• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জঘন্য! ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ ৮০ গৰাকী লোকৰ, ৭৪ গৰাকীক গ্ৰেপ্তাৰ

জঘন্য! ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ ৮০ গৰাকী লোকৰ, ৭৪ গৰাকীক গ্ৰেপ্তাৰ

4 years ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

5 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

6 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

6 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

7 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

8 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

9 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

9 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

10 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

11 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

12 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

12 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জঘন্য! ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ ৮০ গৰাকী লোকৰ, ৭৪ গৰাকীক গ্ৰেপ্তাৰ

editor by editor
April 20, 2022
in অপৰাধ, ভাৰত
0
জঘন্য! ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ ৮০ গৰাকী লোকৰ, ৭৪ গৰাকীক গ্ৰেপ্তাৰ
0
SHARES
386
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কি জঘন্য কাণ্ড! এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ ৮০ গৰাকীকৈ লোকৰ৷

এই অতি জঘন্য কাণ্ডটো সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত৷ ঘটনাৰ বিৱৰণীৰ মতে ৰাজ্যখনৰ গুণ্টুৰত ৮০ গৰাকী লোকে যোৱা ৮ মাহ ধৰি ৮০ গৰাকী লোকে ধৰ্ষণ কৰি আহিছিল৷

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি মতে যোৱা ৮ মাহত ১৩ বছৰীয়া কিশোৰীগৰাকীক অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগনাৰ বেলেগ বেলেগ বেশ্যালয়লও প্ৰেৰণ কৰা হৈছিল৷

লগতে পঢ়ক পত্নীক গৰ্ভৱতী কৰিবলৈ ১৫ দিনৰ পেৰ’ল লাভ কয়েদীৰ

ঘটনাটো পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তৎপৰ হৈ তদন্ত পক্ৰিয়া আৰম্ভ কৰিছে আৰু ৮০ গৰাকী অভিযুক্তৰ মাজৰ ৭৪ গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ বাকী অভিযুক্তসকল এতিয়াও পলাতক হৈ আছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে কিশোৰীগৰাকীক ২০২১ চনত এগৰাকী মহিলাই তুলি লৈছিল৷ ২০২১ চনত কিশোৰীগৰাকীৰ মাতৃৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হয়৷ মাতৃৰ সৈতে থকা বন্ধুত্বৰ ফলতে স্বৰ্ণ কুমাৰী নামৰ মহিলাগৰাকীয়ে কিশোৰীগৰাকীক তুলি লৈছিল৷

লগতে পঢ়ক চলন্ত ৰে’লৰ তলত পৰিল যুৱতী : ইয়াৰ পিছত কি ঘটিল চাওক ভিডিঅ’

ইয়াৰ পিছতে উক্ত মহিলাগৰাকীয়ে কিশোৰীগৰাকীক বেশ্যা বৃত্তি গ্ৰহণ কৰিবলৈ বাধ্য কৰায়৷ ইফালে ২০২১ চনৰ আগষ্ট মাহতে পিতৃয়ে আৰক্ষী থানাত কিশোৰীগৰাকীৰ নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল৷

উক্ত অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে যোৱা মংগলবাৰে আৰু ১০ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি মুঠ ৭৪ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamTeenager rapeteenager rape by 80 men
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 14, 2026
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা
ৰাজনীতি

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

August 14, 2026
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!
জীৱনশৈলী

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

August 14, 2026
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’
বিনোদন

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

August 14, 2026
Next Post
ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ

ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ

ভাৰতীয় সেনাৰ ব্ৰাম’ছ সফল পৰীক্ষণ : লক্ষ্যবস্তুত আঘাতেৰে কৰিলে ছিদ্ৰ

ভাৰতীয় সেনাৰ ব্ৰাম’ছ সফল পৰীক্ষণ : লক্ষ্যবস্তুত আঘাতেৰে কৰিলে ছিদ্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.