• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পঞ্চ মহাপুৰুষ ৰাজযোগ আৰম্ভ! কেৰিয়াৰ, ব্যৱয়াসত উন্নতি হ’ব এই ৩ ৰাশিৰ জাতকৰ

পঞ্চ মহাপুৰুষ ৰাজযোগ আৰম্ভ! কেৰিয়াৰ, ব্যৱয়াসত উন্নতি হ’ব এই ৩ ৰাশিৰ জাতকৰ

3 years ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

15 minutes ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

55 minutes ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

1 hour ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

2 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

3 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

4 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

6 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

6 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

7 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

7 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

7 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পঞ্চ মহাপুৰুষ ৰাজযোগ আৰম্ভ! কেৰিয়াৰ, ব্যৱয়াসত উন্নতি হ’ব এই ৩ ৰাশিৰ জাতকৰ

editor by editor
October 5, 2023
in জীৱনশৈলী, বিবিধ
0
পঞ্চ মহাপুৰুষ ৰাজযোগ আৰম্ভ! কেৰিয়াৰ, ব্যৱয়াসত উন্নতি হ’ব এই ৩ ৰাশিৰ জাতকৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১ অক্টোবৰত নিজৰ ৰাশি কন্যাত প্ৰৱেশ কৰিছে বুধে৷ স্বৰাশিত প্ৰৱেশ কৰি ভাদ মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিছে এই গ্ৰহই৷ এই ৰাজযোগৰ ফলত জীৱনত ধন-ঐশ্বৰ্য আৰু আনন্দ আহিব৷ জ্যোতিষ শাস্ত্ৰমতে ভাদ্ৰ ৰাজযোগৰ প্ৰভাৱত তিনি ৰাশিৰ জাতকৰ জীৱনত ধনৰ আগমন হ’ব৷ আনকি তেওঁলোকৰ উন্নতিৰো প্ৰবল যোগ আছে৷ কোন কোন ৰাশিৰ জাতক ভাদ্ৰ মহাপুৰুষ ৰাজযোগত লাভাম্বিত হ’ব?

কন্যা ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি এই ৰাজযোগত কন্যা ৰাশিৰ জাতকৰ দিন ভাললৈ আহিব৷ কাৰণ বুধে আপোনাৰ ৰাশিৰ লগ্ন স্থানত বিৰাজ কৰিছে৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব৷ ইয়াৰোপৰি আপোনাৰ কাৰ্যশৈলীও উন্নত হ’ব৷ অংশীদাৰিত্বৰ কামতো ভাল লাভালাভ পাব৷ সকলোক্ষেত্ৰতে ভাল প্ৰদৰ্শন কৰিব কন্যা ৰাশিৰ জাতকে৷ ব্যৱসায়ীসকলৰো লাভৰ যোগ৷ বুধ আপোনাৰ ৰাশিৰ অধিপতি সেয়ে এই ৰাজযোগ আপোনাৰ বাবে সকলোফালেৰেই শুভ৷

ধনু ৰাশি
এই ৰাশিৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে ভাদ ৰাজযোগ অত্যন্ত শুভ৷ বুধে আপোনাৰ ৰাশিৰ লগ্ন স্থানত বিচৰণ কৰিছে৷ এই ৰাশিৰ ব্যৱসায়ীসকলে নতুন কামৰ সুযোগ লাভ কৰিব৷ ইয়াৰ ফলত ধন লাভৰ পথ প্ৰশস্ত হ’ব এই ৰাশিৰ জাতকৰ৷ এই ৰাশিৰ বেকাৰ যুৱকসকলেও এইসময়ত চাকৰি লাভ কৰিব৷ চাকৰিয়ালসকলেও কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব৷ জুনিয়ৰ চিনিয়ৰসকলৰ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে৷ এইসময়ত আপোনাৰ সমস্ত মনোকামনা পূৰ্ণ হ’ব৷ নতুন কামো আৰম্ভ কৰিব পাৰে৷

মকৰ ৰাশি
ভাদ পঞ্চমহাপুৰুষ মকৰ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব৷ কাৰণ বুধে আপোনাৰ গোচৰ কোষ্ঠীৰ নৱম স্থানত ভ্ৰমণ কৰিছে৷ এই সময়ত আপোনাৰ ভাগ্যোদয় হ’ব পাৰে৷ ঘৰ আৰু পৰিয়ালৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ যোগ৷ এই সময়ত আপোনাৰ মাটি বা গাড়ী ক্ৰয়ৰো যোগ আছে৷ মকৰ ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদেশ যাত্ৰাৰো যোগ আছে৷ আনহাতে শনি আপোনাৰ ৰাশিৰ অধিপতি৷ শনিৰ সৈতে বুধৰ বন্ধুত্বৰ সম্পৰ্ক আছে৷ সেয়ে ভাদ ৰাজযোগ আপোনাৰ বাবে লাভজনক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?
জীৱনশৈলী

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

October 8, 2026
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!
জীৱনশৈলী

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

October 8, 2026
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?
বিনোদন

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

October 8, 2026
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন
বাণিজ্য

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

October 8, 2026
Next Post
তামিলনাডুৰ পাছতেই অন্ধ্ৰতো NDAৰ সৈতে মিত্ৰতা ভংগ! মোদীক এৰি কাৰ হাতত ধৰিছে পৱন কল্যানে?

তামিলনাডুৰ পাছতেই অন্ধ্ৰতো NDAৰ সৈতে মিত্ৰতা ভংগ! মোদীক এৰি কাৰ হাতত ধৰিছে পৱন কল্যানে?

মনে মনেই চলাইছে সকলো প্ৰস্তুতি! চন্দ্ৰৰ কুমেৰুত আধিপত্য বিস্তাৰ কৰি মঙলত আকৌ অভিযান চলাবলৈ সাজু ISROৰ দল

মনে মনেই চলাইছে সকলো প্ৰস্তুতি! চন্দ্ৰৰ কুমেৰুত আধিপত্য বিস্তাৰ কৰি মঙলত আকৌ অভিযান চলাবলৈ সাজু ISROৰ দল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.