• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ আৰক্ষীৰ দৃষ্টিত কৰিঅ’গ্ৰাফাৰ চুমি বৰা! চুমিক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান

এইবাৰ আৰক্ষীৰ দৃষ্টিত কৰিঅ’গ্ৰাফাৰ চুমি বৰা! চুমিক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান

2 years ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

30 minutes ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

2 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

3 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

4 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

4 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

4 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

5 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

5 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

5 hours ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

6 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

7 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এইবাৰ আৰক্ষীৰ দৃষ্টিত কৰিঅ’গ্ৰাফাৰ চুমি বৰা! চুমিক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান

এইবাৰ আৰক্ষীৰ দৃষ্টিত কৰিঅ’গ্ৰাফাৰ চুমি বৰা! চুমি বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান

editor by editor
September 3, 2024
in অপৰাধ
0
এইবাৰ আৰক্ষীৰ দৃষ্টিত কৰিঅ’গ্ৰাফাৰ চুমি বৰা! চুমিক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান
0
SHARES
400
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনলাইন ট্ৰেডিঙৰ জৰিয়তে অবৈধ সম্পত্তি গঢ়ি আটক ডিব্ৰুগড়ৰ ২২ বছৰীয়া প্ৰবঞ্চক বিশাল ফুকন।

ঘটনা সংক্রান্তত আৰু এজন যুৱকক ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত লৈছে৷

নিশাই সদৰ থানা লৈ অনা হৈছে যুৱক জনক৷

বিশালৰ গৃহৰ পৰা জব্দ কৰা বিভিন্ন সামগ্রী আৰু নথি পত্ৰসহ সদৰ থানাত উপস্থিত বিশালৰ গৃহত জব্দ কৰা সামগ্রী। ডিব্ৰুগড়ৰ বিষ্ণু নগৰৰ প্ৰৱাঞ্জলি এপাৰ্টমেন্টৰ পৰা আটক কৰি নিশা লৈ যোৱা হৈছিল বিশাল ফুকনক।

বিশালৰ এপাৰ্টমেন্টত আৰক্ষীয়ে ৪ ঘন্টা ধৰি চলাইছিল তালাচী৷

প্ৰৱাঞ্জলী এপাৰ্টমেন্টৰ বিশাল থকা ৫০৩ নম্বৰ ফ্লেটত আৰক্ষীয়ে চলাইছিল অভিযান

কালি পুৱা ১০ বজাৰ পৰা চলোৱা অভিযান শেষ হৈছে নিশা ১১:৪০ ত।

আটক হোৱা আনজন যুৱক বিশাল ফুকনৰ গ্ৰুপৰ বুলি জানিব পৰা গৈছে।

সোমবাৰে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এইবাৰ আৰক্ষীয়ে বিচাৰি ফুৰিছে অভিনেত্ৰী চুমী বৰাক৷

চুমীৰ পাতি লোৱা ভায়েক বুলি সৰ্বত্ৰতে জনাজাত বিশাল ফুকন৷

বিশালক ৪ঘণ্টাজুৰি জেৰা কৰাৰ পাছতেই আৰক্ষীয়ে বিচাৰি ফুৰিছে চুমিক৷

নৃত্যু নিৰ্দেশক বা কৰিঅ’গ্ৰাফাৰ চুমিৰ মোবাইল ফোন কালি নিশাৰে পৰাই অফ হৈ আছে৷

বিশাল ফুকনে প্ৰৱঞ্চনা কৰি ঘটা ধনৰ চুমি বৰাৰ নিজ ভাতৃও জড়িত হৈ থকাৰ তথ্য প্ৰকাশ পাইছে৷

উদয়পুৰত চুমি বৰাই কৰা ডেষ্টিনেছন ৱেডিংত বিশালে কেইবাকোটিও ধন খৰচ কৰা বুলিও বহু সূত্ৰই প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা
অপৰাধ

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

January 31, 2026
প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?
অপৰাধ

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

January 21, 2026
স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?
অপৰাধ

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

December 16, 2025
Next Post
কেইবাঘণ্টীয়া অভিযান, বিশাল আৰু চুমীৰ ঘৰৰ পৰা কি কি মূল্যবান সামগ্ৰী জব্দ আৰক্ষীৰ?

কেইবাঘণ্টীয়া অভিযান, বিশাল আৰু চুমীৰ ঘৰৰ পৰা কি কি মূল্যবান সামগ্ৰী জব্দ আৰক্ষীৰ?

ছেপ্টেম্বৰত দুবাৰ ৰাশি সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

ছেপ্টেম্বৰত দুবাৰ ৰাশি সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.