অসম লাইভ ২৪ঃ ভাৰতত পুনৰ বৃদ্ধি পাইছে কোভিডৰ ভয়াৱহ সংক্ৰমণ। দেশৰ কঠিন কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো দেশে বাতিল কৰিছে ভাৰতৰ বিমানসেৱা। ২০ এপ্ৰিলৰ পৰা ৩ মাৰ্চলৈকে ভাৰতেও বাতিল কৰে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ। বাতিল হোৱা বিমানকেইখন হ’ল-
- ভাৰতৰ পৰা পাকিস্তান আৰু ফিলিপিনছৰ বিমান সেৱা বাতিল
- ভাৰতৰ পৰা নিউজিলেণ্ডৰ বিমানসেৱা বাতিল
- ভাৰতৰ সৈতে ছৌদি আৰৱৰ বিমান সেৱা বাতিল
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ