• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰীষ্মকালত নিজৰ স্বাস্থ্য ভালে ৰখাবলৈ কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত?

গ্ৰীষ্মকালত নিজৰ স্বাস্থ্য ভালে ৰখাবলৈ কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত?

4 years ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

2 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

2 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

3 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

4 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

5 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

6 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

6 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

8 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

8 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

9 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

9 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

গ্ৰীষ্মকালত নিজৰ স্বাস্থ্য ভালে ৰখাবলৈ কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত?

editor by editor
April 20, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
গ্ৰীষ্মকালত নিজৰ স্বাস্থ্য ভালে ৰখাবলৈ কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত?
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰীষ্মকালত ফল আৰু পানীয় খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো অতিকৈ প্ৰয়োজনীয়।

ফল আৰু পানীয় সেৱনে শৰীৰৰ তাপ নিয়ন্ত্ৰিত কৰি ৰাখে। বতৰৰ ফল বতৰত খালে ই শৰীৰক পুষ্টি যোগোৱাৰ উপৰিও বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে।

লগতে পঢ়ক চলন্ত ৰে’লৰ তলত পৰিল যুৱতী : ইয়াৰ পিছত কি ঘটিল চাওক ভিডিঅ’

গ্ৰীষ্মকালত আপোনাৰ খাদ্যৰ তালিকাখন এনেদৰে তৈয়াৰ কৰি লওঁক, যি ভাগৰ অনুভৱ কৰাৰ পৰা আপোনাক সকাহ দিয়ে আৰু দেহটো কাৰ্যক্ষম হৈ থকাত সহায় কৰে।

সাধাৰণতে প্ৰখৰ ৰ’দৰ বাবে গৰমৰ দিনত সকলোৱে ভাগৰুৱা অনুভৱ কৰে যিয়ে মানুহৰ এলাহ ভাৱ বৃদ্ধি কৰে। গ্ৰীষ্মকালত ভোক নলগা, খাদ্যৰ প্ৰতি অনীহা আদি বেছিকৈ অনুভৱ হয়। গৰমৰ দিনত শৰীৰটোক হাইড্ৰেট কৰি ৰাখিবলৈ মাত্ৰাধিক পানী সেৱন কৰাটো প্ৰয়োজন হৈ পৰে।

শৰীৰটোক ঠাণ্ডা কৰিবৰ বাবে গৰমৰ দিনত সচৰাচৰ মানুহে নেমু চৰবত, লচ্ছি আৰু অন্যান্য় শীতল পানীয় সেৱন কৰা দেখা যায়।

লগতে পঢ়ক শোৱাৰ সময়ত ৫ বিধ বস্তু দূৰত ৰাখক : অন্যথা হ’ব পাৰে বিভিন্ন ক্ষতি!

গৰমৰ দিনত এটা স্বাস্থ্যসন্মত খাদ্য প্ৰণালীৰ সকলোকে প্ৰয়োজন। দেহটোৰ ওপৰত অত্যাচাৰ নকৰাকৈ দেহৰ কোষবোৰে সঠিকমতে যাতে পুষ্টি লাভ কৰে, তাৰ প্ৰতি সকলো সজাগ হোৱা উচিত।

এখন সু-সংগঠিত খাদ্যৰ তালিকাৰে এয়া সম্ভৱ। গ্ৰীষ্মকালত পোৱা ফল আৰু সতেজ ফলৰ ৰস সেৱন কৰি দেহটোক গৰমৰ পৰা বহু পৰিমাণে সকাহ দিব পাৰি।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!
জীৱনশৈলী

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

July 7, 2026
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব
জীৱনশৈলী

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

July 7, 2026
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?
বিনোদন

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

July 7, 2026
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ
জীৱনশৈলী

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

July 7, 2026
Next Post
জঘন্য! ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ ৮০ গৰাকী লোকৰ, ৭৪ গৰাকীক গ্ৰেপ্তাৰ

জঘন্য! ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ ৮০ গৰাকী লোকৰ, ৭৪ গৰাকীক গ্ৰেপ্তাৰ

ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ

ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.