• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰ পাছত কুম্ভ শনি-শুক্ৰ-সূৰ্যৰ যুঁটি! ৩ৰাশিৰ জাতকৰ জীৱনত সাফল্য আহিবই

৩০ বছৰ পাছত কুম্ভ শনি-শুক্ৰ-সূৰ্যৰ যুঁটি! ৩ৰাশিৰ জাতকৰ জীৱনত সাফল্য আহিবই

2 years ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

30 minutes ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

1 hour ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

2 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

2 hours ago
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

3 hours ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

12 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

12 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

12 hours ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

13 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

13 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

13 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ বছৰ পাছত কুম্ভ শনি-শুক্ৰ-সূৰ্যৰ যুঁটি! ৩ৰাশিৰ জাতকৰ জীৱনত সাফল্য আহিবই

editor by editor
February 4, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৩০ বছৰ পাছত কুম্ভ শনি-শুক্ৰ-সূৰ্যৰ যুঁটি! ৩ৰাশিৰ জাতকৰ জীৱনত সাফল্য আহিবই
0
SHARES
41.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৩০ বছৰৰ পাছত শনি, সূৰ্য আৰু শুক্ৰ মিলি কুম্ভ ৰাশিৰ ত্ৰিগ্ৰহী যোগ তৈয়াৰ হৈছে। বৰ্তমান শনিয়ে কুম্ভ ৰাশিত বিৰাজ কৰিছে। ১৩ ফেব্ৰুৱাৰীত সূৰ্যই এই ৰাশিত প্ৰৱেশ কৰিব। তাৰপাছতেই ৭মাৰ্চত অৰ্থ আৰু সমৃদ্ধিৰ কাৰক গ্ৰহ কুম্ভত প্ৰৱেশ কৰিব। উল্লেখ্য যে সূৰ্যৰ সৈতে শনি আৰু শুক্ৰ বৰ্তমান শত্ৰুতাৰ সম্পৰ্কত আছে। কিন্তু শনি আৰু শুক্ৰ পৰস্পৰৰ বন্ধু। এইবাৰ কুম্ভত সৃষ্ট এই ত্ৰিগ্ৰহী যোগ নানান কাৰণত বিশেষ। এই যোগৰ প্ৰভাৱত সমস্ত ৰাশিৰ জীৱন প্ৰভাৱিত হ’ব। আকস্মিক ধনলাভ আৰু উন্নতিৰো যোগ তৈয়াৰ হ’ব কেইটামান ৰাশিচ। কোন কোন ৰাশি এই তালিকাত আছে জানি থওক সবিশেষ।

মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে এই ত্ৰিগ্ৰহী যোগ লাভজনক প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ আয় আৰু লাভৰ স্থানত এই যোগ তৈয়াৰ হৈছে। এই সময়ত মেষ ৰাশিৰ জাতকৰ আয় অসাধাৰণ হাৰত বৃদ্ধি পাব। লগ্নিৰ দ্বাৰা লাভৰ প্ৰৱল যোগ আছে। ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত কেৰিয়াৰত নতুন অভিজ্ঞতা অৰ্জন কৰিব পাৰিব মেষ ৰাশিৰ জাতক। সাফল্যৰ নতুন সংযোগ তৈয়াৰ হৈছে। পুত্ৰ বা পৌত্ৰ লাভ কৰিব পাৰিব। শ্বেয়াৰ বজাৰ, বেটিং আৰু লটাৰীৰ দ্বাৰা মুনাফা অৰ্জন কৰিব পাৰে।

বৃষ ৰাশি
ত্ৰিগ্ৰহী যোগ কেৰিয়াৰ আৰু ব্যৱসায়ৰ দিশত অত্যন্ত শুভ। আপোনাৰ ৰাশিৰ কৰ্ম স্থানত এই যোগ তৈয়াৰ হৈছে। এই যোগৰ প্রভাৱত কাম আৰু ব্যৱসায়ত সফলতা লাভ কৰিব বৃষ ৰাশিৰ জাতকে। চাকৰিৰ ক্ষেত্ৰত শুভ পৰিণাম পাব। কৰ্মক্ষেত্ৰত আপোনাৰ প্রভাৱ বাঢ়িব। চাকৰিয়াল জাতকসকলৰ পদোন্নতি হ’ব। পিতৃৰ সহযোগিতা লাভ কৰিব।

মকৰ ৰাশি
জ্যোতিষ গণনা অনুসৰি ত্ৰিগ্ৰহী যোগ মকৰ ৰাশিৰ জাতকৰ বাবে অনুকূল। আপোনাৰ গোচৰ কোষ্ঠীৰ অৰ্থ আৰু বাণী স্থানত এই যোগ তৈয়াৰ হ’ব। আকস্মিক ধন লাভ হ’ব। বেংক বেলেন্স বৃদ্ধি পাব। আৰ্থিক পৰিস্থিতি মজবুত হ’ব। পাবলগীয়া ধন লাভ কৰিব। সমস্ত ইচ্ছাপূৰণ হ’ব এই ৰাশিৰ জাতকৰ। আমদানি বৃদ্ধি পাব। আত্মবিশ্বাসৰ ফলত ভাল সিদ্ধান্ত ল’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!
বাণিজ্য

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

March 24, 2026
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!
বাণিজ্য

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

March 24, 2026
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!
জীৱনশৈলী

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

March 24, 2026
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে
জীৱনশৈলী

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

March 24, 2026
Next Post
শান্ত লাডাখত হঠাৎ কি হৈছে? তুষাৰে ঢাকি থোৱা পদপথত হাজাৰ হাজাৰ মানুহৰ বিক্ষোভ

শান্ত লাডাখত হঠাৎ কি হৈছে? তুষাৰে ঢাকি থোৱা পদপথত হাজাৰ হাজাৰ মানুহৰ বিক্ষোভ

ম.., মাংস সকলো ত্যাগ, ৰামায়ণৰ শ্বুটিং কৰিবলৈকে ৰণবীৰে পালন কৰিছে কেইবাটাও কঠোৰ ব্ৰত

ম.., মাংস সকলো ত্যাগ, ৰামায়ণৰ শ্বুটিং কৰিবলৈকে ৰণবীৰে পালন কৰিছে কেইবাটাও কঠোৰ ব্ৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.