• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক সপ্তাহতেই শত্ৰু শনিৰ সৈতে মিলিত হ’ব সূৰ্য, বিপদ আহি আছে ৫ৰাশিৰ জাতকলৈ

আগন্তুক সপ্তাহতেই শত্ৰু শনিৰ সৈতে মিলিত হ’ব সূৰ্য, বিপদ আহি আছে ৫ৰাশিৰ জাতকলৈ

2 years ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

3 minutes ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

1 hour ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

2 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

3 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

3 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

4 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

4 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

5 hours ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

7 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

7 hours ago
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

8 hours ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক সপ্তাহতেই শত্ৰু শনিৰ সৈতে মিলিত হ’ব সূৰ্য, বিপদ আহি আছে ৫ৰাশিৰ জাতকলৈ

editor by editor
February 10, 2024
in জীৱনশৈলী, ভাৰত
0
আগন্তুক সপ্তাহতেই শত্ৰু শনিৰ সৈতে মিলিত হ’ব সূৰ্য, বিপদ আহি আছে ৫ৰাশিৰ জাতকলৈ
0
SHARES
16.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আগন্তুক ১৩ফেব্ৰুৱাৰী ২০২৪ মঙলবাৰে মকৰ ৰাশি এৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। জ্যোতিষ অনুসৰি সূৰ্য হৈছে শনিৰ পিতৃ। সম্পৰ্কত পিতা পুত্ৰ হ’লেও এই দুই গ্ৰহৰ মাজত সম্পৰ্ক অৱশ্যে ভাল নহয়। সেয়ে যেতিয়াই সূৰ্য আৰু শনি একত্ৰ হয় তাৰ কিছু ক্ষতিকৰ প্ৰভাৱ লক্ষ্য কৰা যায়। ২০২৩ চনৰ শেষৰ ফালে শনিয়ে কুম্ভ ৰাশিত প্ৰৱেশ কৰিছে। শনিয়ে এটা ৰাশিত আঢ়ৈ বছৰ ধৰি অৱস্থান কৰে। সেই হিচাপে সমগ্ৰ ২০২৪ চনত শনি কুম্ভ ৰাশিতেই থাকিব। সূৰ্যই মোটামুটি এমাহ ধৰি একেটা ৰাশিতেই অৱস্থান কৰিব। সূৰ্যইয়ো মকৰ ৰাশি এৰি কুম্ভ ৰাশিৰ প্ৰৱেশ কৰিব যাৰ ফলত দুটা শত্ৰু গ্ৰহৰ মাজত যুঁটি গঠিত হ’ব। সূৰ্যলৈ আহিয়েই কিন্তু শনি অস্ত যাব। সূৰ্য আৰু শনিৰ এই যোগাযোগত জীৱনত বিপদ বাঢ়িব পাঁচ ৰাশিৰ জাতকৰ। অস্তগামী শনি আৰু সূৰ্যৰ মিলনত ক্ষতিৰ মুখত পৰিব কেইটামান ৰাশিৰ জাতক।

কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ ছকৰ অষ্টম ঘৰত সূৰ্য আৰু শনিৰ যুটি গঠিত হ’ব। এই যোগাযোগ মুঠেও লাভজনক নহ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে। বিশেষকৈ এই সময়ত আৰ্থিক ক্ষেত্ৰত নানান বিপদ আহিব। এই সময়ত কোনো ডাঙৰ বিনিয়োগ নকৰিব। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভত বাধা আহিব পাৰে। কোনো কোনোৱে আপোনাৰ কামত সমস্যাৰ সৃষ্টি কৰিব। এই সময়ত স্বাস্থ্যও বেয়া হ’ব পাৰে কৰ্কট ৰাশিৰ জাতকৰ।

সিংহ ৰাশি
সিংহ ৰাশিৰ ছকৰ সপ্তম ঘৰত সূৰ্য আৰু শনিৰ মিলন ঘটিব। এই যুঁটিৰ ফলত মানসিক চাপ আৰু অৱসাদ বাঢ়িব সিংহ ৰাশিৰ জাতকৰ। দাম্পত্য জীৱনত এই সময়ত নানান সমস্যাৰ মুখত পৰিব আপুনি। এই সময়ত কাৰোৰে সৈতে কোনো ধৰণৰ আইনী ঝামেলাত সোমাই নপৰাটোৱে মঙ্গল।

কন্যা ৰাশি
কন্যা ৰাশিৰ ছকৰ ষষ্ঠ ঘৰত সূৰ্য আৰু শনিৰ যুঁটি তৈয়াৰ হ’ব। কন্যা ৰাশিৰ ষষ্ঠ ঘৰত এই দুই গ্ৰহই গঠন কৰিব শত্ৰু হন্তা যোগ। ইয়াৰ ফলত আপুনি নিজৰ শত্ৰুক হৰুৱাব পাৰিব। কিন্তু এই যুঁটি ক্ষতিকৰ হ’ব কন্যা ৰাশিৰ জাতকৰ বাবে। আৰ্থিক ক্ষতিৰ সম্ভাৱনা। আৰ্থিক বিষয়ত কাকোৱে বিশ্বাস নকৰিব। প্ৰেমৰ সম্পৰ্কত অশান্তিয়ে দেখা দিব।

বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ ছকৰ চতুৰ্থ ঘৰত যুঁটি বান্ধিব সূৰ্য আৰু শনিয়ে। এই দুই গ্ৰহৰ মিলন মুঠেও শুভ নহয় আপোনাৰ বাবে। বিশেষকৈ কেৰিয়াৰত এই সময়ত নানান চেলেঞ্জ আহিব আপোনাৰ। পাৰিবাৰিক জীৱনত অশান্তিয়ে দেখা দিব। পৰিয়ালৰ সদস্যসকলৰ মাজত ভুল বুজাবুজি তৈয়াৰ হৈছে। মানসিকভাৱে এই সময়ত চাপত থাকিব বৃশ্চিক ৰাশিৰ জাতকসকল।

কুম্ভ ৰাশি
কুম্ভ ৰাশিতেই মিলিত হ’ব সূৰ্য আৰু শনি। দুই শত্ৰু গ্ৰহৰ মিলনত নানান সমস্যা আহিব কুম্ভ ৰাশিৰ জাতকৰ। এই সময়ত স্বাস্থ্যৰ দিশৰ পৰা আপোনাৰ অশান্তি থাকিব। সাৱধান হওক। ৰাস্তাঘাটত সাৱধানে চলাফিৰা কৰক। দুৰ্ঘটনাৰ যোগ আছে। ইয়াৰোপৰি মূৰ আৰু শৰীৰৰ নানান অংশত বিষ হ’ব পাৰে। দাম্পত্য জীৱনত অশান্তিৰ মুখত পৰিব কুম্ভ ৰাশিৰ জাতক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

March 22, 2026
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক
লেখা

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

March 22, 2026
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

March 22, 2026
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!
জীৱনশৈলী

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

March 22, 2026
Next Post
গুৰুতৰভাৱে অসুস্থ অভিনেতা মিঠুন চক্ৰবৰ্তী! ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত নেকি মিঠুন চক্ৰবৰ্তী?

গুৰুতৰভাৱে অসুস্থ অভিনেতা মিঠুন চক্ৰবৰ্তী! ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত নেকি মিঠুন চক্ৰবৰ্তী?

‘লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত কাৰ্যকৰী হ’ব CAA, অনলাইন মাধ্যমেৰে কেনেকৈ কৰিব নাগৰিকত্বৰ আৱেদন?

'লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত কাৰ্যকৰী হ’ব CAA, অনলাইন মাধ্যমেৰে কেনেকৈ কৰিব নাগৰিকত্বৰ আৱেদন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.