ কৈথাল মডেল টাউনৰ বাসিন্দা কণিকা গয়ালে। যদিও পৰীক্ষা ভাল হৈছে ইমান ভাল ৰেংকৰ আশা কৰা নাছিল কণিকাই। সেয়ে ৰিজাল্ট চোৱাৰ পাছত নিজৰ চকুৰেই সেই কথা বিশ্বাস কৰা নাছিল কণিকাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

February 22, 2026
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 21, 2026
Next Post
৪০০ বাহনেৰে ছাইৰেন বজাই ৩০০ কিঃমিঃ কনভয় সহিতে যাত্ৰা কৰি গেৰুৱা বসন সলাই কংগ্ৰেছী হ’ল জ্যোতিৰাদিত্য সিন্ধেৰ ঘনিষ্ঠ বৈজনাথ সিং

৪০০ বাহনেৰে ছাইৰেন বজাই ৩০০ কিঃমিঃ কনভয় সহিতে যাত্ৰা কৰি গেৰুৱা বসন সলাই কংগ্ৰেছী হ’ল জ্যোতিৰাদিত্য সিন্ধেৰ ঘনিষ্ঠ বৈজনাথ সিং

ঢাকাত প্ৰতি ৪০ মিনিটত ১টাকৈ বিবাহবিচ্ছেদ হয়! কিয় বৃদ্ধি হৈছে বিবাহবিচ্ছেদৰ সংখ্যা?

ঢাকাত প্ৰতি ৪০ মিনিটত ১টাকৈ বিবাহবিচ্ছেদ হয়! কিয় বৃদ্ধি হৈছে বিবাহবিচ্ছেদৰ সংখ্যা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.