• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?

বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?

4 years ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

4 minutes ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

44 minutes ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

1 hour ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

2 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

3 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

3 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

4 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

5 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

7 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

7 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

8 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?

editor by editor
May 12, 2022
in ক্ৰীড়া, বিশ্ব
0
বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফ’ৰ্বছ-এ যোৱা ১২ টা মাহত সৰ্বাধিক ধন উপাৰ্জনকাৰী এথলিটসকলৰ তালিকা প্ৰকাশ কৰিছে৷ ফ’ৰ্বছ ২০২২ৰ তালিকাত সৰ্বাধিক ধন উপাৰ্জনকাৰী শীৰ্ষত আছে বৰ্তমান বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ আজেণ্টিনাৰ লিয়নেল মেছি৷ ২০২১ বৰ্ষৰো বেলন ড’ৰ বঁটা লাভ কৰা মেছিয়ে বাৰ্চিলোনা ত্যাগ কৰি পেৰিছ ছেণ্ট-জাৰ্মেইনত যোগদান কৰি এইবাৰ আটাইতকৈ উপাৰ্জনকাৰী খেলুৱৈৰ তালিকাৰ শীর্ষত আছে৷ মেছিয়ে খেলপথাৰৰ পৰা ৭৫ মিলিয়ন মাৰ্কিন ড’লাৰ লাভ কৰাৰ বিপৰীতে বিভিন্ন বিজ্ঞাপনৰ লাভ কৰা ধনৰ পৰিমাণ হ’ল ৫৫ মিলিয়ন মাৰ্কিন ড’লাৰ৷ বিগত বৰ্ষত মেছিৰ মুঠ উপাৰ্জন হৈছে ১৩০ মিলিয়ন মাৰ্কিন ড’লাৰ৷

ফ’ৰ্বছৰ এই তালিকাৰ দ্বিতীয় স্থানত আছে আমেৰিকাৰ বাস্কেটবল খেলুৱৈ লেব্ৰণ জেমছ৷ জেমছে বিগত বৰ্ষৰ উপাৰ্জন কৰিছে ১২১ মিলিয়ন মাৰ্কিন ড’লাৰ৷ জেমছৰ খেলৰ পৰা উপাৰ্জনৰ পৰিমাণ হৈছে ৪১.২ মিলিয়ন মাৰ্কিন ড’লাৰ৷ আনহাতে বিজ্ঞাপনৰ পৰা উপাৰ্জন কৰিছে ৮০ মিলিয়ন মাৰ্কিন ড’লাৰ৷

লগতে পঢ়ক অসমীয়া ভাষালৈ স্বীকৃতি! গুগ’লত উপলব্ধ হ’ল অসমীয়া ভাষা

তালিকাৰ তৃতীয় স্থানত আছে বিশ্ব আন এগৰাকী অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ পটুৰ্গীজৰ ক্ৰিষ্টিয়ানো ৰ’ণাল্ডো৷ পূৰ্বতে তালিকাৰ শীৰ্ষত থকা ৰণাল্ডোৱে বিগত বৰ্ষত উপাৰ্জন কৰিছে ১১৫ মিলিয়ন মাৰ্কিন ড’লাৰ৷ ৰ’ণাল্ডোৱে খেলপথাৰৰ পৰা ৬০ মিলিয়ন মাৰ্কিন ড’লাৰ উপাৰ্জন কৰাৰ বিপৰীতে বিজ্ঞাপনৰ লগতে অন্য ক্ষেত্ৰৰ পৰা ৫৫ মিলিয়ন মাৰ্কিন ড’লাৰ উপাৰ্জন কৰিছে৷

লগতে পঢ়ক চৰকাৰী চিকিৎসালয়তে গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰ্মচাৰীৰ

বিশ্বৰ অন্য এগৰাকী শ্ৰেষ্ঠ ফুটবলাৰ ব্ৰাজিলৰ নেইমাৰে আছে তালিকাৰ চতুৰ্থ স্থানত৷ নেইমাৰে খেলপথাৰৰ পৰা ৭০ মিলিয়ন মাৰ্কিন ড’লাৰ উপাৰ্জন কৰাৰ বিপৰীতে বিজ্ঞাপনসহ বিভিন্ন ক্ষেত্ৰৰ পৰা ২৫ মিলিয়ন মাৰ্কিন ড’লাৰ উপাৰ্জন কৰিছে৷ বিগত বৰ্ষত তেওঁৰ মুঠ উপাৰ্জনৰ পৰিমাণ হৈছে ৯৫ মিলিয়ন মাৰ্কিন ড’লাৰ৷

তালিকাৰ পঞ্চম স্থানত আছে মাৰ্কিন বাস্কেটবল খেলুৱৈ ষ্টিফেন কাৰীয়ে৷ ষ্টিফেনে বিগত বৰ্ষত ৯২.৮ মিলিয়ন মাৰ্কিন ড’লাৰ উপাৰ্জন কৰিছে৷ ষ্টীফেনে খেলপথাৰৰ পৰা ৪৫.৮ মিলিয়ন আৰু বিজ্ঞাপন আৰু বিভিন্ন উৎসৰ পৰা ৪৭ মিলিয়ন মাৰ্কিন ড’লাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assamka tazza khabaraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcristiano ronaldoForbes'LeBron JamesLionel Messi'NeymarStephen Curry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
Next Post
অবিশ্বাস্য হ’লেও সত্য এযোৰ জীৰ্ণ জোতাৰ মূল্য ১.৪৪ লাখ টকা!

অবিশ্বাস্য হ’লেও সত্য এযোৰ জীৰ্ণ জোতাৰ মূল্য ১.৪৪ লাখ টকা!

‘মোৰ কণ্ডৰ বিজ্ঞাপনে ভাৰতত যৌনতাৰ বিপ্লৱ আনিছিল’ কোনে কৰিলে এই দাবী?

‘মোৰ কণ্ডৰ বিজ্ঞাপনে ভাৰতত যৌনতাৰ বিপ্লৱ আনিছিল’ কোনে কৰিলে এই দাবী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.