উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি, শীঘ্ৰেই স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা
ক্ৰমাৎ কোভিড পৰিস্থিতিৰ উন্নতি। সমগ্ৰ দেশতে ক্ৰমাৎ কোভিড পৰিস্থিতিৰ উন্নতি ঘটিছে। চৰকাৰী তথ্য অনুসৰি অসমতো কমিছে আক্ৰান্তৰ সংখ্যা। চলিত মাহত ...
ক্ৰমাৎ কোভিড পৰিস্থিতিৰ উন্নতি। সমগ্ৰ দেশতে ক্ৰমাৎ কোভিড পৰিস্থিতিৰ উন্নতি ঘটিছে। চৰকাৰী তথ্য অনুসৰি অসমতো কমিছে আক্ৰান্তৰ সংখ্যা। চলিত মাহত ...
আজি সৰস্বতী পূজা৷ আজিৰ দিনটোত সমগ্ৰ দেশতে উলহ-মালহেৰে উদযাপন কৰা হয় সৰস্বতী পূজা অৰ্থাৎ বসন্ত পঞ্চমীৰ দিনটো৷ যথাবিহিত পূজা-অৰ্চনা আগবঢ়োৱা ...
আজি সৰস্বতী পূজা৷ ভক্তৰ ভক্তি বিগলিত হৃদয়ৰ আৰ্তিৰে উথলি উঠিছে পূজাথলীসমূহ৷ প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যজুৰি জ্ঞানপিপাসু ভক্তৰ ব্যাপক আয়োজন সৰস্বতী ...
উত্তৰ প্ৰদেশৰ মীৰাটত AIMIM প্ৰধান আছাদুদ্দিন ওৱেছীলৈ গুলীচালনা কৰিছে কোনো দুৰ্বৃত্তই৷ উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ উপলক্ষ্যে মীৰাটত নিৰ্বাচনী ...
অমিক্ৰনতকৈও দ্ৰুতগতিত সংক্ৰমিত হৈছে নতুন ভেৰিয়েণ্ট BA.2৷ ৫৭ খন দেশত ইতিমধ্যে সংক্ৰমিত হৈছে এই ছাব-ভেৰিয়েণ্ট৷ বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰে ...
বি cশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ চীন এতিয়া বুঢ়া হৈছে৷ বয়স্ক লোকৰ তুলনাত চিন্তনীয়ভাৱে হ্ৰাস পাইছে যুৱপ্ৰজন্মৰ সংখ্যা৷ সেয়েহে চীনত সলনি ...
আজি আমি ৰামায়ণৰ অন্য এক সংস্কৰণ কথা ক’ব খুজিছো৷ বাল্মীকি ৰামায়ণৰ উত্তৰা কাণ্ডৰ মতে ভগৱান ৰামে সৰয়ু নদীত সলিল সমাধি ...
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনৰ মজিয়াত দাখিল কৰে বাজেট-২০২২৷ পূৰ্বৰ দৰে এইবাৰে ডিজিটেল বাজেট দাখিল কৰে বিত্তমন্ত্ৰীগৰাকীয়ে৷ দেশৰ অৰ্থনৈতিক অৱস্থাৰ পুনৰুদ্ধাৰৰ ...
আজি সংসদত উত্থাপন হ’ব সাধাৰণ বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব ২০২২-২৩ বৰ্ষৰ সাধাৰণ বাজেট। দিনৰ ১১ বজাত বাজেট দাখিল ...
[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.
Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com
© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.