• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুমিক মই কেতিয়াও সন্দেহ কৰিব নোৱাৰো, বিশালকো মই বেয়া পাব নোৱাৰোঃ তাৰ্কিক বৰা

চুমিক মই কেতিয়াও সন্দেহ কৰিব নোৱাৰো, বিশালকো মই বেয়া পাব নোৱাৰোঃ তাৰ্কিক বৰা

2 years ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

16 minutes ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

1 hour ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

2 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

3 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

3 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

4 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

4 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

5 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

5 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

5 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

6 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

চুমিক মই কেতিয়াও সন্দেহ কৰিব নোৱাৰো, বিশালকো মই বেয়া পাব নোৱাৰোঃ তাৰ্কিক বৰা

চুমিক মই কেতিয়াও সন্দেহ কৰিব নোৱাৰো, বিশালকো মই বেয়া পাব নোৱাৰোঃ তাৰ্কিক বৰা

editor by editor
September 12, 2024
in অপৰাধ, অসম, গুৱাহাটী, জীৱনশৈলী
0
চুমিক মই কেতিয়াও সন্দেহ কৰিব নোৱাৰো, বিশালকো মই বেয়া পাব নোৱাৰোঃ তাৰ্কিক বৰা
0
SHARES
483
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই চুমি আৰু তাৰ্কিকে দিছে বিশেষ ভাষ্য৷

সকলো দোষ সংবাদমাধ্যমৰ ওপৰত জাপি নিজকে নিৰ্দোষী সজোৱাৰ চেষ্টা চলাইছে তাৰ্কিকেও৷

ভাষ্যত তাৰ্কিকে কয়, ‘আমি আত্মসমৰ্পণৰ বাবে  অধিবক্তাৰে যোগাযোগ কৰিছিলো৷’

ডিজিপিৰ সৈতেও যোগাযোগ কৰিছিলো৷

মিডিয়াত দুই এদিন চলি আমাৰ নিউজটো বন্ধ হৈ যাব ভাৱিছিলো৷

বিশালক গ্ৰেপ্তাৰ কৰাৰ পাছতেই মোৰ বন্ধুসকলক ধৰা হৈছে৷

মোৰ বন্ধু কেইজন ট্ৰেডিঙৰ সৈতে কোনো প্ৰকাৰে জড়িত নহয়৷

পুৱাৰ পৰা নিশালৈকে ঘৰৰ আগত আৰক্ষীৰ বাহন ৰৈ থাকে৷

১০ দিন মই মা দেউতাৰ সৈতেও কোনো যোগাযোগ কৰিব পৰা নাই৷

ঘৰৰ অইনসকলে কষ্ট নাপাবলৈকে ঘৰৰ পৰা ওলাই গৈছিলো৷

মোৰ ভাইটীও এইবোৰৰ সৈতে জড়িত নহয়, সি বাংগালুৰুত চাকৰি কৰে৷

হয়তো মোৰ এইবোৰ দেখি ভয় খাই আহি থাকোতেই আৰক্ষীয়ে তাক ধৰিছে৷

ফৰ্ছুনাৰ বাহনো মই কাৰো পৰা উপহাৰ পোৱা নাই৷

ফৰ্ছুনাৰৰ ইএমআই আজিও বেংকক পৰিশোধ কৰি আছো৷

মোৰ বেংক একাউণ্ট চালেই সকলো তথ্য পাব৷

বিশালৰ প্ৰতিও মোৰ কোনো বেয়া ভাৱ নাই৷

বিশালৰ ঘৰৰ সৈতেও মোৰ ভাল সম্পৰ্ক আছে৷

ডুবাইলৈ মই চুমি বিশালৰ সৈতে মোৰ ব্যক্তিগত কাম থকাৰ বাবে যোৱা নাছিলো৷

ডিচেম্বৰ জানুৱাৰী মাহত বিবাহৰ বহু কাম থাকে৷

বিয়াখন পতাক লৈ যি চৰ্চা হৈছিল সেয়া বিশালে আমাৰ বিয়াখন এনেকৈ পাতিব খুজিছিল৷

চুমিকো মই ২০১৭ চনৰ পৰাই চিনি পাওঁ৷

৮বছৰ ৰিলেছনত থাকি আমি বিবাহপাশত আৱদ্ধ হৈছো৷

চুমিক মই কেতিয়াও সন্দেহ কৰিব নোৱাৰো, আমি এজনে আনজনক সন্মান কৰো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান
অপৰাধ

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

September 21, 2026
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ
অসম

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

September 21, 2026
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?
জীৱনশৈলী

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

September 21, 2026
Next Post
বিশাল সৰু লৰা নহয়, তাৰ সৈতে মোৰ সম্পৰ্ক…! বিশাল সন্দৰ্ভত ডাঙৰ মন্তব্য চুমী বৰাৰ

বিশাল সৰু লৰা নহয়, তাৰ সৈতে মোৰ সম্পৰ্ক...! বিশাল সন্দৰ্ভত ডাঙৰ মন্তব্য চুমী বৰাৰ

চুমি-তাৰ্কিকৰ হাতত থকা ধনেৰে অংগনবাড়ী কেন্দ্ৰ নহ’লে অভাৰব্ৰীজ বনাওকঃ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস

চুমি-তাৰ্কিকৰ হাতত থকা ধনেৰে অংগনবাড়ী কেন্দ্ৰ নহ’লে অভাৰব্ৰীজ বনাওকঃ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.