• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহবিচ্ছেদৰ পাছত পত্নীগৰাকীয়ে ভৰণ-পোষণৰ বাবে স্বামীৰ পৰা কি পাব? এই ৮ বিষয় পৰ্যালোচনা কৰিহে নিৰ্ধাৰণ হ’ব ভৰণ-পোষণৰ অৰ্থ

1 year ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

8 minutes ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

21 minutes ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

42 minutes ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

59 minutes ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

1 hour ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

2 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

3 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

4 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

5 hours ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহবিচ্ছেদৰ পাছত পত্নীগৰাকীয়ে ভৰণ-পোষণৰ বাবে স্বামীৰ পৰা কি পাব? এই ৮ বিষয় পৰ্যালোচনা কৰিহে নিৰ্ধাৰণ হ’ব ভৰণ-পোষণৰ অৰ্থ

বিবাহবিচ্ছেদৰ পাছত পত্নীগৰাকীয়ে ভৰণ-পোষণৰ বাবে স্বামীৰ পৰা কি পাব? এই ৮ বিষয় পৰ্যালোচনা কৰিহে নিৰ্ধাৰণ হ’ব ভৰণ-পোষণৰ অৰ্থ

editor by editor
December 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বিবাহবিচ্ছেদৰ পাছত পত্নীগৰাকীয়ে ভৰণ-পোষণৰ বাবে স্বামীৰ পৰা কি পাব? এই ৮ বিষয় পৰ্যালোচনা কৰিহে নিৰ্ধাৰণ হ’ব ভৰণ-পোষণৰ অৰ্থ
0
SHARES
800
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
দেশজুৰি বাংগালুৰুৰ তৰুণ ইঞ্জিনিয়াৰৰ মৃত্যুক লৈ চৰ্চা চলিছে৷ ২৪ পৃষ্ঠাৰ চিঠিত নিজৰ পত্নী আৰু শহুৰেকৰ ঘৰৰ বিৰুদ্ধে একাধিক বিস্ফোৰক অভিযোগ তুলি নিজকে শেষ কৰিছে বাংগালুৰুৰ ৩৪ বছৰ বয়সীয়া ইঞ্জিনিয়াৰ অতুল সুভাষে৷ নিজকে শেষ কৰি দিয়াৰ পূৰ্বে ভাৰতৰ আইন ব্যৱস্থাক লৈয়ো বেছ কিছু প্ৰশ্ন তুলিছে তেওঁ৷ অতুলৰ অভিযোগ যে আইনৰ অপব্যৱহাৰ কৰি এই দেশত পুৰুষৰ হত্যালীলা চলিছে৷ অতুলে লিখি গৈছে ‘বিচাৰ নাপালো৷’ এই বিতৰ্কৰ মাজতেই এগৰাকী পত্নীৰ ভৰণপোষণৰ বিষয়টোক লৈ মন্তব্য কৰিছে ছুপ্ৰিম কৰ্টে৷
কি কি মানদণ্ডৰ ভিত্তিত নিৰ্ধাৰিত হ’ব ভৰণপোষণৰ পৰিমাণ? ছুপ্ৰিম কৰ্টে পৰামৰ্শ দিছে যে ভৰণপোষণৰ পৰিমাণ নিৰ্ধাৰিত কৰাৰ বাবে ৮ মানদণ্ডক কথা মূৰত ৰাখক৷ বুধবাৰে ন্যায়াধীশ বিক্ৰম নাথে এই মানদণ্ডৰ কথা জনাইছে৷ কি এই মানদণ্ড? ন্যায়াধীশ প্ৰসন্ন ভি ভাৰালেৰ বেঞ্চে দাঙি ধৰিছে এই ৮মানদণ্ড৷
১. স্বামী আৰু স্ত্ৰীৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থা৷
২. ভৱিষ্যতে স্ত্ৰী আৰু সন্তানৰ নূন্যতম চাহিদা
৩. উভয় পক্ষৰ স্বামী আৰু পত্নীৰ শিক্ষাগত যোগ্যতা আৰু পেছা
৪. আয়ৰ উৎস আৰু সম্পত্তিৰ পৰিমাণ
৫. শহুৰেকৰ ঘৰত থকাৰ সময়ত পত্নীৰ জীৱনযাত্ৰাৰ মান
৬. তেওঁ পৰিয়ালক চোৱাৰ বাবেই চাকৰি এৰিছে নেকি?
৭. কৰ্মহীন পত্নীৰ আইনী যুঁজ চলোৱাৰ বাবে প্ৰয়োজনীয় অৰ্থ
৮. ভৰণপোষণৰ খৰচৰ ওপৰিও স্বামীৰ অন্যান্য খৰচ, আৰ্থিক অৱস্থা আৰু আয়
বুধবাৰে এই বেঞ্চে বিবাহবিচ্ছেদ সংক্ৰান্তিয় এক গোচৰ শুনাইছিল৷ তাতেই জনৈক প্ৰবীণকুমাৰ জৈনক প্ৰাক্তন স্ত্ৰী অঞ্জু জৈনৰ কাষত ভৰণপোষণৰ খৰচৰ বাবদ ৫ কোটি টকা দিয়াৰ নিৰ্দেশ দিয়ে শীৰ্ষ আদালতে৷ সেই গোচৰৰ সূত্ৰৰ পৰা সেই ৮মানদণ্ডৰ কথা জনাইছে দুই বিচাৰপতিৰ বেঞ্চে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

March 31, 2026
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?
জীৱনশৈলী

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

March 31, 2026
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ
জীৱনশৈলী

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

March 31, 2026
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ
জীৱনশৈলী

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

March 31, 2026
Next Post
প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

সুনীতা উইলিয়ামছৰ মূৰত ফ্লুয়িড জমা হৈছে! কি অসুবিধা হয় ফ্লুয়িড জমা হ’লে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন