• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ আৰক্ষীৰ দৃষ্টিত কৰিঅ’গ্ৰাফাৰ চুমি বৰা! চুমিক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান

এইবাৰ আৰক্ষীৰ দৃষ্টিত কৰিঅ’গ্ৰাফাৰ চুমি বৰা! চুমিক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান

11 months ago
মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য

মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য

37 mins ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

6 days ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

6 days ago
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

6 days ago
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

6 days ago
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

6 days ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

6 days ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

6 days ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

7 days ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

7 days ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

7 days ago
ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

7 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 20, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এইবাৰ আৰক্ষীৰ দৃষ্টিত কৰিঅ’গ্ৰাফাৰ চুমি বৰা! চুমিক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান

এইবাৰ আৰক্ষীৰ দৃষ্টিত কৰিঅ’গ্ৰাফাৰ চুমি বৰা! চুমি বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান

editor by editor
September 3, 2024
in অপৰাধ
0
এইবাৰ আৰক্ষীৰ দৃষ্টিত কৰিঅ’গ্ৰাফাৰ চুমি বৰা! চুমিক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান
0
SHARES
395
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনলাইন ট্ৰেডিঙৰ জৰিয়তে অবৈধ সম্পত্তি গঢ়ি আটক ডিব্ৰুগড়ৰ ২২ বছৰীয়া প্ৰবঞ্চক বিশাল ফুকন।

ঘটনা সংক্রান্তত আৰু এজন যুৱকক ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত লৈছে৷

নিশাই সদৰ থানা লৈ অনা হৈছে যুৱক জনক৷

বিশালৰ গৃহৰ পৰা জব্দ কৰা বিভিন্ন সামগ্রী আৰু নথি পত্ৰসহ সদৰ থানাত উপস্থিত বিশালৰ গৃহত জব্দ কৰা সামগ্রী। ডিব্ৰুগড়ৰ বিষ্ণু নগৰৰ প্ৰৱাঞ্জলি এপাৰ্টমেন্টৰ পৰা আটক কৰি নিশা লৈ যোৱা হৈছিল বিশাল ফুকনক।

বিশালৰ এপাৰ্টমেন্টত আৰক্ষীয়ে ৪ ঘন্টা ধৰি চলাইছিল তালাচী৷

প্ৰৱাঞ্জলী এপাৰ্টমেন্টৰ বিশাল থকা ৫০৩ নম্বৰ ফ্লেটত আৰক্ষীয়ে চলাইছিল অভিযান

কালি পুৱা ১০ বজাৰ পৰা চলোৱা অভিযান শেষ হৈছে নিশা ১১:৪০ ত।

আটক হোৱা আনজন যুৱক বিশাল ফুকনৰ গ্ৰুপৰ বুলি জানিব পৰা গৈছে।

সোমবাৰে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এইবাৰ আৰক্ষীয়ে বিচাৰি ফুৰিছে অভিনেত্ৰী চুমী বৰাক৷

চুমীৰ পাতি লোৱা ভায়েক বুলি সৰ্বত্ৰতে জনাজাত বিশাল ফুকন৷

বিশালক ৪ঘণ্টাজুৰি জেৰা কৰাৰ পাছতেই আৰক্ষীয়ে বিচাৰি ফুৰিছে চুমিক৷

নৃত্যু নিৰ্দেশক বা কৰিঅ’গ্ৰাফাৰ চুমিৰ মোবাইল ফোন কালি নিশাৰে পৰাই অফ হৈ আছে৷

বিশাল ফুকনে প্ৰৱঞ্চনা কৰি ঘটা ধনৰ চুমি বৰাৰ নিজ ভাতৃও জড়িত হৈ থকাৰ তথ্য প্ৰকাশ পাইছে৷

উদয়পুৰত চুমি বৰাই কৰা ডেষ্টিনেছন ৱেডিংত বিশালে কেইবাকোটিও ধন খৰচ কৰা বুলিও বহু সূত্ৰই প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?
অপৰাধ

‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

June 20, 2025
কেৱল ৰাজাই নহয়, হত্যাৰ পৰিকল্পনা আছিল অইন এগৰাকী নাৰীকো! মুখামুখি জেৰাত আৰক্ষীৰ সন্মুখত কি কি কৈছে ৰাজে? আৰক্ষীয়ে দিছে কেইবাটাও তথ্য
অপৰাধ

কেৱল ৰাজাই নহয়, হত্যাৰ পৰিকল্পনা আছিল অইন এগৰাকী নাৰীকো! মুখামুখি জেৰাত আৰক্ষীৰ সন্মুখত কি কি কৈছে ৰাজে? আৰক্ষীয়ে দিছে কেইবাটাও তথ্য

June 13, 2025
ৰাজাক শেষ কৰাৰ পূৰ্বে কামাখ্যালৈ গৈ পূজা আগবঢ়াইছিল সোণমে, ৰাজাকো লৈ গৈছিল কামাখ্যা মন্দিৰলৈ, কি কাৰণত কামাখ্যা দৰ্শন কৰিছিল জানিলে আচৰিত হ’ব আপুনি
অপৰাধ

ৰাজাক শেষ কৰাৰ পূৰ্বে কামাখ্যালৈ গৈ পূজা আগবঢ়াইছিল সোণমে, ৰাজাকো লৈ গৈছিল কামাখ্যা মন্দিৰলৈ, কি কাৰণত কামাখ্যা দৰ্শন কৰিছিল জানিলে আচৰিত হ’ব আপুনি

June 12, 2025
কোনে প্ৰথমে আঘাত কৰিছিল ৰাজাক? সোনমৰ নিৰ্দেশতেই আঘাত হানিছিল ছুপাৰি কিলাৰে, সোনমে ৰেডী ৰাখিছিল আন এটা প্লেনো, কি এই প্লেন B?
অপৰাধ

কোনে প্ৰথমে আঘাত কৰিছিল ৰাজাক? সোনমৰ নিৰ্দেশতেই আঘাত হানিছিল ছুপাৰি কিলাৰে, সোনমে ৰেডী ৰাখিছিল আন এটা প্লেনো, কি এই প্লেন B?

June 11, 2025
Next Post
কেইবাঘণ্টীয়া অভিযান, বিশাল আৰু চুমীৰ ঘৰৰ পৰা কি কি মূল্যবান সামগ্ৰী জব্দ আৰক্ষীৰ?

কেইবাঘণ্টীয়া অভিযান, বিশাল আৰু চুমীৰ ঘৰৰ পৰা কি কি মূল্যবান সামগ্ৰী জব্দ আৰক্ষীৰ?

ছেপ্টেম্বৰত দুবাৰ ৰাশি সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

ছেপ্টেম্বৰত দুবাৰ ৰাশি সলনি কৰিব বুধে, যুৱৰাজ গ্ৰহৰ কৃপাত ভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.