অসম লাইভ ২৪ঃ কৰ বৃদ্ধিক লৈ কণ্ঠশিল্পী জুবিন গাৰ্গে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। নগাঁৱৰ ফুলগুৰিত এটা ফিটনেছ চেণ্টাৰ উদ্বোধন কৰি কৰ বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।
সংবাদ মাধ্যমৰ সন্মুখত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে কয়,’টেক্সতো অলপ বাঢ়িবই। কৰ’না মহামাৰীৰ বাবে অসমৰ লগতে সমগ্ৰ পৃথিৱীতে আৰ্থিক সংকট সৃষ্টি হৈছে। সেইবাবেই কিছুদিন মানুহে টেক্স বেছিকৈ দিব লাগিব। কিন্তু লাহে লাহে সকলোবোৰ স্বাভাৱিক হৈ পৰিব।’ বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















