• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় হাতজোৰ কৰি দেশবাসীৰ ওচৰত ক্ষমা খুজিলে বলিউদৰ তাৰকা অক্ষয় কুমাৰে?

কিয় হাতজোৰ কৰি দেশবাসীৰ ওচৰত ক্ষমা খুজিলে বলিউদৰ তাৰকা অক্ষয় কুমাৰে?

4 years ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

3 minutes ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

30 minutes ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

2 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

2 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

3 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

4 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

5 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

5 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

6 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

6 hours ago
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

7 hours ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কিয় হাতজোৰ কৰি দেশবাসীৰ ওচৰত ক্ষমা খুজিলে বলিউদৰ তাৰকা অক্ষয় কুমাৰে?

editor by editor
April 21, 2022
in চিনেমা, বাণিজ্য, ভাৰত
0
কিয় হাতজোৰ কৰি দেশবাসীৰ ওচৰত ক্ষমা খুজিলে বলিউদৰ তাৰকা অক্ষয় কুমাৰে?
0
SHARES
596
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে দেশবাসীৰ ওচৰত ক্ষমা ভিক্ষা কৰিছে৷ নিজৰ টুইটাৰ হেণ্ডলত টুইট কৰি বলিউদৰ অভিনেতাগৰাকীয়ে এই ক্ষমা ভিক্ষা কৰিছে৷

কিয় বলিউদৰ তাৰকাগৰাকীয়ে ক্ষমা খুজিলে? আচলতে সামাজিক মাধ্যমত ক্ষুৰধাৰ ট্ৰলৰ সন্মুখীন হৈ তাৰকাগৰাকীয়ে ক্ষমা খুজিবলৈ বাধ্য হৈছে৷

অক্ষয় কুমাৰে বলিউদৰ আন দুই তাৰকাৰ সৈতে ধঁপাত-গুটখা কোম্পানীৰ বিমল ইলাচীৰ বিজ্ঞাপন কৰি সামাজিক মাধ্যমত তীব্ৰ ট্ৰলৰ সন্মুখীন হৈছে৷ সামাজিক মাধ্যমত বহুলোকে নিজৰ ফিটনেছত সদায় গুৰুত্ব দি অহা অভিনেতাগৰাকীয়ে গুটখাৰ দৰে ধঁপাতজাতীয় সামগ্ৰীৰ বিজ্ঞাপন প্ৰচাৰ কৰা কাৰ্যৰ বাবে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে৷

লগতে পঢ়ক ভাৰতীয় সেনাৰ ব্ৰাম’ছ সফল পৰীক্ষণ : লক্ষ্যবস্তুত আঘাতেৰে কৰিলে ছিদ্ৰ

অৱশ্যে, কেৱল অক্ষয় কুমাৰেই নহয়, বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু একচন হিৰ’ অজয় দেৱগনো ট্ৰলৰ সন্মুখীন হৈছে৷ ইফালে দক্ষিণৰ ছুপাৰষ্টাৰ পুষ্পাখ্যাত আল্লু অৰ্জুনে গুটকা কোম্পানীৰ বিজ্ঞাপনৰ বাবে ৩ কোটি টকীয়া প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পিছতে বলিউদৰ এই তিনি তাৰকাৰ সামাজিক সচেতনাবোধ শূণ্য বুলি সমালোচনাৰ সন্মুখীন হৈছে৷

এইদৰে ট্ৰলৰ সন্মুখীন হৈয়ে অক্ষয় কুমাৰে ক্ষমা খুজি কয় যে ‘‘মই ক্ষমা বিচাৰিছো৷’’

‘‘মোৰ সকলো শুভাকাংক্ষী, অনুৰাগীৰ ওচৰত মই ক্ষমা বিচাৰি দোষ স্বীকাৰ কৰিছো৷ যোৱা কিছুদিন ধৰি আপোনালোকৰ প্ৰতিক্ৰিয়াই মোক গভীৰভাৱে ৰেখাপাত কৰিছে৷ যদিও মই ধঁপাতৰ সমৰ্থন কৰা নাই আৰু নকৰো, মই বিমল ইলাচিৰ সৈতে মোৰ এই সহযোগিতাকলৈ আপোনালোকৰ মনত সৃষ্টি হোৱা অনুভূতিক মই সন্মান কৰিছো। অতি নম্ৰতাৰে মই ইয়াৰ পৰা আঁতৰি যাম৷”

লগতে পঢ়ক ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ

ছুপাৰষ্টাৰগৰাকীয়ে লগতে কয় যে তেওঁ বিজ্ঞাপনৰ বাবে ধন লৈছে, সেয়ে প্ৰতিষ্ঠানটোৰ সৈতে থকা তেওঁৰ চুক্তিৰ আইনী ম্যাদ থকালৈকে বিজ্ঞাপনবোৰ সম্প্ৰচাৰ অব্যাহত ৰাখিব পাৰে৷

ভৱিষ্যতে তাৰকাগৰাকীয়ে এনে বিজ্ঞাপন বাছনিৰ ক্ষেত্ৰত সতৰ্কৰ হোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ অৱেশ্য প্ৰতিষ্ঠানটোৰ সৈতে তেওঁৰ চুক্তিৰ ম্যাদ কিমান দিনলৈ আছে সেয়া তাৰকাগৰাকীয়ে প্ৰকাশ কৰা নাই৷

আনহাতে, আন দুই তাৰকা ক্ৰমে শ্বাহৰুখ খান আৰু অজয় দেৱগনে ট্ৰলৰ সন্মুখীন হৈও এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akshay kumarasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBimal elachi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?
জীৱনশৈলী

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

May 21, 2026
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

May 21, 2026
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?
জীৱনশৈলী

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

May 21, 2026
Next Post
ঘৰে ঘৰে গৈ পিটিমৰ পিছত জুবিনৰ আকৌ অসমবাসীক ফটোৱা জাৰি! কি ক’লে জুবিনে?

ঘৰে ঘৰে গৈ পিটিমৰ পিছত জুবিনৰ আকৌ অসমবাসীক ফটোৱা জাৰি! কি ক’লে জুবিনে?

কি নাম ৰাখিলে প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছৰ নৱজাতিকা কন্যাৰ নাম?

কি নাম ৰাখিলে প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছৰ নৱজাতিকা কন্যাৰ নাম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.