• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধানঃ অসমৰ এনে বিলাহী খালে আপোনাৰ কেন্সাৰ, হাওফাঁওৰ  ৰোগ হোৱাটো ১০০শতাংশ খাটাং…

সাৱধানঃ অসমৰ এনে বিলাহী খালে আপোনাৰ কেন্সাৰ, হাওফাঁওৰ ৰোগ হোৱাটো ১০০শতাংশ খাটাং…

3 years ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

27 minutes ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

1 hour ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

1 hour ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

2 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

2 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

3 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

4 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

5 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

6 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

7 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সাৱধানঃ অসমৰ এনে বিলাহী খালে আপোনাৰ কেন্সাৰ, হাওফাঁওৰ ৰোগ হোৱাটো ১০০শতাংশ খাটাং…

বজাৰৰ পৰা শাক পাচলি ক্রয় কৰি আনি খুৱাৰ আগতে আপুনি এশবাৰ ভাবক

editor by editor
December 28, 2023
in অসম
0
সাৱধানঃ অসমৰ এনে বিলাহী খালে আপোনাৰ কেন্সাৰ, হাওফাঁওৰ  ৰোগ হোৱাটো ১০০শতাংশ খাটাং…
0
SHARES
595
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বজাৰৰ পৰা শাক পাচলি ক্রয় কৰি আনি খুৱাৰ আগতে আপুনি এশবাৰ ভাবক । কাৰণ আপোনি খাদ্যৰ নামত খাইছে বৰবিহ । একাংশ ব্যৱসায়ীয়ে অধিক মুনাফা লুটাৰ বাবে খাদ্যৰ নামত ভেজাল ঔষধ মিহলাই মানুহক খোৱাইছে বৰবিহ । যাৰ ফলস্বৰূপে মানুহৰ শৰীৰত সঘনাই বৃদ্ধি পায় আহিছে বিভিন্ন ধৰণৰ বেমাৰৰ লগতে কেঞ্চাৰ দৰে মাৰাত্মক ৰোগ ।

নগাও জিলাৰ জুৰীয়াৰ চৰাঞ্চলত এনেদৰেই বিলাহীত মিহলি কৰা হৈছে বৰবিহ । তলৰ লিংকত ক্লিক কৰি চাওকঃ

https://fb.watch/pd4iOAftYU/

ৰ’দত মেলি দিছে শ শ কুইণ্টল কেচা বিলাহী । আৰু তাৰ পিছৰ কেচা বিলাহীত প্ৰয়োগ কৰে বৰবিষ । কেচা বিলাহী পকাবলৈ কাৰ্বাইড নামৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰে । এই দ্ৰব্য প্ৰয়োগ কৰাৰ পিছত কেচা বিলাহী পকী তুলতুলীয়া হৈ পৰে মাত্ৰ ২৪ ঘন্টাৰ ভিতৰত ।

এই বিলাহী মাথোঁ এটা উদাহৰণ হে । কি আলু, বেঙেনা, ফুলকবি, বন্ধাৃকবি জলকীয়া আদি সকলোতে প্ৰয়োগ কৰা হৈছে বিভিন্ন ধৰণৰ মাৰাত্মক ৰাসায়নিক জাতীয় ঔষধ । যাৰ ফলস্বৰূপে এতিয়া মানুহৰ শৰীৰত বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ বেমাৰৰ লগতে কেঞ্চাৰৰ দৰে মাৰাত্মক ব্যাধি । সময় থাকোতেই সকলো সাৱধান হওক, আপুনি কিনা শাক পাচলি খাদ্যৰ বাবে কিমান উপযোগী সেয়া এশবাৰ ভাবক ।

অন্যথা যদি সম্ভৱ হয় নিজৰ পৰিয়ালটোৰ হিচাপত নিজেই ঘৰতে উৎপাদন কৰক এইসমূহ শাক পাচলি । নহলে যে এই বৰবিহে সৃষ্টি কৰা ভয়ানক বেমাৰে এদিন বিপদ মাতিব সকলোৰে জীৱনলৈ সেই কথা স্পষ্ট । সেইহে আপুনাৰ খাদ্যৰ তালিকাত আপুনি কি খাব আপুনি নিৰ্ণয় কৰক । কাৰন আমাৰ কৃষি বিভাগ কিম্বা স্বাস্থ্য বিভাগ এই ক্ষেত্ৰত চৰম উদাসীন ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?
অসম

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

September 1, 2026
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?
অসম

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

September 1, 2026
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

August 30, 2026
Next Post
‘মই খুব ক্লান্ত দেউতা…’ কিয় ক্লান্ত অভিষেক? জীৱনটো চলাই নিয়াৰ বাবে কি উপদেশ দিছে পিতৃ অমিতাভে?

'মই খুব ক্লান্ত দেউতা...’ কিয় ক্লান্ত অভিষেক? জীৱনটো চলাই নিয়াৰ বাবে কি উপদেশ দিছে পিতৃ অমিতাভে?

মুখামুখিকৈ গালি পাৰিলেও ভিতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে সম্পৰ্ক ভাল! ৯০ দিনৰ পাছতেই সাংসদ হৈ দিল্লীলৈ যোৱাৰ পথ প্ৰশস্থ নেকি আনন্দ মিশ্ৰৰ?

মুখামুখিকৈ গালি পাৰিলেও ভিতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে সম্পৰ্ক ভাল! ৯০ দিনৰ পাছতেই সাংসদ হৈ দিল্লীলৈ যোৱাৰ পথ প্ৰশস্থ নেকি আনন্দ মিশ্ৰৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.