• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকাৱহ ঘটনা, নৱৰাত্ৰী বুলি গংগাজল আনিবলৈ গৈ একে পৰিয়ালৰ দুই ভাতৃসহ ৪ যুৱকে হেৰুৱালে প্ৰাণ

শোকাৱহ ঘটনা, নৱৰাত্ৰী বুলি গংগাজল আনিবলৈ গৈ একে পৰিয়ালৰ দুই ভাতৃসহ ৪ যুৱকে হেৰুৱালে প্ৰাণ

2 years ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

26 minutes ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

1 hour ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

2 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

3 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

4 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

4 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

18 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

19 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

19 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

20 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

20 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শোকাৱহ ঘটনা, নৱৰাত্ৰী বুলি গংগাজল আনিবলৈ গৈ একে পৰিয়ালৰ দুই ভাতৃসহ ৪ যুৱকে হেৰুৱালে প্ৰাণ

editor by editor
April 14, 2024
in ভাৰত
0
শোকাৱহ ঘটনা, নৱৰাত্ৰী বুলি গংগাজল আনিবলৈ গৈ একে পৰিয়ালৰ দুই ভাতৃসহ ৪ যুৱকে হেৰুৱালে প্ৰাণ
0
SHARES
199
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শোকাৱহ ঘটনা, নৱৰাত্ৰী বুলি গংগাজল আনিবলৈ গৈ একে পৰিয়ালৰ দুই ভাতৃসহ ৪ যুৱকে হেৰুৱালে প্ৰাণ

এক অতিকে শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ বালীঘাট-ধৰমপুৰ ৰাজপথত। নৱৰাত্ৰী বুলি দেৱীৰ চৰণত ঢালিবলৈ গংগা পানী আনিবলৈ গৈ প্ৰাণ হেৰুৱালে ৪ গৰাকীকৈ যুৱকে।

আজি দেওবাৰে পুৱা সংঘটিত হয় এই ঘটনা। ৰাজ্যখনৰ বালীঘাট-ধৰমপুৰ পথত এখন চাৰিচকীয়া বাহনেৰে সৈতে চাৰি যুৱক ৰাজপথৰ পৰা বহ তললৈ সৰি পৰি প্ৰাণ হেৰুৱাই। ইয়াৰে দুই যুৱক সম্বন্ধত ভাতৃ বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নৱৰাত্ৰী উপলক্ষে বাগেশ্বৰৰ পৰা সৰযু নদীৰ আনি আনিবলৈ বুলি গৈছিল। কিন্তু হঠাতে বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু পথৰ পৰা দ’ খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা যুৱক কেইজনৰ বয়স ২২ৰ পৰা ২৬ৰ ভিতৰত। ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ চাৰিও যুৱকৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentcar accidentroad accidentYouth DeathYouth Died
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা
অপৰাধ

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

September 19, 2026
Next Post
অভিনেতাগৰাকীৰ জন্মদিন হৈছিল অভিশপ্ত দিন, চকুৰ সমুখতে একেলগে হেৰুাৱইছিল পিতৃ-মাতৃ-ভগ্নীক

অভিনেতাগৰাকীৰ জন্মদিন হৈছিল অভিশপ্ত দিন, চকুৰ সমুখতে একেলগে হেৰুাৱইছিল পিতৃ-মাতৃ-ভগ্নীক

অলৌকিক, তেল নোহোৱাকৈ ৯ দিনলৈ জ্বলে চাকি, মহিলাৰ প্ৰৱেশ নিষিদ্ধ এই মন্দিৰত

অলৌকিক, তেল নোহোৱাকৈ ৯ দিনলৈ জ্বলে চাকি, মহিলাৰ প্ৰৱেশ নিষিদ্ধ এই মন্দিৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.