• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুক্তিৰ ২৪ দিনতেই ৫০০ কোটি আয়, গদৰ-২ৰ সফলতাক লৈ কি ক’লে ছানী দেওলে?

মুক্তিৰ ২৪ দিনতেই ৫০০ কোটি আয়, গদৰ-২ৰ সফলতাক লৈ কি ক’লে ছানী দেওলে?

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মুক্তিৰ ২৪ দিনতেই ৫০০ কোটি আয়, গদৰ-২ৰ সফলতাক লৈ কি ক’লে ছানী দেওলে?

editor by editor
September 4, 2023
in চিনেমা, বিনোদন, ভাৰত
0
মুক্তিৰ ২৪ দিনতেই ৫০০ কোটি আয়, গদৰ-২ৰ সফলতাক লৈ কি ক’লে ছানী দেওলে?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এটা সময় আছিল৷ তেওঁৰ এখনৰ পাছত আনখন ছবিত ব্যৰ্থতা৷ বিফলতাৰ বাবেই অভিনয় জগতৰ পৰা নিজকে আঁতৰাই আনিছিল ছানী দেওলে৷ ২২ বছৰ পাছত বলীউডলৈ উভতি আহি ধামাকা দিছে ছানী দেওলে৷ পাঠানৰ দৰে ছুপাৰহীট চিনেমাকো টক্কৰ দিবলৈ সক্ষম হৈছে ছানী অভিনীত গদৰ-২য়ে৷ হিন্দী চিনেমাৰ ইতিহাসত সকলোতকৈ দ্ৰুততৰভাৱে বক্স অফিচত ৫০০ কোটি উপাৰ্জন কৰিছে গদৰ-২য়ে৷ মাত্ৰ ২৪ দিনতেই ছানীৰ ছবিয়ে ৫০০ কোটিৰ ঘৰ পাৰ কৰিবলৈ সক্ষম হৈছে৷

ছবিখনৰ সফলতাক লৈ বিশেষ পাৰ্টীৰো আয়োজন কৰিছে ছবিৰ পৰিচালকে৷ বলীউডৰ প্ৰায় সকলো নামী দামী অভিনেতাই এই পাৰ্টীত যোগদান কৰাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেলো হৈ পৰিছে৷ ছবিখনৰ সফলতাক লৈ আটাইতকৈ বেছি চৰ্চিত হৈছে ছানী দেওল ওৰফে গদৰ-২ৰ তাৰা সিং৷ এক সমীক্ষাই প্ৰকাশ কৰা মতে দেওবাৰে অৰ্থাৎ মুক্তিৰ ২৪ দিনত দেওবাৰেই কেৱল গদৰ-২য়ে ভাৰতত আয় কৰিছে ৮.৫০ কোটি ৷ প্ৰথম সপ্তাহত ছবিখনৰ আয় আছিল ২৮৪.৬৩ কোটি৷ দ্বিতীয় সপ্তাহত আয় কৰিছিল ১৩৪.৪৭ কোটি৷ তৃতীয় সপ্তাহত ছবিখনে আয় কৰিলে ৬৩.৩৫ কোটি৷ সকলোবোৰ সামৰি দেওবাৰ পৰ্যন্ত গদৰ-২ ৰ সৰ্বমুঠ আয় ৫০১.৮৭ কোটি৷ মুঠ ২৪ দিনত এই ৰেকৰ্ড গঢ়িছে গদৰ-২য়ে৷ এই ৰেকৰ্ড গঢ়িবলৈ পাঠানক সময় লাগিছিল ২৮ দিন৷

বিগ বাজেটৰ ব্লকব্লাষ্টাৰ ছবি বাহুবলী-২ আছে তৃতীয় স্থানত৷ ৩১ দিনত বাহুবলী-২য়ে ৫০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছিল৷ ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী হিন্দী ছবিৰ তালিকাত ৩য় স্থান দখল কৰিবলৈ সক্ষম হৈছে গদৰ-২য়ে৷ প্ৰথমস্থানত আছে শ্বাগৰুখৰ ছবি পাঠান৷ পাঠানৰ মুঠ আয় আছিল ৫৪০ কোটি৷ তাৰপিছতেই দ্বিতীয় সৰ্বোচ্চ আয় কৰা চিনেমা হৈছে বাহুবলী-২৷ বাহুবলী-২ ৰ হিন্দি সংস্কৰণৰ মুঠ আয় ৫১১ কোটি৷ তৃতীয় স্থানত আছে গদৰ-২৷ গদৰ-২ এতিয়ালৈকে মুঠ আয় ৫০১.৮৭ কোটি৷

উল্লেখ্য যে চিনেমা বিশেষজ্ঞসকলে দাবী কৰামতে শীঘ্ৰেই ছবিখনে ৬৫০ কোটিৰ ঘৰ অতিক্ৰম কৰিব৷ শ্বাহৰুখৰ ছবিক সোনকালেই পিছপেলাবলৈ সক্ষম হ’ব গদৰ-২ য়ে বুলিও দাবী কৰিছে বিশেষজ্ঞসকলে৷ অৱশ্যে শাহৰুখৰ আন এখন ছবি আগন্তুক ৭ ছেপ্টেম্বৰত মুকলি হ’ব৷ জাৱান ছবিৰ আগতীয়া বুকিং ইতিমধ্যে আৰম্ভ হৈছে৷ দেশ-বিদেশত অগ্ৰিম টিকেট বুকিং চলি আছে জাৱানৰ৷ জাৱানে গদৰ-২ ৰেকৰ্ড ভাঙিবলে সক্ষম হ’বনে সেই বিষয়টোকলৈকো চিনেমাপ্ৰেমীৰ মাজত আৰম্ভ হৈছে চৰ্চা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
সনাতন ধৰ্ম ডেংগু, মেলেৰিয়াৰ দৰে…DMK নেতা উদয়নিধি ষ্টেলিনৰ মন্তব্যই কঁপাইছে দেশ! সনাতন ধৰ্মক অপমান কৰাক লৈ কি ক’লে I.N.D.I.A জোঁটে?

সনাতন ধৰ্ম ডেংগু, মেলেৰিয়াৰ দৰে...DMK নেতা উদয়নিধি ষ্টেলিনৰ মন্তব্যই কঁপাইছে দেশ! সনাতন ধৰ্মক অপমান কৰাক লৈ কি ক’লে I.N.D.I.A জোঁটে?

প্ৰেমিক হ’ব খুজিলে আৱেদন কৰক! এগৰাকী তৰুণীৰ এটা মাত্ৰ বাৰ্তা আৰু হাজাৰ হাজাৰ আৱেদন, সবিশেষ ঘটনা কি?

প্ৰেমিক হ’ব খুজিলে আৱেদন কৰক! এগৰাকী তৰুণীৰ এটা মাত্ৰ বাৰ্তা আৰু হাজাৰ হাজাৰ আৱেদন, সবিশেষ ঘটনা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.