অসম লাইভ ২৪ঃ ক’ৰোনাত আক্ৰান্ত ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰা আৰু নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি বৰ্তমান হোম কোৱাৰেণ্টিনত আছে দুয়োজন নিৰ্বাচনী বিষয়া। ঘৰৰ পৰাই কাৰ্য সম্পাদন কৰিছে বিষয়া দুগৰাকীয়ে। ভাৰতৰ নিৰ্বাচন আয়োগৰ নৱনিযুক্ত মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰা। ২৪ সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি লাভ সুশীল চন্দ্ৰাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ