• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুদ্ৰা যোজনাৰ অধীনত ২০লাখ পৰ্যন্ত ঋণৰ গেৰেণ্টি মোদীৰ, কেনেকৈ কৰিব আবেদন?

মুদ্ৰা যোজনাৰ অধীনত ২০লাখ পৰ্যন্ত ঋণৰ গেৰেণ্টি মোদীৰ, কেনেকৈ কৰিব আবেদন?

2 years ago
৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

8 hours ago
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

8 hours ago
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

9 hours ago
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

9 hours ago
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

10 hours ago
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

10 hours ago
মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

11 hours ago
জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

11 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

12 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

13 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

13 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

মুদ্ৰা যোজনাৰ অধীনত ২০লাখ পৰ্যন্ত ঋণৰ গেৰেণ্টি মোদীৰ, কেনেকৈ কৰিব আবেদন?

editor by editor
April 14, 2024
in বাণিজ্য, ভাৰত
0
মুদ্ৰা যোজনাৰ অধীনত ২০লাখ পৰ্যন্ত ঋণৰ গেৰেণ্টি মোদীৰ, কেনেকৈ কৰিব আবেদন?
0
SHARES
315
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে মূদ্ৰা যোজনাক লৈ ডাঙৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেওবাৰে সংকল্প পত্ৰ অর্থাৎ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে বিজেপিয়ে। তাতেই কেন্দ্ৰৰ শাসকদলে দিছে কেইবাটাও প্ৰতিশ্ৰুতি। পুনৰ এবাৰ ক্ষমতালৈ আহিলে প্ৰধানমন্ত্ৰীয়ে মূদ্ৰা যোজনাৰ অধীনত ২০লাখ পৰ্যন্ত ঋণ দিয়াৰ কথাও ঘোষণা কৰিছে।

কেনেকৈ এই প্ৰকল্পত আৱেদন কৰিব?

পকেটত পৰ্যাপ্ত পুঁজি নাথাকিলেও ব্যৱসায় আৰম্ভ কৰাৰ সপোন বহু মানুহৰ থাকে। ব্য়ৱসায় কৰি আৰ্থিকভাৱে সক্ষম হোৱাৰ ইচ্ছা যিসকলৰ আছে তেওঁলোকে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত ঋণ গ্ৰহণ কৰিব পাৰিব। এই প্ৰকল্পৰ অধীনত ঋণ ল’ব পাৰিব দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলেও।  NSSOৰ এক সমীক্ষা অনুসৰি দেশত প্ৰায় ৫কোটি ৭৭লাখ ক্ষুদ্ৰ উদ্যোগী আছে। ইয়াৰ সৈতে যুক্ত হৈ আছে ১২ কোটি মানুহ। কম পৰিমানৰ পুঁজিৰেই ব্যৱসায় চলাই আছে বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে। বেছিভাগৰ সৈতে বেংকৰ কোনো সম্পৰ্ক নাই। তেওঁলোকে যাতে ঋণ লৈ ব্যৱসায় চলাই উন্নতি কৰিব পাৰে সেয়ে ২০১৫ চনৰ ৮এপ্ৰিলৰ পৰা Pradhan Mantri MUDRA Yojana (PMMY) আৰম্ভ হৈছে।

কিমান টকাৰ ঋণ লাভ কৰিব মুদ্ৰা যোজনাৰ অধীনত?

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ আওতাত মুঠ তিনিটা প্ৰকল্প আছে। শিশু, কিশোৰ আৰু তৰুণ। শিশু প্ৰকল্পৰ ৫০হাজাৰ টকা, কিশোৰ প্ৰকল্পত ৫০হাজাৰৰ পৰা ৫লাখ টকা আৰু তৰুণ প্ৰকল্পত ১০লাখ পৰ্যন্ত ঋণ লাভ কৰিব পাৰে। এই ঋণ ল’বলৈ অৱশ্যে কেইটামান চৰ্ত মানিব লাগিব। কোনো ব্যক্তিগত কাৰণত আপুনি এই প্ৰকল্পৰ অধীনত ঋণ ল’ব নোৱাৰিব।

কি কি চৰ্ত সাপেক্ষে এই ঋণ পাব?

যিকোনে এজন ভাৰতীয় নাগৰিকে এই প্ৰকল্পৰ অধীনত ঋণ ল’ব পাৰে। যিয়ে ঋণ ল’ব খোজে তেওঁৰ বয়স ১৮ বছৰৰ ওপৰত আৰু ৬৫ বছৰৰ তলত হ’ব লাগিব।

যদি কিশোৰ বা তৰুণে মুদ্ৰা যোজনাৰ আওঁতাত ঋণ ল’ব খোজে তেন্তে তেওঁলোকে ব্যৱসায় আৰু ব্যক্তিগত লেনদেনৰ নথি বেংকত জমা দিব লাগিব। ১২ মাহৰ বেংক ষ্টেটমেণ্ট দিব লাগিব। ইয়াৰ সৈতে ব্যৱসায়ৰ আয়ৰ প্ৰমাণপত্ৰও জমা দিব লাগিব। সমস্ত বেংকৰ শাখাৰ পৰাই এই ঋণ পাব আবেদনকাৰীয়ে।

আবেদনকাৰীৰ এখন পৰিচয়পত্ৰ, বৰ্তমান বাসস্তানৰ ঠিকনা, আয়ৰ প্ৰমাণপত্ৰ বা ইনকাম টেক্স জমা দিয়াৰ নথি, বেংক ষ্টেটমেণ্ট, যি ব্যৱসায় কৰিছে তাৰ প্ৰমাণপত্ৰ আৰু কিমানদিন ধৰি ব্যৱসায় চলাইছে তাৰ নথিও জমা দিব লাগিব।মুদ্ৰা লোণৰ ৫০ হাজাৰ টকাৰ ক্ষেত্ৰত কোনো প্ৰচেছিং ফি নালাগে। তাতকৈ বেছি ঋণ ল’লে  ০.৫০ শতাংশ হাৰত এই প্ৰচেছিং ফি লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?
ক্ৰীড়া

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

June 2, 2026
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ
জীৱনশৈলী

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

June 2, 2026
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ
বাণিজ্য

মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

June 2, 2026
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?
ক্ৰীড়া

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

June 2, 2026
Next Post
ইজৰাইলৰ ওপৰত ১৮৫ ড্ৰোণ, ১১০ বেলেষ্টিক, ৩৬ ক্ৰুজ মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ

ইজৰাইলৰ ওপৰত ১৮৫ ড্ৰোণ, ১১০ বেলেষ্টিক, ৩৬ ক্ৰুজ মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ

শোকাৱহ ঘটনা, নৱৰাত্ৰী বুলি গংগাজল আনিবলৈ গৈ একে পৰিয়ালৰ দুই ভাতৃসহ ৪ যুৱকে হেৰুৱালে প্ৰাণ

শোকাৱহ ঘটনা, নৱৰাত্ৰী বুলি গংগাজল আনিবলৈ গৈ একে পৰিয়ালৰ দুই ভাতৃসহ ৪ যুৱকে হেৰুৱালে প্ৰাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.