• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশাটো পাৰ হ’লেই মালামাল হ’ব ৩ ৰাশি, সূৰ্য-শনিৰ বিৰল যোগত পকেট গৰম হ’ব এইকেইটা ৰাশিৰ

7 months ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

40 minutes ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

1 hour ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

2 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

3 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

5 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

5 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

6 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশাটো পাৰ হ’লেই মালামাল হ’ব ৩ ৰাশি, সূৰ্য-শনিৰ বিৰল যোগত পকেট গৰম হ’ব এইকেইটা ৰাশিৰ

নিশাটো পাৰ হ’লেই মালামাল হ’ব ৩ ৰাশি, সূৰ্য-শনিৰ বিৰল যোগত পকেট গৰম হ’ব এইকেইটা ৰাশিৰ

editor by editor
September 26, 2025
in জীৱনশৈলী
0
নিশাটো পাৰ হ’লেই মালামাল হ’ব ৩ ৰাশি, সূৰ্য-শনিৰ বিৰল যোগত পকেট গৰম হ’ব এইকেইটা ৰাশিৰ
0
SHARES
5.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিদেৱক ন্যায়ৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ বৰ্তমান শনি মীন ৰাশিত অৱস্থান কৰিছে৷ তাতেই বহি বিভিন্ন গ্ৰহৰ সৈতে সংযোগ স্থাপন কৰিছে৷ কাইলৈ ২৭ ছেপ্টেম্বৰত একেধৰণৰেই এক বিৰল সংযোগ তৈয়াৰ হ’ব৷ যি অত্যন্ত বিশেষ বুলি বিবেচিত হয়৷ প্ৰকৃতপক্ষে কাইলৈ ২৭ ছেপ্টেম্বৰত গ্ৰহৰ ৰজা সূৰ্যই শনিৰ ওপৰত বিশেষ দৃষ্টি দিব৷ ই খুবেই কাৰ্যকৰ বুলি ধাৰণা কৰা হয়৷

কাইলৈ সূৰ্যই-চন্দ্ৰৰ হস্ত ৰাশিত প্ৰৱেশ কৰিব৷ সূৰ্যৰ এই পৰিবৰ্তনশীল গতিবিধিয়ে মানুহৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলাব৷ জানক সূৰ্য ৰাশি পৰিবৰ্তন আৰু শনিৰ ওপৰত সূৰ্যৰ শুভ দৃষ্টি কোন ৰাশিৰ জাতক জাতিকাৰ বাবে উপকাৰী হ’ব?

বৃষ ৰাশি

সূৰ্যৰ শুভ দৃষ্টিয়ে বৃষ ৰাশিক শক্তি আৰু আত্মবিশ্বাসেৰে ভৰাই দিব৷ কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম ফলপ্ৰসূ হব৷ উৰ্ধ্বতনসকলৰ পৰা সমৰ্থন পাব৷ নতুন সুযোগৰ উদয় ঘটিব, যাৰ ফলত আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ পৰিয়ালতো আপোনাৰ কথা ভেল্যু থাকিব৷ এই সময়ত যিকোনো কামতেই সফল হোৱাৰ সম্ভাৱনা আছে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ বাবে সূৰ্যৰ শুভ দৃষ্টিয়ে আৰ্থিক আৰু কৰ্মজীৱন উভয় ক্ষেত্ৰতেই উন্নতি কঢ়িয়াই আনিব৷ দীৰ্ঘদিনৰ অমীমাংসিত কামসমূহ সম্পন্ন হব৷ উন্নতিৰ সুযোগ তৈয়াৰ হব৷ পাৰিবাৰিক জীৱনত সম্প্ৰীতি বৃদ্ধি পাব৷ সম্পৰ্ক আৰু মধুৰ হৈ উঠিব৷ এই সময় বিনিয়োগৰ বাবেও উপকাৰী হ’ব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে সূৰ্যৰ শুভ দৃষ্টি পাৰিবাৰিক আৰু সম্পত্তি সংক্ৰান্তিয় বিষয়ত সু সংবাদ কঢ়িয়াই আনিব৷ পৰিয়ালৰ সৈতে সময় কটাই তৃপ্তি বোধ কৰিব৷ সম্পত্তি বা যানবাহন সম্পৰ্কিত বিষয়ত সাফল্যৰ সম্ভাৱনা আছে৷ স্বাস্থ্যৰ উন্নতি হ’ব আৰু মানসিক শান্তি বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

April 13, 2026
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?
জীৱনশৈলী

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

April 13, 2026
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?
জীৱনশৈলী

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

April 13, 2026
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?
জীৱনশৈলী

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

April 13, 2026
Next Post
BTRত নচলিব কোনো উচ্ছেদ, সকলোৱে পাব ভূমিপট্টা, নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাখিবনে হাগ্ৰামাই? নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ বিপিএফৰ

দেৱীপক্ষত ভাগ্য সলনি, আজিৰ পৰাই সূৰ্যৰ দৰে চমকিব ৪ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন