• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শেহতীয়া কোভিড পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰৰ SOP

শেহতীয়া কোভিড পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰৰ SOP

5 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

2 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

3 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

4 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

4 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

4 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

5 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

6 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

6 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

7 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

7 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

8 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

শেহতীয়া কোভিড পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰৰ SOP

editor by editor
April 20, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
শেহতীয়া কোভিড পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰৰ SOP
0
SHARES
973
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহ হৈ পৰিছে কোভিড পৰিস্থিতি। ৰাজ্য চৰকাৰে জাৰি কৰিলে কোভিড নিৰ্দেশনা। ১০০ৰো অধিক আক্ৰান্ত থকা জিলাত কঠোৰভাৱে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।  আজিৰে পৰা ৩০ এপ্ৰিল পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব ৰাজ্যত। সন্ধিয়া ৬ বজাৰ পূৰ্বে বন্ধ হ’ব ছুপাৰ মাৰ্কেট, মল, সাপ্তাহিক বজাৰ। প্ৰশাসনৰ অনুমতি সাপেক্ষেহে জন সমাৱেশ। মুকলি স্থানত সৰ্বাধিক ৪০০ মানুহক লৈহে অনুষ্ঠান কৰাৰ অনুমতি। বন্ধ স্থানত মুঠ আসনৰ ৫০ শতাংশ উপস্থিতিৰ অনুমতি। এতিয়াৰে পৰা মুকলি বা বন্ধ কোনো অনুষ্ঠানত মানুহ থিয় হৈ থাকিব নোৱাৰিব। ব্যক্তিগত অনুষ্ঠান যেনে বিয়া আদিত সৰ্বাধিক ১০০ জনৰ সমাৱেশৰ অনুমতি। শেষকৃত্য, শ্ৰাদ্ধ আদিত ২০ জন লোকহে উপস্থিত থাকিব পাৰিব। ধৰ্মীয় স্থানত প্ৰতিঘণ্টাত ২০ জন লোককহে অনুমতি। বৃহৎ ধৰ্মীয় স্থানত সৰ্বাধিক ঘণ্টাত ৫০ জনৰ অনুমতি। কাৰ্যালয়ত বিষয়াৰ বাদে ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব। চৰকাৰী আৰু বেচৰকাৰী দুয়ো খণ্ডৰ বাবে প্ৰযোজ্য হ’ব এই নিয়ম। অৱশ্যে জৰুৰীকালীন সেৱাৰ সৈতে জড়িত সকলক ৰেহাই দিয়া হৈছে। ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থাক উৎসাহ যোগোৱাৰ কথা উল্লেখ SOPত। কাৰ্যালয় কক্ষত বৈঠক অনুষ্ঠিত নকৰাৰ পৰামৰ্শ প্ৰদান। গৰ্ভৱতী আৰু ৫ বছৰৰ তলৰ সন্তান থকা মাতৃক ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা। কৰ্মস্থানত ২টা চিফটৰ মাজত ব্যৱধান থাকিব লাগিব। কৰ্মস্থলীত থাৰ্মেল স্কেনিং, হেণ্ড ৱাছ, ছেনিটাইজাৰৰ ব্যৱস্থা থাকিব লাগিব। কৰ্মস্থলীত নিয়মীয়াভাৱে ছেনিটাইজ কৰিব লাগিব।

শিক্ষানুষ্ঠানসমূহে অনলাইন শিক্ষাক গুৰুত্ব দিব লাগিব। এদিনত শিক্ষানুষ্ঠানত সৰ্বাধিক ৫০ শতাংশৰ ছাত্ৰ-ছাত্ৰীহে উপস্থিত থাকিব পাৰিব। বিদ্যালয়সমূহে পাঠদানৰ সময় ভগাই দিব লাগিব। শিক্ষানুষ্ঠানত পুৱাৰ সমাৱেশ বা আন সমাৱেশ অনুষ্ঠিত কৰিব নোৱাৰিব। প্ৰাথমিক শ্ৰেণীৰ অনলাইন শিক্ষাক অগ্ৰাধিকাৰ দিব লাগিব। শিক্ষা বিভাগে এই বিষয়ত সৱিশেষ নিৰ্দেশনা প্ৰকাশ কৰিব। চৰকাৰী আৰু বেচৰকাৰী পৰিবহন ব্যৱস্থাতো বিশেষ নিয়ম। ৰাজহুৱা পৰিবহনত কোভিড প্ৰট’কল মানি চলিব লাগিব। অট’ৰিক্সা, ৰিক্সা, টেক্সিত চালকৰ সৈতে ২ জন যাত্ৰীকহে অনুমতি আৰু চিটীবাছ, অন্যান্য বাছ ৫০ শতাংশ যাত্ৰীৰেহে চলিব লাগিব। কোনো যাত্ৰী থিয় হৈ যাতায়াত কৰিব নোৱাৰিব। সকলো যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। দোকানত দুজন গ্ৰাহকৰ মাজত কমেও ৬ ফুট দূৰত্ব থাকিব লাগিব। দোকানৰ ভিতৰত ৫ জনৰ অধিক গ্ৰাহক সোমাব নোৱাৰিব। দোকানৰ বাহিৰত ছেনিটাইজাৰ আৰু হাত ধোৱাৰ ব্যৱস্থা থাকিব লাগিব। দোকানী আৰু গ্ৰাহকে মাস্ক, হেণ্ড গ্লোভছ আদি পৰিধান কৰিব লাগিব। দোকানত কোভিড প্ৰট’কল প্ৰযোজ্য কৰাটো দোকানীৰ দায়িত্ব। কোভিড বিধি ভংগ কৰিলে দোকান বন্ধ কৰি দিয়া হ’ব। চেলুন, বিউটি পাৰ্লাৰ আদি কোভিড প্ৰট’কল মানি চলি থাকিব। উদ্যোগ, চাহ বাগিচা আদি কোভিড প্ৰট’কল মানি চলি থাকিব। ২০২০ চনৰ কেইবাটাও কোভিড নিৰ্দেশনা এইবাৰো প্ৰযোজ্য হ’ব। মাস্ক নিপিন্ধিলে, ৰাজহুৱা স্থানত থু পেলালে ১০০০ টকাৰ জৰিমনাৰ কথা ঘোষণা কৰিছে চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24SOP
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

October 6, 2026
Next Post
কোভিড প’জিটিভ অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল

কোভিড প’জিটিভ অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল

EVMক লৈ ছুপ্ৰিম ক’র্টৰ গুৰুত্বপূর্ণ ৰায়

EVMক লৈ ছুপ্ৰিম ক’র্টৰ গুৰুত্বপূর্ণ ৰায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.