• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৪বছৰত বিয়া, ১৮ বছৰত দুই সন্তানৰ মাতৃ, বাল্যবিবাহে শিক্ষাজীৱন কাঢ়ি লোৱা অম্বিকা এতিয়া আইপিএছ বিষয়া

১৪বছৰত বিয়া, ১৮ বছৰত দুই সন্তানৰ মাতৃ, বাল্যবিবাহে শিক্ষাজীৱন কাঢ়ি লোৱা অম্বিকা এতিয়া আইপিএছ বিষয়া

3 years ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

2 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

2 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

3 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

3 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

3 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

4 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

5 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

7 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

8 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

8 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

8 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৪বছৰত বিয়া, ১৮ বছৰত দুই সন্তানৰ মাতৃ, বাল্যবিবাহে শিক্ষাজীৱন কাঢ়ি লোৱা অম্বিকা এতিয়া আইপিএছ বিষয়া

editor by editor
June 15, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, শিক্ষা
0
১৪বছৰত বিয়া, ১৮ বছৰত দুই সন্তানৰ মাতৃ, বাল্যবিবাহে শিক্ষাজীৱন কাঢ়ি লোৱা অম্বিকা এতিয়া আইপিএছ বিষয়া
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাত্ৰ ১৪ বছৰ বয়সতেই বিয়া হৈছিল। বিবাহপাশত আৱদ্ধ হোৱাৰ বাবেই পঢ়াশুনাও এৰিব লগা হৈছিল। তাৰপিছত ১৮ বছৰ বয়সত মাতৃ হয় অম্বিকা। নিজে সপোন দেখাৰ বয়সত সন্তানক লালন পালন কৰি সময় কটাব লগা হৈছিল অম্বিকাই। অম্বিকাই সৰুতে সপোন দেখিছিল এগৰাকী আমোলা হোৱাৰ। সেই সপোনটোক কিছুদিনৰ বাবে পাহৰি পেলালেও শেষ পৰ্যন্ত তেওঁ আইপিএছ হয়গৈ।

মাত্ৰ ১৪ বছৰ বয়সতেই এগৰাকী আৰক্ষী কনিষ্টবলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অম্বিকা। তাৰপিছত আইপিএছ হোৱাৰ এই যাত্ৰা তেওঁৰ সহজ নাছিল। কিন্তু অম্বিকাৰ এই সপোনটোক পুনৰবাৰ জীয়াই তুলিছিল তেওঁৰ স্বামীয়ে। বাল্যবিবাহে শিক্ষাজীৱন কাঢ়ি লৈছিল অম্বিকাৰ পৰা। এবাৰ তেওঁ স্বামীৰ সৈতে গণতন্ত্ৰ দিৱসৰ কুচকাৱাছ চাবলৈ গৈছিল। তাতেই অম্বিকাই দেখিছিল, উচ্চপদস্থ আৰক্ষীবিষয়াসকলক কেনেকৈ সন্মান জনোৱা হয়। তাৰপাছতেই অম্বিকাই ঠিৰাং কৰি লৈছিল যে তেওঁ আইপিএছ বিষয়া হ’বই। ঘৰলৈ উভতি আহিয়েই অম্বিকাই তেওঁৰ আৰক্ষী স্বামীক সেই সপোনটোৰ কথা কয়। কিন্তু স্বামীয়ে অম্বিকাক বুজাইছিল যে এয়া সহজ কথা নহয়। ইয়াৰ বাবে পোনতে অম্বিকাই বৰ্ড পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব সেই কথাও বুজাই কৈছিল। অম্বিকাৰ স্বামীয়ে কৈছিল যে, তেওঁ এতিয়া দুটাকৈ সন্তানৰ মাতৃ। শিশুকেই চোৱাচিতা কৰিব নে পঢ়াশুনাত মনোনিৱেশ কৰিব?

কিন্তু স্বামীৰ বুজনিত তেওঁ ক’লে যে চিভিল চাৰ্ভিছ পৰীক্ষাত তেওঁ পাছ কৰিবই। সকলো চেলেঞ্জ গ্ৰহণ কৰিবলৈ তেওঁ সাজু বুলিও স্বামীক জনাই। বিবাহৰ বাবেই তেওঁৰ পঢ়া শুনাত যিহেতু যতি পৰিছিল সেয়ে আকৌ তেওঁ পঢ়াশুনা আৰম্ভ কৰে। সন্তানক এৰি বিদ্যালয়লৈ যাবলৈ অসুবিধা হোৱাৰ বাবেই ডিছটেন্সতেই পঢ়াশুনা কৰিবলৈ আৰম্ভ কৰে। দশমৰ পাছতেই দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দিয়ে অম্বিকাই। তাৰপিছতেই স্নাতকো উত্তীৰ্ণ হয় অম্বিকা। স্নাতক হোৱাৰ পাছতেই চিভিল চাৰ্ভিছ পৰীক্ষাৰ বাবে পঢ়াশুনা আৰম্ভ কৰে অম্বিকাই। অম্বিকা তামিলনাডুৰ বাসিন্দা। অম্বিকাৰ গাওঁৰ কাষত চিভিল চাৰ্ভিছ পৰীক্ষাৰ কছিঙৰ বাবে কোনো চেণ্টাৰো নাছিল।

অম্বিকাই তাৰপিছতেই সিদ্ধান্ত লয় যে, তেওঁ চেন্নাইলৈ যাব৷ তাতেই ইউপিএছচি পৰীক্ষাৰ বাবে কছিং লয় অম্বিকাই৷ সন্তান দুয়োটাক স্বামীৰ কাষত এৰি থৈ যায় অম্বিকাই৷ অম্বিকা চেন্নাই যোৱাৰ পাছত দুই সন্তানক চোৱাচিতা কৰি সন্তানক মাতৃৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল অম্বিকাৰ স্বামীয়ে৷ ইয়াৰপাছতেই পৰীক্ষাত অৱতীৰ্ণ হয় অম্বিকা৷ প্ৰথম দুবাৰ উত্তীৰ্ণ হ’ব নোৱাৰিলেও তৃতীয়বাৰত উত্তীৰ্ণ হয় অম্বিকা৷ ২০০৮ চনত আইপিএছ অফিচাৰ হয় অম্বিকা৷
অম্বিকাক পোনতে মহাৰাষ্ট্ৰত কেডাৰ হিচাপে নিয়োগ কৰা হয়৷ মুম্বাই আৰক্ষীৰ ডিচিপি পদতো আছিল অম্বিকা৷ মহাৰাষ্ট্ৰত ‘লেডী সিংহম’ বুলি ক’লেই সকলোৱেই চিনি পায় অম্বিকাক৷ প্ৰায়সমূহ ভাষণতে অম্বিকাই তেওঁৰ সফলতাৰ কাহিনী কৈ আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!
জীৱনশৈলী

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

October 8, 2026
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা
অসম

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

October 8, 2026
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?
বাণিজ্য

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

October 8, 2026
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ
অসম

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

October 8, 2026
Next Post
দীৰ্ঘদিন ডায়বেটিছৰ সমস্যাত ভূগিছে? বিকল হ’ব পাৰে দুয়োটা কিডনি, সুস্থ থাকিবলৈ কি কৰিব?

দীৰ্ঘদিন ডায়বেটিছৰ সমস্যাত ভূগিছে? বিকল হ’ব পাৰে দুয়োটা কিডনি, সুস্থ থাকিবলৈ কি কৰিব?

গুজৰাটত তাণ্ডৰ চলাই এইবাৰ ৰাজস্থানৰ দিশেৰে আগুৱাইছে ‘বিপৰ্যয়’, উত্তৰ পূবলৈকো সাৱধানবাণী

গুজৰাটত তাণ্ডৰ চলাই এইবাৰ ৰাজস্থানৰ দিশেৰে আগুৱাইছে 'বিপৰ্যয়’, উত্তৰ পূবলৈকো সাৱধানবাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.