• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰে ঘৰে গৈ পিটিমৰ পিছত জুবিনৰ আকৌ অসমবাসীক ফটোৱা জাৰি! কি ক’লে জুবিনে?

ঘৰে ঘৰে গৈ পিটিমৰ পিছত জুবিনৰ আকৌ অসমবাসীক ফটোৱা জাৰি! কি ক’লে জুবিনে?

3 years ago
হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

17 hours ago
কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

17 hours ago
ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

18 hours ago
১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

19 hours ago
ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

21 hours ago
চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

22 hours ago
ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

23 hours ago
‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

23 hours ago
খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

1 day ago
কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

2 days ago
প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

2 days ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 19, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন সংগীত

ঘৰে ঘৰে গৈ পিটিমৰ পিছত জুবিনৰ আকৌ অসমবাসীক ফটোৱা জাৰি! কি ক’লে জুবিনে?

editor by editor
April 21, 2022
in অসম, সংগীত
0
ঘৰে ঘৰে গৈ পিটিমৰ পিছত জুবিনৰ আকৌ অসমবাসীক ফটোৱা জাৰি! কি ক’লে জুবিনে?
0
SHARES
531
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছুদিন পূৰ্বে তেওঁৰ চিনেমাখন নাচালে অসমীয়া মানুহক ঘৰে ঘৰে গৈ পিটিম বুলি ফটোৱা জাৰি কৰিছিল ৰাজ্যৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গে৷ ইয়াৰ পিছতো পুনৰ এবাৰ অসমীয়াক ফটোৱা জাৰি কৰিছে জুবিন গাৰ্গে৷

বুধবাৰে নিশা বিহু সন্মিলনত গীত পৰিৱেশন কৰি জুবিন গাৰ্গে কয় যে ‘‘ছাউথৰ চিনেমা নাচাব, সেইবোৰ চোৱাতকৈ অসমীয়া চিনেমা চাব৷’’

তেওঁ লগতে কয় যে ছাউথক ধনী কৰি লাভ নাই৷ আমাৰ মানুহক ধনী কৰিব লাগিব৷ আমি সকলোৱে অসমীয়া ছবিক আগুৱাই নিব লাগিব৷ সিহঁতৰ চিনেমা এনেই৷

 

লগতে পঢ়ক অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক?

অসমীয়াক গেৰাণ্টী দি জুবিনে লগতে কয়, ‘‘মোক আপোনালোকে চিনেমা চাম বুলি গেৰাণ্টী দিয়ক, মই গেৰাণ্টী দি কৈছো ভাল চিনেমা উপহাৰ দিম৷’’

ইফালে ছাউথৰ চিনেমাবোৰ ফটুৱা বুলি উল্লেখ কৰি জুবিনে আৰু কয় ‘‘সিহঁতে মানুহ দলি মাৰি দিয়ে৷ আৰু আমি বুৰ্বকৰ নিচিনাকৈ চাই থাকো৷ আমি গৰু নহয়, আমি বাঘ৷’’

 

লগতে পঢ়ক ভাৰতীয় সেনাৰ ব্ৰাম’ছ সফল পৰীক্ষণ : লক্ষ্যবস্তুত আঘাতেৰে কৰিলে ছিদ্ৰ

উল্লেখ্য কিছুদিন পূৰ্বে জুবিন গাৰ্গে তেওঁৰ আহিবলগীয়া এখন চিনেমাখন নাচালে অসমীয়াক ঘৰে ঘৰে গৈ পিটিম বুলি ফটোৱা জাৰি কৰিছিল৷ তাকে লৈ সামাজিক মাধ্যমত একাংশই জুবিন গাৰ্গক ট্ৰল কৰাও দেখা গৈছিল৷

নিজৰ স্বভাৱসিদ্ধ কথনশৈলীৰে দশকক তেওঁৰ চিনেমাখনৰ প্ৰতি আকৃষ্ট কৰিবলৈ জুবিন গাৰ্গে তেওঁ গীত পৰিৱেশন কৰা প্ৰতিখন বিহু মঞ্চকে অতি কৌশলেৰে এইদৰে ব্যৱহাৰ কৰা দেখা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSouth Filmzubin garg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ বছৰীয়া মৃণ্ময় ঘটনাৰ ন ন তথ্য প্ৰকাশ, জিতুমণিৰ পৰিয়ালে জনা নাছিল দীপালী পূৰ্বে বিবাহিত বুলি
অসম

১০ বছৰীয়া মৃণ্ময় ঘটনাৰ ন ন তথ্য প্ৰকাশ, জিতুমণিৰ পৰিয়ালে জনা নাছিল দীপালী পূৰ্বে বিবাহিত বুলি

May 15, 2025
চৰকাৰে অনুমতি দিলেও অনুষ্ঠান নকৰে কণ্ঠশিল্পী মানস ৰবীনে! গান গোৱাটো পানীৰ ছুইচ দিয়া কামৰ দৰে নহয় বুলি কিয় ক’লে মানস ৰবীনে?
অসম

চৰকাৰে অনুমতি দিলেও অনুষ্ঠান নকৰে কণ্ঠশিল্পী মানস ৰবীনে! গান গোৱাটো পানীৰ ছুইচ দিয়া কামৰ দৰে নহয় বুলি কিয় ক’লে মানস ৰবীনে?

May 14, 2025
ঐতিহাসিক আৰু সাংস্কৃতিক বন্ধন- ফিজিৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় বৈদেশিক পৰিক্রমা ৰাজ্যিক মন্ত্ৰী পবিত্র মার্ঘেৰিটা
অসম

ঐতিহাসিক আৰু সাংস্কৃতিক বন্ধন- ফিজিৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় বৈদেশিক পৰিক্রমা ৰাজ্যিক মন্ত্ৰী পবিত্র মার্ঘেৰিটা

May 13, 2025
প্ৰেমৰ বাবেই প্ৰাণ হেৰুৱালে বেহাৰবাৰী ধাৰাবাহিক খ্যাত অভিনেতা মৃগাংকই
অসম

প্ৰেমৰ বাবেই প্ৰাণ হেৰুৱালে বেহাৰবাৰী ধাৰাবাহিক খ্যাত অভিনেতা মৃগাংকই

May 13, 2025
Next Post
কি নাম ৰাখিলে প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছৰ নৱজাতিকা কন্যাৰ নাম?

কি নাম ৰাখিলে প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছৰ নৱজাতিকা কন্যাৰ নাম?

পাঁচ সুন্দৰীয়ে স্থান পালে পাক মন্ত্ৰী সভাত : কোন কোন এই পাঁচ পাক সুন্দৰী?

পাঁচ সুন্দৰীয়ে স্থান পালে পাক মন্ত্ৰী সভাত : কোন কোন এই পাঁচ পাক সুন্দৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.