৫ সমষ্টিৰ ভিতৰত সময়ে সময়ে পেক্ষাপট সলনি চামগুৰিত
দ্বিতীয় ৰাউণ্ডৰ সমাপ্তত অগ্ৰগতি লাভ কংগ্ৰেছৰ তাঞ্জিল হুছেইনৰ
১৯৫ টা ভোটত আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল
বৰ্তমনানলৈ লাভ কৰিছে ৮৮১২ টা ভোট
অন্যহাতে বিজেপিৰ দিপ্লু ৰঞ্জনে লাভ কৰিছে ৮৬১৭ টা ভোট
১৫ টা ৰাউণ্ডত সমাপ্ত হ’ব চামগুৰিৰ ভোটগণনা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ