• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যগ্ৰহণৰ প্ৰভাৱত জীৱনলৈ সমস্যা আহিব এই ৬ৰাশিৰ, প্ৰবল আৰ্থিক অনাটনত ভূগিব কোন কোন ৰাশি?

সূৰ্যগ্ৰহণৰ প্ৰভাৱত জীৱনলৈ সমস্যা আহিব এই ৬ৰাশিৰ, প্ৰবল আৰ্থিক অনাটনত ভূগিব কোন কোন ৰাশি?

1 year ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

8 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

8 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

8 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

9 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

10 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

11 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

11 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

12 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

12 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

14 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

15 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্যগ্ৰহণৰ প্ৰভাৱত জীৱনলৈ সমস্যা আহিব এই ৬ৰাশিৰ, প্ৰবল আৰ্থিক অনাটনত ভূগিব কোন কোন ৰাশি?

সূৰ্যগ্ৰহণৰ প্ৰভাৱত জীৱনলৈ সমস্যা আহিব এই ৬ৰাশিৰ, প্ৰবল আৰ্থিক অনাটনত ভূগিব কোন কোন ৰাশি?

editor by editor
September 16, 2025
in জীৱনশৈলী
0
সূৰ্যগ্ৰহণৰ প্ৰভাৱত জীৱনলৈ সমস্যা আহিব এই ৬ৰাশিৰ, প্ৰবল আৰ্থিক অনাটনত ভূগিব কোন কোন ৰাশি?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বছৰৰ শেষ সূৰ্যগ্ৰহণ ২১ ছেপ্টেম্বৰত হ’ব৷ এই গ্ৰহণ ভাৰতৰ পৰা দেখা নাযায়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই সূৰ্যগ্ৰহণ বুধৰ ৰাশি কন্যা আৰু পূৰ্বভাদ্ৰপদ নক্ষত্ৰত ঘটিব৷ জ্যোতিৰ্বিদ্যাৰ দৃষ্টিকোণৰ পৰা সূৰ্যগ্ৰহণক অত্যন্ত অশুভ ঘটনা হিচাপে বিবেচনা কৰা হয়৷ কাৰণ সূৰ্যগ্ৰহণৰ প্ৰভাৱ দেশ, বিশ্ব আৰু মানৱ জীৱনৰ ওপৰত পৰে৷

জ্যোতিষীৰ মতে ২১ ছেপ্টেম্বৰ সূৰ্যগ্ৰহণৰ প্ৰভাৱ আগন্তুক কেইবামাহ ধৰি দেখা যাব৷ যাৰ কাৰণে বহু ৰাশিৰ জাতক সতৰ্ক থকাটো প্ৰয়োজন৷ জানক কোন ৰাশিৰ জাতক জাতিকাই সূৰ্যগ্ৰহণত সাবধানে থকাটো জৰুৰী৷

বৃষ ৰাশি

এই সূৰ্যগ্ৰহণৰ প্ৰভাৱত বৃষ ৰাশিৰ জাতক জাতিকাই প্ৰতিটো ক্ষেত্ৰতেই সতৰ্ক থাকক৷ এই গ্ৰহণৰ প্ৰভাৱে বৃষ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্যৰ ওপৰত পৰিব৷ অজানা লোকৰ পৰা দূৰৈত থাকক অন্যথা প্ৰতাৰিত হব পাৰে৷ অসুস্থতাৰ বাবে প্ৰচুৰ অৰ্থ ব্যয় হব পাৰে৷ ই বাজেট নষ্ট কৰিব৷ ক্লান্তি আৰু মানসিক চাপে বৃষ ৰাশিৰ জাতক জাতিকাক সমস্যাত পেলাব পাৰে উদ্বেগ বা অনিদ্ৰাত ভূগিব পাৰে৷

কৰ্কট ৰাশি

এই গ্ৰহণৰ প্ৰভাৱ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ওপৰত দেখা যাব৷ কৰ্কট ৰাশিৰ জাতক জাতিকাই যিকোনো কামত ৰিস্ক লোৱা উচিত নহব৷ বিনিয়োগ সম্পৰ্কিয় কামত অৰ্থ বিনিয়োগ নকৰাই শুভ৷ ধন সম্পদ আৰু সম্পত্তিৰ ক্ষতি হব পাৰে৷ এই সময়ত নতুন যানবাহন ক্ৰয় কৰা উচিত নহয়৷ সম্পত্তি সম্পৰ্কিয় বিষয়ত আপুনি সতৰ্ক হৈ থাকক৷

কন্যা ৰাশি

ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ কন্যা ৰাশিতেই হব৷ জীৱনত নেতিবাচক প্ৰভাৱ পৰিব৷ কোনো কাম আৰম্ভ নকৰিব৷ ইয়াৰোপৰি অচিনাকি ব্যক্তিৰ পৰা সাবধানে থাকক৷ অৰ্থ সম্পৰ্কিত সমস্যাৰ সন্মুখীন হব পাৰে যিয়ে অৰ্থৰ ক্ষতি কৰাব পাৰে৷

ধনু ৰাশি

বছৰৰ শেষ সূৰ্যগ্ৰহণে ধনু ৰাশিৰ জাতক জাতিকাৰ পৈতৃক সম্পত্তি সম্পৰ্কিত বিষয়ত সতৰ্ক থাকক৷ পৰিয়াল বা অফিচত তৰ্ক এৰাই চলক৷ কোনোৱে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে৷ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে যিয়ে ব্যয় বৃদ্ধি কৰিব৷ সম্পৰ্কৰ ক্ষেত্ৰত ভুল বুজাবুজি বঢ়াব৷ ব্যৱসায়ত বৃহৎ ক্ষতি হব পাৰে৷ ইয়াৰোপৰি কৰ্মক্ষেত্ৰত বুদ্ধিমানৰ দৰে সিদ্ধান্ত লব অন্যথা সহকৰ্মীসকলৰ সৈতে ভুল বুজাবুজি বাঢ়িব৷

মকৰ ৰাশি

সূৰ্যগ্ৰহণৰ নেতিবাচক প্ৰভাৱ মকৰ ৰাশিৰ জাতক জাতিকাৰ ওপৰতো দেখা যাব৷ এই সময়ত হঠাৎ ডাঙৰ সিদ্ধান্ত লোৱা উচিত নহয়৷ তৰ্ক নকৰিব অন্যথা সম্পৰ্ক নষ্ট হব৷ ইয়াৰোপৰি আৰ্থিক দিশৰ পৰা আপুনি সতৰ্ক থাকিব লাগিব৷ অৰ্থ ব্যয় বহু পৰিমাণে বাঢ়িব পাৰে৷

কুম্ভ ৰাশি

সূৰ্যগ্ৰহণৰ প্ৰভাৱ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক অৱস্থাৰ ওপৰত দেখা যাব৷ এই সময়ত অপ্ৰয়োজনীয় ব্যয় এৰাই চলক৷ অৰ্থ সংক্ৰান্তিয় সমস্যা হব পাৰে৷ স্বাস্থ্যৰো অৱনতি ঘটিব পাৰে৷ জীৱনলৈ ক্লান্তি আৰু মানসিক চাপ আহিব পাৰে৷ কুম্ভ ৰাশিৰ জাতক জাতিকাই দুৰ্ঘটনাৰ পৰা বাচি থাকিবলৈ সাবধানে চলাফিৰা কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
Next Post
জীৱনত প্ৰচুৰ টকা ঘটিবলৈ হ’লে এই ৩ কাম ভুলতো নকৰিব, কি কৈছে চাণক্য নীতিয়ে?

জীৱনত প্ৰচুৰ টকা ঘটিবলৈ হ’লে এই ৩ কাম ভুলতো নকৰিব, কি কৈছে চাণক্য নীতিয়ে?

শনি-বুধৰ প্ৰতিযুতি ৰাজযোগত কঁপিব বিশ্বব্ৰহ্মাণ্ড! তিনি ৰাশিৰ ভাগ্য সলনি হ’ব, পূজাৰ পূৰ্বে কোটিপতি হোৱাৰ সুযোগ

শনি-বুধৰ প্ৰতিযুতি ৰাজযোগত কঁপিব বিশ্বব্ৰহ্মাণ্ড! তিনি ৰাশিৰ ভাগ্য সলনি হ’ব, পূজাৰ পূৰ্বে কোটিপতি হোৱাৰ সুযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.