মুখ্যমন্ত্ৰীক সাক্ষাতৰ দালালী মাচুল ৫ হাজাৰ টকা
মুখ্যমন্ত্ৰীক সাক্ষাতৰ দালালী মাচুল ৫ হাজাৰ টকা। ডিব্ৰুগড়ৰ মহিলাৰ পৰা অবৈধ ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ দালাল ভূপেন হাজৰিকা।
মুখ্যমন্ত্ৰীক সাক্ষাতৰ দালালী মাচুল ৫ হাজাৰ টকা। ডিব্ৰুগড়ৰ মহিলাৰ পৰা অবৈধ ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ দালাল ভূপেন হাজৰিকা।
‘সেৱাই পঞ্চায়ত’ নামৰ আঁচনি উন্মোচনৰ পাছতে বাক-বিতণ্ডা। গৃহ নিৰ্মাণৰ নামত কৰ সংগ্ৰহৰ ব্যৱস্থাত বাধা দল-সংগঠনৰ।
অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ মাজত বৈঠক। বৈঠকত কি কি সিদ্ধান্ত?
বৰাকত পুনৰ আৰম্ভ কয়লাৰ ক’লা বেহা। মুখ্যমন্ত্ৰীৰ ছিণ্ডিকেট বন্ধৰ হুংকাৰ অসাৰ।
মুখ্যমন্ত্ৰী মিছলীয়া, নে মিছলীয়া ফণী? বিজেপিত যোগদানক লৈ দুই মেৰুত মুখ্যমন্ত্ৰী-ফণী।
আনুষ্ঠানিকতা সম্পন্ন কৰি হেঙেৰাবাৰীৰ পদুম পুখুৰীত স্নান সুশান্ত বৰগোহাঁইৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ...
পাকিস্তানী মুছলমানকো দিয়া হ’ব পাৰে নাগৰিকত্বঃ হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ মতে ভাষা গৌণ, সভ্যতা-সংস্কৃতি মুখ্য।
hslcৰ মূল্যায়ন কেলেংকাৰিয়ে কঁপাইছে সমগ্ৰ ৰাজ্য। উদ্বিগ্ন ছাত্ৰ-ছাত্ৰী, উদ্বিগ্ন অভিভাৱক। ইয়াৰ মাজতে কোনো কোনো অভিযুক্তক নিলম্বনৰ বিপৰীতে কোনো কোনোক কৰি ...
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট মন্ত্ৰী অজন্তা নেওগে শুকুৰবাৰে দাখিল কৰিলে। লগে লগে আৰম্ভ হ’ল ক্ৰিয়া-প্ৰতিক্ৰিয়া। স্বাভাৱিকভাৱে শাসক পক্ষই ...
মুখ্যমন্ত্ৰীয়ে ক’লে এনকাউণ্টাৰ হ’বই। পলাবলৈ চেষ্টা কৰিলে পুলিচে গুলী মাৰিব।
[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.
Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com
© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.