• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাবিপদত ভাৰতীয় ক্ৰিকেট দল! ট্রফি লৈ হোটেলৰ ৰুমত আৱদ্ধ ভাৰতীয় দল? কি হৈছে ৱেষ্ট ইণ্ডিজত?

মহাবিপদত ভাৰতীয় ক্ৰিকেট দল! ট্রফি লৈ হোটেলৰ ৰুমত আৱদ্ধ ভাৰতীয় দল? কি হৈছে ৱেষ্ট ইণ্ডিজত?

2 years ago
ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!

ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!

6 minutes ago
কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

33 minutes ago
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

1 hour ago
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

1 hour ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

18 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

18 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

20 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

20 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

21 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

22 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাবিপদত ভাৰতীয় ক্ৰিকেট দল! ট্রফি লৈ হোটেলৰ ৰুমত আৱদ্ধ ভাৰতীয় দল? কি হৈছে ৱেষ্ট ইণ্ডিজত?

মহাবিপদত ভাৰতীয় ক্ৰিকেট দল! ট্রফি লৈ হোটেলৰ ৰুমত আৱদ্ধ ভাৰতীয় দল? কি হৈছে ৱেষ্ট ইণ্ডিজত?

editor by editor
July 1, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মহাবিপদত ভাৰতীয় ক্ৰিকেট দল! ট্রফি লৈ হোটেলৰ ৰুমত আৱদ্ধ ভাৰতীয় দল? কি হৈছে ৱেষ্ট ইণ্ডিজত?
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টি-২০ বিশ্বকাপ জয় কৰাৰ পাছতেই মহাবিপদত ভাৰতীয় দল৷ শনিবাৰে ১১ বছৰৰ পাছত আইচিচিৰ ট্ৰফী নিজ হাতত তুলি লৈছে ভাৰতীয় দলে৷ জয়ৰ স্বাদ, প্ৰাপ্তিৰ কথাবোৰৰ মাজতেই এইবাৰ বিপদত পৰিছে টিম ইণ্ডিয়াৰ খেলুৱৈ৷ ট্ৰফি লৈ দেশলৈ উভতি আহিব পৰা নাই ভাৰতীয় দল৷ ৱেষ্ট ইণ্ডিজৰ হোটেল ৰুমৰ পৰা এখোজো বাহিৰলৈ দিব পৰা নাই ৰোহিতবাহিনীয়ে৷

বাৰ্বাডোজত আৱদ্ধ টিম ইণ্ডিয়া

ভাইৰেল খবৰ অনুসৰি ৱেষ্ট ইণ্ডিজৰ প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ঘূৰ্ণিবতাহ বৰষুণৰ সম্ভাৱনা আছে সেই দেশত৷ দেওবাৰে নিশাৰৰ পৰা সোমবাৰলৈকে অৰ্থাৎ বৰ্তমানো তাত ভয়ংকৰ ঘূৰ্ণীবতাহে তাণ্ডৱ চলাইছে৷ ইয়াৰ প্ৰভাৱ বাৰ্বাডোজৰ ওপৰতো পৰিছে৷ ইতিমধ্যেই বিমানবন্দৰৰ পৰা কোনো আন্তৰ্জাতিক বিমান উৰিবলৈ দিয়া হোৱা নাই প্ৰশাসনৰ তৰফৰ পৰা৷

এই উৰণ বাতিল হোৱাৰ বাবেই বাৰ্বাডোজৰ হোটেলত আৱদ্ধ হৈ আছে ভাৰতীয় ক্ৰিকেট টিম আটাইকেইগৰাকী খেলুৱৈৰ লগতে টিম মেনেজমেণ্টৰ আটাইবোৰ ব্যক্তি৷ ৱেষ্ট ইণ্ডিজ ক্ৰিকেট এছোচিয়েছনৰ তৰফৰ পৰা জনোৱা অনুসৰি ঘূৰ্ণিবতাহৰ কাৰণে অৰ্নিদিষ্ট কাললৈ উৰণ বাতিল হৈছে আটাইবোৰ আন্তৰ্জাতিক বিমানৰে৷ সেয়ে টিম ইণ্ডিয়াৰ সকলো সদস্য ৱেষ্ট ইণ্ডিজতেই অনিৰ্দিষ্ট কাললৈ থাকিব লাগিব৷ পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত ভাৰতীয় দল তাতেই থাকিব লাগিব৷ বৰ্তমান বাৰ্বাডোজৰ সমুদ্ৰ তীৰবৰ্তী এথন বিলাসবহুল হোটেলত আছে টীম ইণ্ডিয়াৰ খেলুৱৈসকল৷

কেতিয়া ভাৰতলৈ উভতি অহাৰ কথা আছিল ৰোহিত বাহিনীৰ?

প্ৰাথমিকভাৱে সোমবাৰে স্থানীয় সময় পুৱা ৮.৩০ মিনিটত বাৰ্বাডোজৰ পৰা ভাৰতীয় দলটোৱে ভাৰত অভিমূখে ৰাওনা হোৱাৰ কথা আছিল৷ কিন্তু আসন্ন ঘূৰ্ণিবতাহৰ বাবে এই সময়ত পিছুৱাই দিয়া হৈছে৷ পূৰ্বে নিউৱৰ্ক, ডুবাই হৈ ভাৰতলৈ অহাৰ কথা আছিল ভাৰতীয় দলটোৰ৷ পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি, চাৰ্টাৰ্ড বিমানৰ সহায়ত হয়তো ভাৰতীয় দলটোক দেশলৈ অনা হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!
জীৱনশৈলী

ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!

April 4, 2026
কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম
বাণিজ্য

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

April 4, 2026
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!
জীৱনশৈলী

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

April 4, 2026
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
Next Post
ৰামৰ জীৱনশৈলীৰ পৰা এই ৭ শিক্ষা গ্ৰহণ কৰিলে জীৱনত উন্নতি খাটাং

ৰামৰ জীৱনশৈলীৰ পৰা এই ৭ শিক্ষা গ্ৰহণ কৰিলে জীৱনত উন্নতি খাটাং

কোনো আৰক্ষী বিষয়া যদি কোনোবা ৰাজনীতিত নেতা! ১৭ বছৰ পূৰ্বে টি-২০ বিশ্বকাপ জয়ৰ কাৰিগৰসকল এতিয়া ক’ত?

কোনো আৰক্ষী বিষয়া যদি কোনোবা ৰাজনীতিত নেতা! ১৭ বছৰ পূৰ্বে টি-২০ বিশ্বকাপ জয়ৰ কাৰিগৰসকল এতিয়া ক’ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.