• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইজৰাইলৰ ওপৰত ১৮৫ ড্ৰোণ, ১১০ বেলেষ্টিক, ৩৬ ক্ৰুজ মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ

ইজৰাইলৰ ওপৰত ১৮৫ ড্ৰোণ, ১১০ বেলেষ্টিক, ৩৬ ক্ৰুজ মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ

2 years ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

4 minutes ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

59 minutes ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

1 hour ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

10 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

11 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

12 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

12 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

12 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

13 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

14 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

14 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ইজৰাইলৰ ওপৰত ১৮৫ ড্ৰোণ, ১১০ বেলেষ্টিক, ৩৬ ক্ৰুজ মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ

editor by editor
April 14, 2024
in ভাৰত, ৰাজনীতি
0
ইজৰাইলৰ ওপৰত ১৮৫ ড্ৰোণ, ১১০ বেলেষ্টিক, ৩৬ ক্ৰুজ মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ
0
SHARES
204
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইজৰাইলৰ ওপৰত ১৮৫ ড্ৰোণ, ১১০ বেলেষ্টিক, ৩৬ ক্ৰুজ মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ

আজি ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। যি আক্ৰমণ দেখি খৰহৰি কম্পমান সমগ্ৰ বিশ্ব। যি আক্ৰমণে কঁপাই তুলিছে ইজৰাইলৰ সকলোকে। বহি দিনৰে পৰা চলি থকা শীতল যুঁজে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

ছিৰিয়াত ইৰাণৰ ঘাটিত ইজৰাইলে বিমান আক্ৰমণ কৰাৰ পিছৰে পৰা পশ্চিম এছিয়াত কিবা এটা ডাঙৰ ঘটনা হ’ব বুলি আশংকা কৰা হৈছিল। এতিয়া সেই আশংকা সঁচা বুলি প্ৰমাণিত হৈছে। ইৰাণে ১৮৫ ড্ৰোন আৰু বহু মিছাইলেৰে ইজৰাইলক আক্ৰমণ কৰে।
অৱশ্যে ইজৰাইলৰ সামৰিক বিষয়াসকলে মাত্ৰ এটা সামৰিক ঘাটিৰ সামান্য ক্ষতিৰ দাবী উত্থাপন কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এগৰাকী মাত্ৰ ছোৱালী আহত হৈছে এই আক্ৰমণৰ ফলত।

আনহাতে, আন এক বাতৰি অনুসৰি ইৰাণে ১৮৫খন ড্ৰ’নৰ জৰিয়তে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছে। ইয়াৰ লগতে তেহৰাণৰ পৰাও ১১০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়। ক্ৰুজ মিছাইল নিক্ষেপ কৰাৰ কথাও চৰ্চা হৈছে।

‘নিউয়ৰ্ক টাইমছ’ৰ প্ৰতিবেদন অনুসৰি ইৰাণে ১৮৫খন ড্ৰ’নেৰে ইজৰাইলক আক্ৰমণ কৰিছিল। ইয়াৰ উপৰিও ১১০টা ক্ষেপণাস্ত্ৰ আৰু ৩৬টা ক্ৰুজ মিছাইলো নিক্ষেপ কৰা হয়। এই আক্ৰমণৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

প্ৰতিবেদন অনুসৰি প্ৰায়বোৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন ইৰাণৰ পৰা নিক্ষেপ কৰাৰ বিপৰীতে ইৰাক আৰু য়েমেনৰ পৰাও কিছু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। ইৰাণৰ আক্ৰমণৰ তথ্য পোৱাৰ লগে লগে পশ্চিমীয়া দেশসমূহে ইজৰাইলক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে ইৰানে নিক্ষেপ কৰা প্ৰায় সকলো ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন ইতিমধ্যে নিষ্ক্ৰিয় কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Benjamin NetanyahuiranisraelNetanyahu '
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ
ভাৰত

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

October 7, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
Next Post
শোকাৱহ ঘটনা, নৱৰাত্ৰী বুলি গংগাজল আনিবলৈ গৈ একে পৰিয়ালৰ দুই ভাতৃসহ ৪ যুৱকে হেৰুৱালে প্ৰাণ

শোকাৱহ ঘটনা, নৱৰাত্ৰী বুলি গংগাজল আনিবলৈ গৈ একে পৰিয়ালৰ দুই ভাতৃসহ ৪ যুৱকে হেৰুৱালে প্ৰাণ

অভিনেতাগৰাকীৰ জন্মদিন হৈছিল অভিশপ্ত দিন, চকুৰ সমুখতে একেলগে হেৰুাৱইছিল পিতৃ-মাতৃ-ভগ্নীক

অভিনেতাগৰাকীৰ জন্মদিন হৈছিল অভিশপ্ত দিন, চকুৰ সমুখতে একেলগে হেৰুাৱইছিল পিতৃ-মাতৃ-ভগ্নীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.