• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সনাতন ধৰ্ম ডেংগু, মেলেৰিয়াৰ দৰে…DMK নেতা উদয়নিধি ষ্টেলিনৰ মন্তব্যই কঁপাইছে দেশ! সনাতন ধৰ্মক অপমান কৰাক লৈ কি ক’লে I.N.D.I.A জোঁটে?

সনাতন ধৰ্ম ডেংগু, মেলেৰিয়াৰ দৰে…DMK নেতা উদয়নিধি ষ্টেলিনৰ মন্তব্যই কঁপাইছে দেশ! সনাতন ধৰ্মক অপমান কৰাক লৈ কি ক’লে I.N.D.I.A জোঁটে?

3 years ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

21 minutes ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

45 minutes ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

2 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

2 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

3 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

3 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

4 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

7 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

9 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

9 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

10 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সনাতন ধৰ্ম ডেংগু, মেলেৰিয়াৰ দৰে…DMK নেতা উদয়নিধি ষ্টেলিনৰ মন্তব্যই কঁপাইছে দেশ! সনাতন ধৰ্মক অপমান কৰাক লৈ কি ক’লে I.N.D.I.A জোঁটে?

editor by editor
September 4, 2023
in ভাৰত, ৰাজনীতি
0
সনাতন ধৰ্ম ডেংগু, মেলেৰিয়াৰ দৰে…DMK নেতা উদয়নিধি ষ্টেলিনৰ মন্তব্যই কঁপাইছে দেশ! সনাতন ধৰ্মক অপমান কৰাক লৈ কি ক’লে I.N.D.I.A জোঁটে?
0
SHARES
151
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সনাতন ধৰ্মক একেবাৰে নিৰ্মূল কৰাৰ পক্ষত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়নিধি ষ্টেলিন৷ তেওঁৰ মতে সনাতন ধৰ্ম ডেংগু, মেলেৰিয়াৰ দৰে৷ এইসমূহ সমাজৰ পৰা একেবাৰেই নিৰ্মূল কৰিব লাগে৷ তেওঁৰ যুক্তি যে, জাতি আৰু লিংগৰ ভিত্তিত এই ধৰ্মই মানুহক বিভক্ত কৰে৷ এয়া সামাজিক ন্যায় বিচাৰৰ বিৰোধী৷ উদয়নিধি ষ্টেলিনৰ এই মন্তব্যৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ৷ উল্লেখ্য যে বিজেপি বিৰোধী জোঁট I.N.D.I.Aৰ সৈতে একলগ হৈছে ষ্টেলিনৰ দল DMK.

উদয়নিধিয়ে তেওঁৰ মন্তব্যৰ স্পষ্টীকৰণো ইতিমধ্যে দিছে৷ তেওঁ কয়, ‘সনাতন ধৰ্মত বিশ্বাসীসকলক লৈ মোৰ কোনো অসুবিধা নাই৷ কিন্তু এই ধৰ্মৰ দোহাই দি জাতি আৰু ধৰ্মৰ মাজত বিভেদ সৃষ্টি কৰাসকলক লৈ মোৰ অসুবিধা আছে৷ নিপীড়িত আৰু প্ৰান্তীয়সকলৰ হৈ মই সদায়ে মাত মাতি আহিছো৷ মাত মাতি যাম৷ এই প্ৰান্তীয় লোকসকলক ধৰ্মৰ দোহাই দি শোষণ কৰা হৈছে৷ মই তেওঁলোকক কৰা এই শোষণ দেখিছো৷ মই যি কওঁ দৃঢ়তাৰে কও৷ অম্বেগকাৰেও এই দেশক ধৰ্মনিৰপেক্ষ দেশ বুলি সংবিধানত লিখি গৈছে৷’ ইয়াৰোপৰি উদয়নিধিৰ দাবী যে, দেশত সনাতন ধৰ্মৰ দোহাই দি বহুতেই বহু বেয়া কাম কৰি আছে৷

উদয়নিধিয়ে এই মন্তব্য কৰাক লৈ BJPনেতা অমিত মালব্যই সমালোচনা কৰি টুইটত লিখিছে, ‘ৰাহুল গান্ধীয়ে নিজেই প্ৰেমৰ দোকান খোলাৰ কথা কৈছে৷ আৰু কংগ্ৰেছৰ সৈতে মিলিত হোৱা দল DMKই সনাতন ধৰ্মক উপেক্ষা কৰিছে৷ কংগ্ৰেছৰ এই নিৰবতাই তেওঁক সমৰ্থন কৰাটোহে বুজাইছে৷ INDIA জোঁটক সুযোগ দিলে তেওঁলোকে ভাৰতৰ লক্ষ বছৰীয়া সভ্যতা আৰু ঐতিহ্যক ধ্বংস কৰি পেলাব৷’

বিজেপি দলে উদয়ানিধিক সমালোচনা কৰি থকাৰ সময়তেই তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰৰ কাষত থিয় দিছে কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংকা খৰ্গে৷ মন্ত্ৰী প্ৰিয়ংকা খৰ্গেৰ মতেও, হিন্দু ধৰ্ম এতিয়া সেই অৱস্থাত নাই৷ এই ধৰ্মইয়ো জনতাক সমান অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ ধৰিছে৷ এই ধৰ্ম সঁচাকৈয়ে এতিয়া ৰোগলৈ ৰূপান্তৰ হৈছে৷ উল্লেখ্য যে শনিবাৰে, ‘সনাতন এবলিশ্বন কনফাৰেন্স’ নামৰ এটা অনুষ্ঠানত যোগ দি এই মন্তব্য কৰিছিল উদয়নিধিয়ে৷

বিজেপিৰ আইটি ছেলৰ সমূহ কৰ্মকৰ্তাই বিষয়টোক লৈ আৰম্ভ কৰিছে প্ৰচাৰ৷ তেওঁলোকে প্ৰচাৰ অভিযানত কেইটামান বিশেষ পয়েণ্ট আনি উদয়নিধিক আক্ৰমণ কৰিছে৷ তেওঁলোকৰ মতে সনাতন ধৰ্মত বিশ্বাসী দেশৰ ৮০ শতাংশ লোকক তেওঁলোকে গণহত্যাৰ মুখলৈ ঠেলি দিব বিচাৰিছে৷ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদেও বিষয়টোক লৈ কয় যে, সংখ্যালঘু ভোটাৰৰ পৰা ভোট লাভৰ আশাতেই এই মন্তব্য কৰিছে উদয়নিধিয়ে৷ এই বিষয়টোক লৈ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অন্যান্য জেষ্ঠ নেতাই কিয় কোনোধৰণৰ মন্তব্য কৰা নাই তাক লৈয়ো উত্থাপন কৰিছে প্ৰশ্ন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা
অপৰাধ

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

June 27, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী
অপৰাধ

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

June 27, 2026
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?
প্ৰযুক্তি

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

June 27, 2026
Next Post
প্ৰেমিক হ’ব খুজিলে আৱেদন কৰক! এগৰাকী তৰুণীৰ এটা মাত্ৰ বাৰ্তা আৰু হাজাৰ হাজাৰ আৱেদন, সবিশেষ ঘটনা কি?

প্ৰেমিক হ’ব খুজিলে আৱেদন কৰক! এগৰাকী তৰুণীৰ এটা মাত্ৰ বাৰ্তা আৰু হাজাৰ হাজাৰ আৱেদন, সবিশেষ ঘটনা কি?

শিক্ষক সমাজ গঢ়াৰ কাৰিগৰ… শিক্ষক দিৱসৰ দিনাই জানি থওক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ সম্পৰ্কে কেইটামান অজানা তথ্য

শিক্ষক সমাজ গঢ়াৰ কাৰিগৰ... শিক্ষক দিৱসৰ দিনাই জানি থওক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ সম্পৰ্কে কেইটামান অজানা তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.