• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰম্ভ ব’হাগ মাহ, বছৰৰ প্ৰথম মাহতেই ভাগ্য খুলিব ৪ৰাশিৰ

আৰম্ভ ব’হাগ মাহ, বছৰৰ প্ৰথম মাহতেই ভাগ্য খুলিব ৪ৰাশিৰ

2 years ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

20 minutes ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

49 minutes ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

1 hour ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

3 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

3 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

5 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

6 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

7 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

7 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰম্ভ ব’হাগ মাহ, বছৰৰ প্ৰথম মাহতেই ভাগ্য খুলিব ৪ৰাশিৰ

editor by editor
April 14, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আৰম্ভ ব’হাগ মাহ, বছৰৰ প্ৰথম মাহতেই ভাগ্য খুলিব ৪ৰাশিৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজিৰ পৰা আৰম্ভ হ’ল অসমীয়াৰ নতুন বছৰ। ১৪৩০ চনৰ পাছত আজি প্ৰথম ব’হাগৰ পৰা আৰম্ভ হ’ল অসমীয়াৰ নতুন বছৰ১৪৩১। এইবাৰ মেষ ৰাশিত সূৰ্যৰ প্ৰৱেশেৰে আৰম্ভ হৈছে ব’হাগ মাহ। ইয়াৰোপৰি এই সময়ত শনিয়ে অৱস্থান কৰিছে কুম্ভ ৰাশিত। মীন ৰাশিত অৱস্থান কৰিছে বুধে। জানি লওক জ্যোতিষ গণনা অনুসৰি ব’হাগ মাহত কোন কোন ৰাশিৰ জাতকে সৌভাগ্য লাভ কৰিব?

মেষ ৰাশি

ব’হাগ মাহত সৌভাগ্যৰ শিখৰত অৱস্থান কৰিব মেষ ৰাশিৰ জাতকে। আপুনি মেষ ৰাশিৰ জাতক হ’লে ব’হাগ মাহত নতুন ঘৰ বা বাহন ক্ৰয়ৰ সপোন পূৰণ হ’ব। এই সময়ত মেষ ৰাশিত শুভ অৱস্থানত আছে বৃহস্পতি। দেৱগুৰুৰ শুভ প্ৰভাৱত উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব আপুনি। ব’হাগৰ প্ৰথম সময়খিনি ভাল ধৰণে পাৰ হ’ব আপোনাৰ।

মিথুন ৰাশি

নতুন ঘৰ, বাহন ক্ৰয়ৰ সপোন দেখিলে সফল হ’ব আপুনি। কিছু আৰ্থিক কষ্টৰ মাজত আছে আপুনি। সেই সময়ত বিভিন্ন গ্ৰহৰ শুভ প্ৰভাৱত মনৰ সকলো ইচ্ছা পূৰণ হ’ব আপোনাৰ। কৰ্মক্ষেত্ৰত এই সময়ত উন্নতিৰ যোগ আছে। দৰমহা বৃদ্ধি হ’ব পাৰে।

 কন্যা ৰাশি

ব’হাগ মাহত কামৰ প্ৰতি উত্‍সাহ আৰু উদ্যম বৃদ্ধি পাব কন্যা ৰাশিৰ জাতকৰ। নিজৰ পৰিশ্ৰম আৰু বুদ্ধিৰ জোৰত বছৰৰ আৰম্ভণিৰ মাহতেই বৃহত্‍ কোনো সাফল্য অৰ্জন কৰিব পাৰে। পিতৃ-মাতৃৰ পৰা অৰ্থলাভ কৰাৰ যোগ আছে। কেৰিয়াৰত উন্নতি কৰিব পাৰিব। বিশেষকৈ যিসকলে গৱেষণাৰ কামত যুক্ত হৈ আছে তেঁওলোকে বিশেষ সাফল্য় লাভ কৰিব।

তুলা ৰাশি

১৪৩১বৰ্ষৰ প্ৰথম মাহত সাফল্যৰ শীৰ্ষত থাকিব তুলা ৰাশিৰ জাতক। এই সময়ত নিজৰ স্থাৱৰ সম্পত্তিৰ পৰিমান বৃদ্ধি পাব। সমগ্ৰ মাহ ভালধৰণেই পাৰ হ’ব আপোনাৰ। এই মাহত নতুন বাহন ক্ৰয়ৰ সপোন পূৰণ হ’ব আপোনাৰ। আপুনি তুলা ৰাশিৰ জাতক হ’লে বহাগ মাহ আপোনাৰ বাবে শুভ। কামৰ বাবে বিদেশলৈকো যাত্ৰা কৰাৰ যোগ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

April 10, 2026
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!
জীৱনশৈলী

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

April 10, 2026
Next Post
মুদ্ৰা যোজনাৰ অধীনত ২০লাখ পৰ্যন্ত ঋণৰ গেৰেণ্টি মোদীৰ, কেনেকৈ কৰিব আবেদন?

মুদ্ৰা যোজনাৰ অধীনত ২০লাখ পৰ্যন্ত ঋণৰ গেৰেণ্টি মোদীৰ, কেনেকৈ কৰিব আবেদন?

ইজৰাইলৰ ওপৰত ১৮৫ ড্ৰোণ, ১১০ বেলেষ্টিক, ৩৬ ক্ৰুজ মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ

ইজৰাইলৰ ওপৰত ১৮৫ ড্ৰোণ, ১১০ বেলেষ্টিক, ৩৬ ক্ৰুজ মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.