• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক?

অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক?

4 years ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

3 minutes ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

30 minutes ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

2 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

2 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

3 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

4 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

5 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

5 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

6 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

6 hours ago
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

7 hours ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক?

editor by editor
April 21, 2022
in অসম, ভাৰত, ৰাজনীতি
0
অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক?
0
SHARES
355
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰে নিশা অসম আৰক্ষীৰ এটা দলে গুজৰাটৰ আহমদাবাদৰ পৰা কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰিছে৷ যোৱা নিশা প্ৰায় ১.৩০ বজাত কংগ্ৰেছ বিধায়কজনক গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়ে অসমলৈ আনি আদালতত হাজিৰ কৰোৱাৰ কথা৷

এতিয়া প্ৰশ্ন হ’ল অসম আৰক্ষীয়ে ইমান তৎপৰতাৰে কিয় গুজৰাটৰ কংগ্ৰেছ বিধায়কগৰাকীৰ গ্ৰেপ্তাৰ কৰিলে? প্ৰকাশিত বাতৰি মতে জিগনেশ মেৱানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্কে কৰা এটা টুইটৰ বাবে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

বিধায়ক মেৱানীৰ টুইটটোৰ বিৰুদ্ধে কোকৰাঝাৰ বিজেপিৰ এগৰাকী নেতা অৰূপ কুমাৰ দে’এ কোকৰাঝাৰ আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছিল আৰু আৰক্ষীয়ে উক্ত গোচৰৰ ভিত্তিতে অতি তৎপৰতাৰে গুজৰাটৰ কংগ্ৰেছ বিধায়কগৰাকীৰ গ্ৰেপ্তাৰ কৰিছে৷

লগতে পঢ়ক ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ

‘‘কোকৰাঝাৰ আৰক্ষীয়ে বেড়গামৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক পালানপুৰ আৱৰ্ত ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছে৷’’ সংবাদ সংস্থা এনআইএ কোকৰাঝাৰ আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰৰ উদ্ধৃতিৰে এইদৰে প্ৰকাশ কৰিছে৷

বিধায়ক জিগনেশ মেৱানীৰ বিৰুদ্ধে তথ্য প্ৰযুক্তি আইনৰ অধীনত অপৰাধমূলক ষড়যন্ত্ৰ, দুই সম্প্ৰদায়ৰ মাজত শত্ৰুতা বৃদ্ধি, উদ্দেশ্যপ্ৰণোদিতভাৱে শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰা আদি অভিযোগ অনা হৈছে৷

ইফালে যি দুটা টুইটৰ বাবে জিগনেশ মেৱানীক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই দুয়োটা টুইট টুইটাৰে আইনী সংক্ৰান্তীয় কাৰণত ইউথেল্ড কৰি ৰাখিছে, যাৰ বাবে দুয়োটা টুইট এতিয়া উপলব্ধ নহয়৷ বিধায়কগৰাকীয়ে এই দুয়োটা বিতৰ্কিত টুইট যোৱা ১৮ এপ্ৰলিত কৰিছিল৷

লগতে পঢ়ক জঘন্য! ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ ৮০ গৰাকী লোকৰ, ৭৪ গৰাকীক গ্ৰেপ্তাৰ

কোকৰাঝা আৰক্ষীয়ে ৰুজু কৰা গোচৰত উল্লেখ থকা মতে বিধায়ক জিগনেশ মেৱানীৰ টুইট দুটা নাথুৰাম গডছেৰ সৈতে তুলনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰা হৈছিল৷

উল্লেখ্য যে দলিত নেতা জিগনেশ মেৱানীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত বিগত বৰ্ষত কংগ্ৰেছ দলত যোগদান কৰিছিল৷

ইফালে অসম আৰক্ষীয়ে গুজৰাটৰ কংগ্ৰেছ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা কাণ্ডক কংগ্ৰেছে তীব্ৰ গৰিহণা দিয়াৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asaam Policeasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcongress mlaGujarat MLA Jignesh MevaniMLA Jignesh Mevani
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

May 21, 2026
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?
জীৱনশৈলী

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

May 21, 2026
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 21, 2026
Next Post
কিয় হাতজোৰ কৰি দেশবাসীৰ ওচৰত ক্ষমা খুজিলে বলিউদৰ তাৰকা অক্ষয় কুমাৰে?

কিয় হাতজোৰ কৰি দেশবাসীৰ ওচৰত ক্ষমা খুজিলে বলিউদৰ তাৰকা অক্ষয় কুমাৰে?

ঘৰে ঘৰে গৈ পিটিমৰ পিছত জুবিনৰ আকৌ অসমবাসীক ফটোৱা জাৰি! কি ক’লে জুবিনে?

ঘৰে ঘৰে গৈ পিটিমৰ পিছত জুবিনৰ আকৌ অসমবাসীক ফটোৱা জাৰি! কি ক’লে জুবিনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.