• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঢাকাত প্ৰতি ৪০ মিনিটত ১টাকৈ বিবাহবিচ্ছেদ হয়! কিয় বৃদ্ধি হৈছে বিবাহবিচ্ছেদৰ সংখ্যা?

ঢাকাত প্ৰতি ৪০ মিনিটত ১টাকৈ বিবাহবিচ্ছেদ হয়! কিয় বৃদ্ধি হৈছে বিবাহবিচ্ছেদৰ সংখ্যা?

3 years ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

2 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

2 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

3 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

3 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

3 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

4 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

5 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

7 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

8 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

8 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

8 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঢাকাত প্ৰতি ৪০ মিনিটত ১টাকৈ বিবাহবিচ্ছেদ হয়! কিয় বৃদ্ধি হৈছে বিবাহবিচ্ছেদৰ সংখ্যা?

editor by editor
June 15, 2023
in জীৱনশৈলী, বিশ্ব
0
ঢাকাত প্ৰতি ৪০ মিনিটত ১টাকৈ বিবাহবিচ্ছেদ হয়! কিয় বৃদ্ধি হৈছে বিবাহবিচ্ছেদৰ সংখ্যা?
0
SHARES
359
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাংলাদেশত বাঢ়িছে বিবাহবিচ্ছেদিতৰ সংখ্যা। সকলোতকৈ বেছি বিবাহবিচ্ছেদ হৈছে ঢাকাত। ঢাকাত ২০২৩ বৰ্ষত ১৩ হাজাৰৰো অধিক বিবাহবিচ্ছেদ হৈছে। প্ৰায় প্ৰতি ৪০ মিনিটত ঢাকাত এটাকৈ ডিভোৰ্ছ হয়। কেৱল ঢাকাই নহয়, ডিভোৰ্ছৰ সংখ্যা বাঢ়িছে চট্টগ্ৰাম, খুলনা, ময়মনসিংহ, ৰংপুৰ এলেকাতো। জনা গৈছে যে বাংলাদেশত বিবাহবিচ্ছেদৰ বাবে পুৰুষতকৈ মহিলাই বেছিকৈ আবেদন কৰিছো। নিৰ্যাতনৰ পৰা মুক্তি লাভ কৰিবলৈকে বিবাহবিচ্ছেদ বিচাৰিছে মহিলাসকলে। আত্মসন্মানেৰে জীয়াই থাকিব খোজা মহিলাসকলে বিবাহ বিচ্ছেদৰ আবেদন বেছিকৈ কৰিছে।

বাংলাদেশত বিবাহবিচ্ছেদৰ ক্ষেত্ৰত এতিয়াও ১৯৬১ চনৰ মুছলমান পাৰিবাৰিক আইনেই আছে। এই আইন অনুসৰি ঢাকাত বিচ্ছেদৰ আবেদন কৰিবলৈ চিটি কৰপৰেশ্ব্যন মেয়ৰৰ কাৰ্যালয়ত। পোনতে তাতেই আবেদন দাখিল কৰে। কৰপৰেশ্ব্যন মেয়ৰৰ কাৰ্যালয়লৈ এই বৰ্ষত মুঠ ১৩,২৮৮খন আবেদন আহিছে। ইয়াৰ মাজতে দক্ষিণ চিটি কৰপৰেশ্ব্যনত ৫ হাজাৰ ৫৯০খন আবেদন জমা হৈছে। চলিত বছৰৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ২৪৮৮ খন বিবাহবিচ্ছেদৰ আৱেদন জমা হৈছে। এই হিচাপে প্ৰতিদিনেই ঢাকাত ৩৭ টাকৈ ডিভোৰ্ছ হয়।

২০২০ চনত ১২, ৫১৩টা ২০২১ চনত ১৪,৬৫৯টা ডিভোৰ্ছ হৈছে ঢাকাত। বিগত বৰ্ষত ঢাকাত হোৱা বিবাহবিচ্ছেদৰ সংখ্যা ৫২,৯৬৮টা। বিগত প্ৰায় ১৫ বছৰ ধৰি বাংলাদেশত বিবাহবিচ্ছেদৰ সংখ্যা বৃদ্ধি পাইছে। এই সন্দৰ্ভত অধিবক্তাই জনোৱামতে, ‘স্বামী-স্ত্ৰীৰ মাজত মনোমালিন্য, লাঞ্চনা বৃদ্ধি হোৱাৰ বাবেই বিবাহবিচ্ছেদৰ সংখ্যা বৃদ্ধি পাইছে। বিবাহবহিৰ্ভূত সম্পৰ্কও ডিভোৰ্ছৰ অন্যতম এটি লক্ষণ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!
জীৱনশৈলী

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

October 8, 2026
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক
জীৱনশৈলী

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

October 8, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
Next Post
১৪বছৰত বিয়া, ১৮ বছৰত দুই সন্তানৰ মাতৃ, বাল্যবিবাহে শিক্ষাজীৱন কাঢ়ি লোৱা অম্বিকা এতিয়া আইপিএছ বিষয়া

১৪বছৰত বিয়া, ১৮ বছৰত দুই সন্তানৰ মাতৃ, বাল্যবিবাহে শিক্ষাজীৱন কাঢ়ি লোৱা অম্বিকা এতিয়া আইপিএছ বিষয়া

দীৰ্ঘদিন ডায়বেটিছৰ সমস্যাত ভূগিছে? বিকল হ’ব পাৰে দুয়োটা কিডনি, সুস্থ থাকিবলৈ কি কৰিব?

দীৰ্ঘদিন ডায়বেটিছৰ সমস্যাত ভূগিছে? বিকল হ’ব পাৰে দুয়োটা কিডনি, সুস্থ থাকিবলৈ কি কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.