• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ

ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ

4 years ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

10 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

34 minutes ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

9 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

9 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

9 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

10 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

11 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

12 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

13 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

13 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

14 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ

editor by editor
April 20, 2022
in ভাৰত
0
ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ
0
SHARES
196
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক ভয়াৱহ অগ্নিকাণ্ডই একেটা পৰিয়ালৰ ৭ গৰাকীকৈ লোকৰ প্ৰাণ কাঢ়ি নিছে৷

এই শোকাৱহ তথা কৰুণ ঘটনাটো সংঘটিত হৈছে পাঞ্জাৱৰ লুধিয়ানাৰ টিব্বা ৰোডত৷

ঘটনাৰ বিৱৰণীৰ মতে যোৱা মংগলবাৰে টিব্বা ৰোডস্থিত এটা জুপুৰীত আগ্নিকাণ্ড সংঘটিত হয়৷ ৰাতি শুই থকাৰ সময়তে সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ফলতে পৰিয়ালটোৰ সাতগৰাকীকৈ লোকৰ কৰুণ মৃত্যু ঘটে৷

লগতে পঢ়ক গ্ৰীষ্মকালত নিজৰ স্বাস্থ্য ভালে ৰখাবলৈ কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত?

প্ৰকাশিত খবৰ মতে পৰিয়ালটোৰ মাত্ৰ এজন সদস্যৰে জীৱন ৰক্ষা পৰে৷ বন্ধুৰ ঘৰত শুবলৈ যোৱাৰ ফলতে পৰিয়ালটোৰ জ্যেষ্ঠ সন্তানজনৰ প্ৰাণৰক্ষা পৰে৷ বিহাৰৰ সমষ্টিপুৰ জিলাৰ দৰিদ্ৰ পৰিয়ালটো টিব্বা ৰোডৰ আৱৰ্জনা পেলোৱা স্থানৰ সমীপতে জুপুৰী সাজি বাস কৰিছিল৷

অগ্নিকাণ্ডত নিহত লোকসকল হৈছে ক্ৰমে পিতৃ সুৰেশ চাহানী (৫২), তেওঁৰ পত্নী অৰুণা দেৱী (৫২), কন্যা ৰাখী (১৫), মনীষা (১০), গীতা (৮) আৰু কণিষ্ঠ পুত্ৰ চানী(২)৷

পৰিয়ালটোৱে যোৱা ১৫ বছৰ ধৰি উক্ত স্থানতে এটা জুপুৰী সাজি বাস কৰি আহিছিল৷ মংগলবাৰে নিশা পৰিয়ালটোৱে নৈশ আহাৰ গ্ৰহণ কৰি শুই যোৱাৰ পিছতে নিশা প্ৰায় ১০ বজাত অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয়৷

লগতে পঢ়ক পত্নীক গৰ্ভৱতী কৰিবলৈ ১৫ দিনৰ পেৰ’ল লাভ কয়েদীৰ

স্থানীয় লোকে অগ্নিকাণ্ডত আৱদ্ধ পৰিয়ালটোৰ সদস্যসকলক উদ্ধাৰ চেষ্টা কৰিছিল যদিও সমগ্ৰ জুপুৰীটোক জুইয়ে আগুৰি ধৰাত জীৱন্তে উদ্ধাৰ কৰিব পৰা নগ’ল৷

অগ্নিকাণ্ডটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7 deathasom live 24assam live 24asssam ka tazza khabaraxom live 24axom live 24 digitalBest News Channel in AsssamBest news channel of assamBest News Portal in AssamMassive fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?
প্ৰযুক্তি

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

September 28, 2026
Next Post
ভাৰতীয় সেনাৰ ব্ৰাম’ছ সফল পৰীক্ষণ : লক্ষ্যবস্তুত আঘাতেৰে কৰিলে ছিদ্ৰ

ভাৰতীয় সেনাৰ ব্ৰাম’ছ সফল পৰীক্ষণ : লক্ষ্যবস্তুত আঘাতেৰে কৰিলে ছিদ্ৰ

অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক?

অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.