• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?

ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?

4 years ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

39 minutes ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

2 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

2 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

10 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

11 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

13 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

14 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

14 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

14 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

15 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

16 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?

editor by editor
May 31, 2022
in অপৰাধ, বিশ্ব
0
ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?
0
SHARES
60
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইটালীৰ ৰেনেছাঁৰ অন্যতম পথ প্ৰদৰ্শক লিঅ’নাৰ্ডো দা ভিঞ্চিয়ে অংকন কৰা মনালিছাক চাবলৈ প্ৰতিদিনে দেশ-বিদেশৰ অগণন লোকে ভিৰ কৰে পেৰিছৰ সংগ্ৰাহলয়ত।

কিন্তু চাবলৈ অহা দৰ্শকৰ মাজতে ঘটিল এক বিক্ষিপ্ত ঘটনা। সংগ্ৰহালয় ভৰ্তি মানুহৰ মাজৰেই বৃদ্ধৰ বেশত অহা এজন লোকে বিখ্যাত ছবিখন ধ্বংস কৰিবলৈ উদ্যত হৈছিল।

ঘটনা অনুসৰি দৰ্শনাৰ্থী মাজৰে হুইল চেয়াৰত বহি থকা এগৰাকী বৃদ্ধাই জপিয়াই উঠি নিৰাপত্তা বেষ্টনী পাৰ হৈ পেইণ্টিঙখনত কেক সানি দিয়ে। ততাতৈয়াকৈ নিৰাপত্তাৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ছদ্মবেশী বৃদ্ধিগৰাকীক আটক কৰে।

লগতে পঢ়ক মুখথেকেচা মহাচীনৰ! ৭ দীপৰাষ্ট্ৰই চীনৰ জালত নিদিলে ভৰি!

বৃদ্ধাৰ ৰূপ লৈ এজন যুৱকে এই কাৰ্য সংঘটিত কৰিছিল। পেৰিছৰ প্ৰ’ছিকিউট’ৰ্ছৰ কাৰ্যালয়ে সোমবাৰে জনোৱা মতে, দেওবাৰৰ এই কাণ্ড সংঘটিত হোৱাৰ পাছত ৩৬ বছৰীয়া যুৱকজনক আটক কৰি আৰক্ষীৰ মনোৰোগ ইউনিটলৈ প্ৰেৰণ কৰিছে।

Maybe this is just nuts to me💀but an man dressed as an old lady jumps out of a wheel chair and attempted to smash the bullet proof glass of the Mona Lisa. Then proceeds to smear cake on the glass, and throws roses everywhere all before being tackled by security. 😂??? pic.twitter.com/OFXdx9eWcM

— Lukeee🧃 (@lukeXC2002) May 29, 2022

ইয়াৰ পূৰ্বেও লিঅ’নাৰ্ডো দ্যা ভিঞ্চিৰ এই ছবিখন আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। ১৯৫৬ চনত ঐতিহাসিক পেইণ্টিঙখনত এজন ব্যক্তিয়ে এচিড স্প্ৰে কৰাৰ অভিযোগ উত্থাপন হৈছিল।

লগতে পঢ়ক কৃষক নেতা ৰাকেশ টিকেইটৰ মুখলৈ ক’লা চিঞাহী, ক’ত আৰু কোনে কৰিলে নিক্ষেপ?

ইফালে, ১৯৫৬ চনৰ ডিচেম্বৰ মাহত বলিভিয়াৰ এজন লোকে পেইণ্টিঙখনত শিল দলিয়াই তেওঁৰ বাওঁ কঁকালৰ ক্ষতি কৰাৰ পিছৰে পৰা ছবিখন বুলেটপ্ৰুফ গ্লাছেৰে ঢাকি ৰখা হৈছে।

২০০৫ চনৰ পৰা মনালিছা পেইণ্টিঙখন এটা শক্তিশালী কেচত ৰখা হৈছে যিয়ে উষ্ণতা আৰু আৰ্দ্ৰতাও নিয়ন্ত্ৰণ কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMona Lisa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান
বিশ্ব

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

March 17, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
Next Post
শচীন টেণ্ডুলকাৰে গঠন কৰিলে ’২২ৰ আইপিএলৰ শ্ৰেষ্ঠ দল, কাক পাতিলে অধিনায়ক?

শচীন টেণ্ডুলকাৰে গঠন কৰিলে ’২২ৰ আইপিএলৰ শ্ৰেষ্ঠ দল, কাক পাতিলে অধিনায়ক?

পুনৰ সমকামীৰ বিবাহ! বিবাহপাশত আৱদ্ধ হ’ল দুই আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ

পুনৰ সমকামীৰ বিবাহ! বিবাহপাশত আৱদ্ধ হ’ল দুই আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.