অসম লাইভ ২৪ঃ ক’ৰোনাত আক্ৰান্ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল। বৰ্তমান হোম কোৱাৰেণ্টিনত আছে সুনীতা কেজৰিৱাল। পত্নী কোভিড প’জিটিভ হোৱাৰ পাছত নিজকে কোৱাৰেণ্টিনত ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য, ৰাজধানী দিল্লীত এসপ্তাহৰ বাবে ঘোষণা কৰা হৈছে লকডাউন। ১৯ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিল পৰ্যন্ত দিল্লীত অব্যাহত থাকিব লকডাউন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ