• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ শেষত সূৰ্যৰ গোচৰ, ধন সুখ লাভৰ যোগ চলিছে এই ৩ৰাশিৰ জাতক-জাতিকাৰ

1 year ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

15 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

16 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

17 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

18 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

20 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

21 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বছৰৰ শেষত সূৰ্যৰ গোচৰ, ধন সুখ লাভৰ যোগ চলিছে এই ৩ৰাশিৰ জাতক-জাতিকাৰ

বছৰৰ শেষত সূৰ্যৰ গোচৰ, ধন সুখ লাভৰ যোগ চলিছে এই ৩ৰাশিৰ জাতক-জাতিকাৰ

editor by editor
December 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বছৰৰ শেষত সূৰ্যৰ গোচৰ, ধন সুখ লাভৰ যোগ চলিছে এই ৩ৰাশিৰ জাতক-জাতিকাৰ
0
SHARES
564
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্যই ১৫ ডিচেম্বৰত ৰাশি পৰিবৰ্তন কৰিছে৷ ধনু ৰাশিত প্ৰৱেশ কৰিছে সূৰ্যই৷ এয়াই ২০২৪ৰ শেষ সূৰ্যৰ ৰাশি পৰিবৰ্তন৷ ইয়াৰ ফলত সকলোতকৈ বেছি প্ৰভাৱিত হৈছে ৩ৰাশিৰ জাতক৷ সূৰ্যই বৃশ্চিক ৰাশিত যাত্ৰা শেষ কৰি ধনু ৰাশিত প্ৰৱেশ কৰিছে৷ ধনু বৃহস্পতিৰ মালিকাধীন ৰাশি৷ ১৫ ডিচেম্বৰৰ নিশা ৯বাজি ৫৬ মিনিটত সূৰ্যৰ ৰাশি পৰিবৰ্তন হৈছে৷ ইয়াৰ ফলত দীৰ্ঘ ৩০ দিন সূৰ্যই এই ৰাশিত প্ৰৱেশ কৰিছে৷ ইয়াৰ ফলত নতুন বছৰত ২০২৫ চনৰ ১৪ জানুৱাৰীত সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ সূৰ্যই মকৰ ৰাশিত প্ৰৱেশৰ লগে লগেই মকৰ সংক্ৰান্তি উৎসৱ উদযাপিত হয়৷ সূৰ্যৰ ধনু ৰাশিত প্ৰৱেশ কৰাৰ ফলত কোন কোন ৰাশিৰ জাতক প্ৰভাৱিত হৈছে৷

মেষ ৰাশি

সূৰ্যই এই ৰাশিৰ নৱম ঘৰত অৱস্থান কৰিছে৷ নৱম ঘৰ ধৰ্ম আৰু নিয়তিৰ ঘৰ৷ ইয়াৰ ফলত এই সময়ত আপুনি ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব৷ আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব৷

সিংহ ৰাশি

সূৰ্যই আপোনাৰ ৰাশিৰ অধিপতি৷ অৰ্থাৎ আপোনাৰ ওপৰত সূৰ্যৰ আশীৰ্বাদ সদায়ে থাকে৷ সূৰ্যই আপোনাৰ ৰাশিৰ পৰা পঞ্চম ঘৰত প্ৰৱেশ কৰিছে৷ এই সময়ত আপুনি অৰ্থ, সন্তানক লৈ কিছু ভাল খবৰ পাব পাৰে৷ আদালত সংক্ৰান্তিয় কোনো গোচৰৰ নিষ্পতি হ’ব পাৰে৷

বৃশ্চিক ৰাশি

ধনু ৰাশিত সূৰ্যৰ ৰাশি পৰিবৰ্তন বৃশ্চিক ৰাশিৰ বাবেও সুখৰ সংবাদ কঢ়িয়াই আনিব৷ কিছু দিন ধৰি দাম্পত্য জীৱনত যি সমস্যা চলি আছিল সেই সমস্যা দূৰ হ’ব৷ পাৰিবাৰিক পৰিবেশ আনন্দদায়ক হৈ উঠিব৷ চাকৰি ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

March 10, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

March 10, 2026
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক
জীৱনশৈলী

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

March 10, 2026
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?
জীৱনশৈলী

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

March 10, 2026
Next Post
কাম কৰি ধন ঘটাৰ কি প্ৰয়োজন, বিয়া কৰাইয়ে কোটিপতি যুৱতী! ‘লুটেৰি দুল্হন’ আখ্যা পোৱা যুৱতীয় কু-কীৰ্তি জানিলে চকু কঁপালত উঠিব আপোনাৰ

আৰ্থিক দুৰ্দশাত ভূগিছে ছানী লিয়নী! লৈছে চৰকাৰী ভাট্টা, প্ৰতি মাহে বেংকত সোমাইছে ১ হাজাৰকৈ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন