খোজ-কাটল, আচৰণ অতি ৰাজকীয়। বয়স ৮ বছৰ। নিতৌ পান কৰে এবটল হুইস্কী। হুইস্কী নাপালে ৰাতি নুপুৱায় চুলতানৰ। এটি ষাঁড় গৰুৰ হুইস্কীপ্ৰীতি।