• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুশান্ত সিং ৰাজপুত আঁতৰি যোৱাৰ আঢ়ৈ বছৰৰ পাছতো খালী হৈ আছে বিশেষ এপাৰ্টমেণ্টটো৷ কাৰণ জানিলে আপুনিও হ’ব আচৰিত…

সুশান্ত সিং ৰাজপুত আঁতৰি যোৱাৰ আঢ়ৈ বছৰৰ পাছতো খালী হৈ আছে বিশেষ এপাৰ্টমেণ্টটো৷ কাৰণ জানিলে আপুনিও হ’ব আচৰিত…

3 years ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

1 hour ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

2 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

3 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

4 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

4 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

4 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

22 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

24 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 day ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সুশান্ত সিং ৰাজপুত আঁতৰি যোৱাৰ আঢ়ৈ বছৰৰ পাছতো খালী হৈ আছে বিশেষ এপাৰ্টমেণ্টটো৷ কাৰণ জানিলে আপুনিও হ’ব আচৰিত…

editor by editor
December 11, 2022
in চিনেমা, জীৱনশৈলী, ভাৰত
0
সুশান্ত সিং ৰাজপুত আঁতৰি যোৱাৰ আঢ়ৈ বছৰৰ পাছতো খালী হৈ আছে বিশেষ এপাৰ্টমেণ্টটো৷ কাৰণ জানিলে আপুনিও হ’ব আচৰিত…
0
SHARES
19.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সুশান্ত সিং ৰাজপুত আঁতৰি যোৱাৰ প্ৰায় আঢ়ৈ বছৰ সম্পূৰ্ণ হৈছে৷ এই আঢ়ৈ বছৰে কেৱল বলীউডতেই নহয় দেশজুৰি চৰ্চাৰ শিখৰতেই আছে সুশান্ত৷ মৃত্যুৰ পাছতো খুবেই চৰ্চাত থকা অভিনেতা হৈছে সুশান্ত সিং ৰাজপুত৷ এক সমীক্ষাই প্ৰকাশ কৰামতে বৰ্তমানো গুগলত কেইবা হাজাৰ লোকে চাৰ্ছ কৰে সুশান্ত সম্পৰ্কীত বিষয়৷ কিয় আত্মহত্যা কৰিছিল সুশান্তে সেই বিষয়ে বৰ্তমানো সঠিক তথ্য পোৱা নাই যদিও সুশান্তৰ আত্মহত্যাৰ আঁৰত যে বহুকেইটা কাৰণ জড়িত হৈ আছে সেইয়া ধুৰূপ৷ শেহতীয়াকৈ আকৌ সুশান্ত সম্পৰ্কীয় এক বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰিছে৷ সুশান্ত বাস কৰা এপাৰ্টমেণ্টটোৰ সৈতে জড়িত হৈ থকা বিশেষ কেইটামান কথাই এতিয়া চৰ্চা লাভ কৰিছে৷

মুম্বাইৰ এটা ফ্লেটত আত্মহত্যা কৰিছিল সুশান্তই

সুশান্ত সিং ৰাজপুতে ২০২০ চনৰ ১৪ জুনত আত্মহত্যা কৰিছিল৷ মুম্বাইৰ এটা অভিজাত এলেকাত থকা বিলাসী ফ্লেটত উদ্ধাৰ হৈছিল সুশান্তৰ দেহ৷ আৰৱ সাগৰৰ পাৰত থকা বিশেষ এপাৰ্টমেণ্টটোৰ প্ৰতি বহুতৰেই আকৰ্ষণ৷ মুম্বাইত এনে ফ্লেট হঠকাই পোৱা টান৷ কিন্তু সুশান্ত সিঙে আত্মহত্যা কৰা ফ্লেটটো আজিও খালী হৈ ৰৈছে৷ কোনো লোকেই এই ফ্লেটত ভাৰাতীয়া হিচাপে থাকিবলৈ আৰু আগ্ৰহী নহয়৷ ইয়াৰ আঁৰত কেৱল সুশান্তে সেই গৃহত আত্মহত্যা কৰাই নে আন কিবা?

কিয় এই এপাৰ্টমেণ্ট ল’ব নোখোজে ভাৰাতীয়াই?

অভিনেতাজনৰ মৃত্যু হোৱা এপাৰ্টমেণ্টটো আজিও খালী হৈয়েই আছে৷ সুশান্তৰ মৃত্যুৰ আঢ়ৈ বছৰৰ পিছতো ভাড়াতীয়া বিচাৰি পোৱা নাই এপাৰ্টমেণ্টৰ মালিকে। এই এপাৰ্টমেণ্টৰ নাম শুনিলেই বহুতেই ভয়ত শিঁয়ৰি উঠে৷ শেহতীয়াকৈ প্ৰপাৰ্টি ব্ৰকাৰে সুশান্তৰ বিলাসী ফ্লেটৰ ফটো শ্বেয়াৰ কৰিছে৷ লগতে বিলাসী ফ্লেটটোৰ ভাড়াও উল্লেখ কৰিছে ব্ৰকাৰে৷ তেওঁ ঘৰটোৰ মাহিলী ভাড়া ৫ লাখ টকা বুলি উল্লেখ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
অনিমেষক পাহৰিছে নেকি? কণ্ঠশিল্পী দীপলিনা ডেকাই অনিমেষৰ পৰিয়ালটোৰ বাবেই চৰকাৰ, দল সংগঠনলৈ জনাইছে বিশেষ আহ্বান…

অনিমেষক পাহৰিছে নেকি? কণ্ঠশিল্পী দীপলিনা ডেকাই অনিমেষৰ পৰিয়ালটোৰ বাবেই চৰকাৰ, দল সংগঠনলৈ জনাইছে বিশেষ আহ্বান...

‘প্রধানমন্ত্ৰী মোদীক হত্যা কৰিবলৈ সাজু হওক…’ মোদীক হত্যা কৰিবলৈ কোনে কৰিছে মৰসাহ?

'প্রধানমন্ত্ৰী মোদীক হত্যা কৰিবলৈ সাজু হওক...’ মোদীক হত্যা কৰিবলৈ কোনে কৰিছে মৰসাহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.