এটা বাক্যৰেই বিজেপিক ডুবালে পীয়ুষ পত্নী আইমীয়ে!
‘caa নামানিলে ভাৰত এৰিব লাগিব।’ এটা বাক্যৰেই বিজেপিক ডুবালে পীয়ুষ পত্নী আইমীয়ে! প্ৰথম পৰ্যায়ৰ ভোটদানতো পৰিল নেকি প্ৰভাৱ? ফে’চবুকত আইমী ...
‘caa নামানিলে ভাৰত এৰিব লাগিব।’ এটা বাক্যৰেই বিজেপিক ডুবালে পীয়ুষ পত্নী আইমীয়ে! প্ৰথম পৰ্যায়ৰ ভোটদানতো পৰিল নেকি প্ৰভাৱ? ফে’চবুকত আইমী ...
উজনিত বিজেপি নেতা-মন্ত্ৰী-কৰ্মীৰ সন্দেহজনক গতিবিধি। বৃহস্পতিবাৰে নিশা শিৱসাগৰত দুখনকৈ বাহন আবদ্ধ কৰে গাঁওবাসীয়ে। ৭ জনকৈ বিজেপি নেতা-কৰ্মীক আবদ্ধ। সময় উকলাৰ ...
ছিপাঝাৰৰ পৰমা আখ্যান, প্ৰথমা পত্নীৰ তুলাচনীত বিজেপিৰ পৰমানন্দ ৰাজবংশী। এইবেলি ছিপাঝাৰৰ বিজেপি প্ৰাৰ্থী ড০ পৰমানন্দ ৰাজবংশী। পৰমানন্দ ৰাজবংশী এগৰাকী বিতৰ্কিত ...
হঠাৎ নির্বাচন খেলাৰ সিদ্ধান্ত আছাদুদ্দিন ওৱেছিৰ। পশ্চিমবংগৰ নির্বাচনৰ ওৱেছিৰ আগমন। বিজেপিৰ ছত্ৰছায়াত নেকি AIMIM?
নিৰ্বাচনৰ পাছতে অসমত caa বলৱৎ হ’ব। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ উন্মোচন কৰি ঘোষণা ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ।
মন্ত্ৰীয়ে নাচিছে, মন্ত্ৰীয়ে সমৰ্থকলৈ এৰিছে flying kiss. কিন্তু এইবাৰ মন্ত্ৰীলৈ ঘূৰি অহা চুমাহে হৈছে hit. অনুৰাগীৰ চুমাত মুখ বেঁকা হৈ ...
ৰাজপথত ৰেলী হাইপ্ৰ’ফাইল নেতাৰ। মহানগৰীত সৃষ্টি তীব্ৰ যান-জঁটৰ। পণবন্দী সাধাৰণ জনতা।
মহানগৰীৰ ৰাজপথত মন্ত্ৰীৰ বাহুবল প্ৰদর্শন। মন্ত্ৰী সিদ্ধার্থৰ বাবে মনোনয়ন মেইন। ঘণ্টাই ঘণ্টাই যান-জঁটৰ সৃষ্টি, ৰখাই থোৱা হ’ল এম্বুলেন্স। চাইকেলত উঠি ...
বিজেপিৰ mission 100+ এতিয়া হৈছেগৈ mission 60-। বিৰোধী দলে নহয়, বিজেপিতে ঘৰ বিভীষণে হ্ৰাস কৰিলে বিজেপিৰ জয়ৰ সম্ভাৱনা। এক পৰ্যালোচনা।
ড০ পৰমানন্দ ৰাজবংশী ছিপাঝাৰৰ বিজেপি প্ৰাৰ্থী। টিকটৰ পৰা বঞ্চিত বিধায়ক বিনন্দ কুমাৰ শইকীয়া। পুনৰ পৰমা আখ্যান।
[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.
Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com
© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.